প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে কেৱাড়িয়াস্থিত ষ্টেচু অৱ ইউনিটীত জনসাধাৰণক ৰাষ্ট্ৰীয় একতা দিৱসৰ শপত বাক্য পাঠ কৰায়৷ তেওঁ লগতে সমগ্ৰ দেশৰ বিভিন্ন আৰক্ষী বাহিনীৰদ্বাৰা প্ৰদৰ্শন কৰা ৰাষ্ট্ৰীয় একতা দিৱসৰ পেৰেডতো ভাগ লয়৷

|

২০১৪ৰ ৩১ অক্টোবৰৰ পৰা ৰাষ্ট্ৰীয় একতা দিৱস পালন কৰি অহা হৈছে আৰু সমগ্ৰ দেশত সকলো শ্ৰেণী লোকে একতাৰ দৌৰত অংশ লয়৷

সকলো ৰাজ্যৰ পতাকা বহনকাৰী আৰু গুজৰাট ষ্টুডেণ্ট কেডেট কৰ্পছে প্ৰধানমন্ত্ৰীৰ সন্মুখত ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ক লৈ ড্ৰিল প্ৰদৰ্শন কৰে৷ এনএছজি, চিআইএছএফ, এনডিআৰএফ, চিআৰপিএফ, গুজৰাট আৰক্ষী আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে প্ৰধানমন্ত্ৰীৰ সন্মুখত পৃথককৈ তেওঁলোকৰ বাহিনীৰ কলা-কৌশল প্ৰদৰ্শন কৰে৷

|

ইয়াৰ পিছত প্ৰধানমন্ত্ৰীয়ে কেৱাড়িয়াত প্ৰযুক্তি প্ৰদৰ্শনী স্থলী উদ্বোধন কৰে৷ আৰক্ষী বাহিনীয়ে তেওঁক বিপনীসমূহ দৰ্শন কৰায়, য’ত অসামৰিক বিমান সুৰক্ষা, আৰক্ষী বাহিনীৰ আধুনিকীকৰণৰ পৰা আৰম্ভ কৰি বিভিন্ন বিষয়ক লৈ আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ প্ৰদৰ্শন কৰা হৈছে৷

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Indian banks outperform global peers in digital transition, daily services

Media Coverage

Indian banks outperform global peers in digital transition, daily services
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister chairs a meeting of the CCS
April 23, 2025

Prime Minister, Shri Narendra Modi, chaired a meeting of the Cabinet Committee on Security at 7, Lok Kalyan Marg, today, in the wake of the terrorist attack in Pahalgam.

The Prime Minister posted on X :

"In the wake of the terrorist attack in Pahalgam, chaired a meeting of the CCS at 7, Lok Kalyan Marg."