QuoteIn every state there are a few districts where development parameters are strong. We can learn from them and work on weaker districts: PM
QuoteA spirit of competitive and cooperative federalism is very good for country: PM Modi
QuotePublic participation in development process yields transformative results: PM Modi
QuoteEssential to identify the areas where districts need improvement and then address the shortcomings: Prime Minister

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সংসদৰ চেণ্ট্ৰেল হলত অনুষ্ঠিত ৰাষ্ট্ৰীয় বিধায়িনী সন্মিলনত ভাষণ আগবঢ়ায়। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে কয়, “প্ৰতি ৰাজ্যৰে কেইখনমানহে এনে জিলা আছে, য’ত উন্নয়নৰ মাপকাঠি অতি শক্তিশালী। আমি সেইবোৰৰ শিকিব পাৰো আৰু তুলনামুলকভাৱে পিছপৰা জিলাসমূহত সেই অনুসৰি কাম কৰিব পাৰো।”

এখন দেশৰ বাবে প্ৰতিযোগিতা আৰু সহযোগিতামুলক যুক্তৰাষ্ট্ৰৰ মনোভাৱ থকাটো অতি উত্তম দিশ।

জনতাৰ অংশগ্ৰহণে সদায়েই সহায় কৰে। যদিহে জনতাৰ সৈতে চৰকাৰী কাম-কাজ কৰিব পাৰে তথা তেওঁলোকক উন্নয়নমুলক ব্যৱস্থাৰ সৈতে জড়িত কৰিব পাৰে, তেনেহ’লে ইয়াৰ ফলাফল স্বাভাৱিকতে পৰিৱৰ্তনশীল হ’ব।

পিছপৰা জিলাসমূহৰ উন্নয়নৰ প্ৰয়োজনীয় ক্ষেত্ৰসমূহ চিনাক্ত কৰি সেই অনুসৰি ইয়াৰ ভুল-ত্ৰুটিসমূহ মোকাবিলা কৰিব লাগিব।

|
 

এবাৰ আমি জিলাসমূহৰ এটি দিশ পৰিৱৰ্তন কৰাৰ সিদ্ধান্ত ল’লে, আমি অন্যান্য ত্ৰুটিসমূহৰ বিপৰীতে কাম কৰাৰ বাবে গতি পাম।

আমাৰ মানৱ সম্পদ, দক্ষতা আৰু সম্পদ সকলো আছে। আমি সকলোৱে এক অভিযান হিচাপে লৈ কাম কৰাৰ লগতে ইতিবাচক পৰিৱৰ্তন আনিব লাগিব। আমাৰ লক্ষ্য হৈছে সমাজত ন্যায় প্ৰতিষ্ঠা কৰা।

আমি পৰিৱৰ্তনকামী জিলাসমূহত কাম কৰি ভাৰতৰ মানৱ উন্নয়ন সূচকাংক উন্নত কৰিব পাৰিম।

এই বিধায়িনী সন্মিলন হৈছে অধ্যক্ষা সুমিত্ৰা মহাজন ডাঙৰীয়ানিয়ে লোৱা এক প্ৰশংসনীয় পদক্ষেপ। বিভিন্ন ৰাজ্যৰ সাংসদসকলৰ সৈতে গুৰুত্বপূৰ্ণ বিষয়ৰ সন্দৰ্ভত একেলগে আলোচনা কৰাৰ এয়া অতি সুন্দৰ প্ৰচেষ্টা।”

Click here to read PM's speech

Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
The Future Is India: Q4 FY25 GDP Surge Cements Nation’s Global Economic Leadership

Media Coverage

The Future Is India: Q4 FY25 GDP Surge Cements Nation’s Global Economic Leadership
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Canadian PM calls PM Modi, extends invitation for G7 Summit
June 06, 2025
QuoteThe two leaders acknowledge the deep people-to-people ties between India and Canada

The Prime Minister, Shri Narendra Modi got a call from Canadian Prime Minister, Mr. Mark Carney.

During conversation, Shri Modi congratulated Canadian Prime Minister, Mr. Mark Carney on his recent election victory and thanked him for the invitation to the G7 Summit in Kananaskis later this month.

The two leaders acknowledged the deep people-to-people ties between India and Canada and reaffirmed their commitment to work together with renewed vigour, guided by mutual respect and shared interests.

Prime Minister, Shri Modi conveyed that he looks forward to their meeting at the Summit.

In a X post, Shri Modi wrote;

"Glad to receive a call from Prime Minister @MarkJCarney of Canada. Congratulated him on his recent election victory and thanked him for the invitation to the G7 Summit in Kananaskis later this month. As vibrant democracies bound by deep people-to-people ties, India and Canada will work together with renewed vigour, guided by mutual respect and shared interests. Look forward to our meeting at the Summit."