প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুৰুনানক জয়ন্তী উপলক্ষে শ্ৰী গুৰুনানক দেৱলৈ প্ৰণিপাত জনাইছে৷

প্ৰধানমন্ত্ৰীয়ে কয়, “শ্ৰী গুৰু নানক দেৱে আমাৰ শুদ্ধ, ন্যায়পৰায়ণতা আৰু দয়াশীলতাৰ পথৰ শিক্ষা দিছিল৷ তেওঁ সমাজৰ পৰা অন্যায় আৰু অসমতা দূৰীকৰণৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ আছিল৷ তেওঁ শিক্ষাৰ শক্তিকো বিশ্বাস কৰিছিল৷ গুৰুনানক দেৱৰ জয়ন্তীত আমি প্ৰণিপাত জনোৱাৰ লগতে তেওঁৰ অনুপ্ৰেৰণামূলক চিন্তাধাৰাক স্মৰণ কৰিছো৷

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
India’s smartphone exports hit record Rs 2 lakh crore, becomes country’s top export commodity

Media Coverage

India’s smartphone exports hit record Rs 2 lakh crore, becomes country’s top export commodity
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 এপ্ৰিল 2025
April 12, 2025

Global Energy Hub: India’s Technological Leap Under PM Modi’s Policies