প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শিৱমোগ্গাত সংঘটিত প্ৰাণহানিৰ ঘটনাত শোক প্ৰকাশ কৰিছে।
এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "শিৱমোগ্গাত সংঘটিত প্ৰাণহানিৰ ঘটনাত ব্যথিত হৈছো। শোকাহত পৰিয়ালবৰ্গলৈ সমবেদনা জনাইছো। আহতসকলৰ দ্ৰুত আৰোগ্য কামনা কৰিলো। প্ৰভাৱিতসকললৈ ৰাজ্য চৰকাৰখনে সম্ভাৱ্য সকলোখিনি সাহাৰ্য্য আগবঢ়াইছে।"
Pained by the loss of lives in Shivamogga. Condolences to the bereaved families. Praying that the injured recover soon. The State Government is providing all possible assistance to the affected: PM @narendramodi
— PMO India (@PMOIndia) January 22, 2021
ಶಿವಮೊಗ್ಗದಲ್ಲಿ ಸಂಭವಿಸಿರುವ ಜೀವಹಾನಿಯಿಂದ ದುಃಖಿತವಾಗಿದ್ದೇನೆ. ಸಂತ್ರಸ್ತ ಕುಟುಂಬಗಳಿಗೆ ನನ್ನ ಸಂತಾಪಗಳು. ಗಾಯಾಳುಗಳು ಶೀಘ್ರ ಗುಣಮುಖರಾಗಲೆಂದು ಪ್ರಾರ್ಥಿಸುತ್ತೇನೆ. ರಾಜ್ಯ ಸರ್ಕಾರ ಬಾಧಿತರಿಗೆ ಎಲ್ಲ ಸಾಧ್ಯ ನೆರವನ್ನೂ ಒದಗಿಸುತ್ತಿದೆ: ಪ್ರಧಾನಮಂತ್ರಿ @narendramodi
— PMO India (@PMOIndia) January 22, 2021