প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ বায়ু সেনা ভৱনত আজি বায়ু সেনা কৰ্মচাৰীৰ মুৰব্বীয়ে আয়োজন কৰা ‘এট হোম’ শীৰ্ষক অনুষ্ঠানত অংশ গ্ৰহণ কৰে৷
![](https://cdn.narendramodi.in/cmsuploads/0.55717900_1570631609_idain1.png)
এই উপলক্ষে প্ৰদৰ্শিত ‘ভাৰতীয় বায়ুসেনাৰ অভিনৱ প্ৰদৰ্শন’ শীৰ্ষক এক প্ৰদৰ্শনী পৰিদৰ্শন কৰে প্ৰধানমন্ত্ৰীয়ে৷ এই প্ৰদৰ্শনীৰ মুল বিষয়বস্তু আছিল অভিনৱ উদ্ভাৱন আৰু স্বদেশীকৰণৰ জৰিয়তে আত্মনিৰ্ভৰশীল হোৱা৷
![](https://cdn.narendramodi.in/cmsuploads/0.51727000_1570631621_idain2.png)
প্ৰধানমন্ত্ৰীয়ে লগতে ভাৰতীয় বায়ু সেনাৰ মাৰ্শ্বাল শ্ৰী অৰ্জন সিঙৰ স্বাৰক ডাক টিকটো মুকলি কৰে৷