প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিয়েনাত সংঘটিত সন্ত্ৰাসবাদীৰ নৃশংস আক্ৰমণৰ ঘটনাক গৰিহণা দিছে।
প্ৰধানমন্ত্ৰীয়ে কয়, “ভিয়েনাত সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা নৃশংস আক্ৰমণৰ ঘটনাক লৈ অতিশয় দুঃখিত হৈছো। এই শোকাকুল মুহূৰ্তত অষ্ট্ৰিয়াৰ কাষত থিয় দিছে ভাৰত। পীড়িতসকলৰ লগতে পৰিয়ালবৰ্গলৈ মোৰ সমবেদনা জ্ঞাপন কৰিছো।”
Deeply shocked and saddened by the dastardly terror attacks in Vienna. India stands with Austria during this tragic time. My thoughts are with the victims and their families.
— Narendra Modi (@narendramodi) November 3, 2020