PM bows to Swami Vivekananda on his Jayanti

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জন্ম জয়ন্তীত স্বামী বিবেকানন্দক শ্ৰদ্ধাৰে স্মৰণ কৰিছে।

“জন্ম জয়ন্তীত স্বামী বিবেকানন্দক মই প্ৰণাম জনাইছো৷ ৰাষ্ট্ৰীয় যুৱ দিৱসত আজি মই আমাৰ দেশৰ যুৱ প্ৰজন্মৰ অদম্য শক্তি আৰু উৎসাহক চেল্যুট জনাইছো৷ তেওঁলোক হ’ল নতুন ভাৰতৰ নিৰ্মাতা৷”—প্ৰধানমন্ত্ৰীয়ে কয়৷

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Budget 2025: Defence gets Rs 6.81 trn; aircraft, engines, ships in focus

Media Coverage

Budget 2025: Defence gets Rs 6.81 trn; aircraft, engines, ships in focus
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 1 ফেব্ৰুৱাৰী 2025
February 01, 2025

Budget 2025-26 Viksit Bharat’s Foundation Stone: Inclusive, Innovative & India-First Policies under leadership of PM Modi