প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইউএইৰ নতুন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা মহামহিম শ্বেইখ মহম্মদ বিন জায়েদ আল নাহিয়ানক অভিনন্দন জ্ঞাপন কৰিছে৷
এক টুইটত প্ৰধানমন্ত্ৰীয়ে কয়,
“আবুধাবিৰ শাসক মহামহিম শ্বেইখ মহম্মদ বিন জায়েদ আল নাহিয়ান ইউএইৰ নতুন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ বাবে তেওঁক অভিনন্দন জ্ঞাপন কৰিছো৷ মোৰ দৃঢ় বিশ্বাস যে তেওঁৰ গতিশীল আৰু দূৰদৃষ্টিসম্পন্ন নেতৃত্বত আমাৰ ব্যাপক কৌশলগত অংশীদাৰিত্ব আৰু অধিক গভীৰ হ’ব@MohamedBinZayed.”
My best wishes to the Ruler of Abu Dhabi H.H. Sheikh Mohamed bin Zayed Al Nahyan on being elected as the new President of the UAE. I am confident that under his dynamic and visionary leadership, our Comprehensive Strategic Partnership will continue to deepen. @MohamedBinZayed
— Narendra Modi (@narendramodi) May 14, 2022