প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানৰ বাড়মেৰত সংঘটিত পথ দুৰ্ঘটনাত নিহত হোৱা সকলৰ বাবে গভীৰ দুখ প্ৰকাশ কৰিছে।
প্ৰধানমন্ত্ৰী কাৰ্যালয়ে প্ৰকাশ কৰা এক বাৰ্তাত কোৱা হৈছে;
“ৰাজস্থানৰ বাড়মেৰত সংঘটিত পথ দুৰ্ঘটনাটো অত্যন্ত দুখজনক। এই দুৰ্ঘটনাত যিসকল লোকে প্ৰাণ হেৰুৱাবলগীয়া হ’ল তেওঁলোকৰ আত্মীয়-স্বজনৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো। ঈশ্বৰে দুখৰ এই মুহূৰ্তত যেন তেওঁলোকক সম্বল প্ৰদান কৰে: প্ৰধানমন্ত্ৰী”।
राजस्थान के बाड़मेर में हुआ सड़क हादसा अत्यंत दुखद है। इसमें जिन लोगों को जान गंवानी पड़ी है, उनके परिजनों के प्रति मैं अपनी गहरी संवेदना व्यक्त करता हूं। ईश्वर दुख की इस घड़ी में उन्हें संबल प्रदान करे: PM @narendramodi
— PMO India (@PMOIndia) June 7, 2022