প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মৰ্যাদা আৰু সবলীকৰণ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত এখন ঘৰৰ প্ৰধান ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
নাৰী দিৱস উপলক্ষে তেওঁ কয় যে মহিলাসকলৰ অধিক সবলীকৰণৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী-আৱাস যোজনাই এক প্ৰধান চালিকা শক্তিৰ ভূমিকা গ্ৰহণ কৰিছে।
প্ৰধানমন্ত্ৰীয়ে এক্সত এইদৰে পোষ্ট কৰেঃ
"ঘৰ হৈছে মৰ্যাদাৰ ভেটি। ইয়াতেই সবলীকৰণৰ সূচনা হয় আৰু সপোনবোৰে উৰা মাৰে।
মহিলাসকলৰ অধিক সবলীকৰণৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী-আৱাস যোজনাই এক প্ৰধান চালিকা শক্তিৰ ভূমিকা গ্ৰহণ কৰিছে।"
A home is the foundation of dignity. It's where empowerment begins and dreams take flight.
— Narendra Modi (@narendramodi) March 8, 2024
PM-AWAS Yojana has been a game-changer to further empowerment of women. pic.twitter.com/qb5aSW5h5u