ইৰাকৰ মছুলত সন্ত্ৰাসবাদীয়ে যিসকল লোকক হত্যা কৰিলে, তেওঁলোকৰ আত্মীয়লৈ ১০ লাখকৈ এককালীন সাহায্য যোষণা কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
The Prime Minister has announced ex-gratia payment of Rs. 10 lakh each to the next of the kin of those who were killed in Mosul.
— PMO India (@PMOIndia) April 3, 2018