প্ৰসিদ্ধ কান্নাড়া লেখক তথা কবি শ্ৰী চেন্নাৱীৰা কনাৱিৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়;
“শ্ৰী চেন্নাৱীৰা কনাৱিৰ উদাত্ত কবিতা তথা লিখনীয়ে কান্নাড়া সাহিত্যক বহু দশক ধৰি সমৃদ্ধ কৰি আহিছে। তেওঁৰ মৃত্যুৱে বাৰুকৈয়ে ব্যথিত কৰিছে। শোকসন্তপ্ত পৰিয়ালবৰ্গৰ লগতে তেওঁৰ প্ৰশংসকসকললৈ সমবেদনা জ্ঞাপন কৰিছো। ওঁম শান্তি”!
Shri Chennaveera Kanavi’s sublime poetry and writings have enriched Kannada literature for decades. Saddened by his demise. Condolences to his family and admirers. Om Shanti.
— Narendra Modi (@narendramodi) February 16, 2022