বিশিষ্ট কন্নড় লেখক ডঃ সিদ্দালিঙ্গাইয়াৰ দেহাৱসানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰিছে।

এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "ডঃ সিদ্দালিঙ্গাইয়া তেওঁৰ অজস্ৰ লেখা, কবিতা আৰু সামাজিক ন্যায়ৰ অৰ্থে বৰঙণিৰ বাবে স্মৰণীয় হৈ থাকিব। তেওঁৰ মৃত্যুত মৰ্মাহত হৈছো। এই শোকৰ মুহূৰ্তত তেওঁৰ পৰিয়ালবৰ্গ আৰু বহু অনুৰাগীলৈ সমবেদনা জনালো। ঔম শান্তি।"

 

 

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
India's Economic Growth Activity at 8-Month High in October, Festive Season Key Indicator

Media Coverage

India's Economic Growth Activity at 8-Month High in October, Festive Season Key Indicator
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 22 নৱেম্বৰ 2024
November 22, 2024

PM Modi's Visionary Leadership: A Guiding Light for the Global South