প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী যশোৱন্ত সিঙৰ বিয়োগত শোক প্ৰকাশ কৰিছে৷

এক শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “যশোৱন্ত সিং জীয়ে প্ৰথমে এগৰাকী সৈনিক আৰু পাছত ৰাজনীতিৰ সৈতে দীৰ্ঘকাল ধৰি জড়িত হৈ দেশৰ প্ৰতি বিনম্ৰতাৰে সেৱা আগবঢ়াইছিল৷ অটলজীৰ চৰকাৰত তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰৰ দায়িত্ব পালন কৰাৰ লগতে বিশ্বৰ বিত্ত, প্ৰতিৰক্ষা আৰু বৈদেশিক পৰিক্ৰমা খণ্ডত এক শক্তিশালী চিন ৰাখি থৈ গৈছে৷”

প্ৰধানমন্ত্ৰীয়ে কয়, “ৰাজনীতি আৰু সমাজৰ প্ৰতি যশোৱন্ত সিং জীৰ ব্যক্তিক্ৰমী দৃষ্টিভংগীৰ বাবে তেওঁ সদায় স্মৰণীয় হৈ ৰ’ব৷ তেওঁৰ সৈতে মোৰ বাৰ্তালাপক মই সদায় মনত ৰাখিম৷ তেওঁৰ পৰিয়াল আৰু সমৰ্থকসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো৷ ঔম শান্তি৷”

প্ৰধানমন্ত্ৰীয়ে শ্ৰী মানৱেন্দ্ৰ সিঙৰ সৈতে কথা পতাৰ লগতে শ্ৰী যশোৱন্ত সিঙৰ দুৰ্ভাগ্যজনক বিয়োগৰ বাবে সমবেদনা জ্ঞাপন কৰে৷

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Sri Lanka releases 14 Indian fishermen as special gesture during PM Modi’s visit

Media Coverage

Sri Lanka releases 14 Indian fishermen as special gesture during PM Modi’s visit
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 7 এপ্ৰিল 2025
April 07, 2025

Appreciation for PM Modi’s Compassion: Healthcare and Humanity Beyond Borders