প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফিলিপাইনছৰ মহামহিম ৰাষ্ট্ৰপতি ফাৰ্ডিনাণ্ড মাৰ্কোছ জুনিয়ৰৰ সৈতে টেলিফোনৰে বাৰ্তালাপত মিলিত হয়।

ফিলিপাইনছৰ সপ্তদশ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা বাবে মহামহিম মাৰ্কোছ জুনিয়ৰক প্ৰধানমন্ত্ৰীয়ে অভিনন্দন জনায়।

দুয়োগৰাকী নেতাই বিভিন্ন ক্ষেত্ৰত গঢ়ি উঠা দ্বিপাক্ষিক সম্পৰ্কৰ সমীক্ষা কৰাৰ লগতে শেহতীয়া বছৰদিয়েকত দুয়োখন ৰাষ্ট্ৰৰ মাজত দ্ৰুত গতিত বৃদ্ধি পোৱা সহযোগিতাক লৈ সন্তুষ্টি প্ৰকাশ কৰে।

ভাৰতৰ ‘এক্ট ইষ্ট নীতি’ আৰু ‘ভাৰত-প্ৰশান্ত মহাসাগৰীয় দৃষ্টিভংগী’ৰ ক্ষেত্ৰত ফিলিপাইনছে গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা প্ৰধানমন্ত্ৰীয়ে দোহৰাৰ লগতে দ্বিপাক্ষিক সম্পৰ্কৰ আৰু অধিক সম্প্ৰসাৰণৰ পোষকতা কৰে।

প্ৰধানমন্ত্ৰীয়ে ফিলিপাইনছৰ উন্নয়ণৰ লক্ষ্যৰে ৰাষ্ট্ৰপতি ফাৰ্ডিনাণ্ড মাৰ্কোছ জুনিয়ৰে গ্ৰহণ কৰিব খোজা পৰিকল্পনা-প্ৰকল্পসমূহলৈ ভাৰতে সম্পৰ্ণ সহযোগিতা আগবঢ়াই যাব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে।

 

  • Geeta Khare February 19, 2024

    pm Modi ji phone number send karo please
  • Babla sengupta February 09, 2024

    Babla sengupta
  • Sujitkumar Nath August 26, 2022

    S
  • Jayantilal Parejiya August 13, 2022

    Jay Hind 2
  • Anil Jethloja August 12, 2022

    jay hind
  • Bharat khandre August 09, 2022

    JAI HIND
  • Mrunal Goswami August 09, 2022

    jaihind
  • Rakesh Shah August 08, 2022

    Jai Hind
  • Suresh Nayi August 07, 2022

    રાષ્ટ્રગાનના રચયિતા અને મહાન કવિ ગુરુદેવ રવિન્દ્રનાથ ટાગોરની પુણ્યતિથિ પર કોટિ કોટિ વંદન...
  • Suresh Nayi August 07, 2022

    રાષ્ટ્રગાનના રચયિતા અને મહાન કવિ ગુરુદેવ રવિન્દ્રનાથ ટાગોરની પુણ્યતિથિ પર કોટિ કોટિ વંદન
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
From Digital India to Digital Classrooms-How Bharat’s Internet Revolution is Reaching its Young Learners

Media Coverage

From Digital India to Digital Classrooms-How Bharat’s Internet Revolution is Reaching its Young Learners
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles passing of Shri Sukhdev Singh Dhindsa Ji
May 28, 2025

Prime Minister, Shri Narendra Modi, has condoled passing of Shri Sukhdev Singh Dhindsa Ji, today. "He was a towering statesman with great wisdom and an unwavering commitment to public service. He always had a grassroots level connect with Punjab, its people and culture", Shri Modi stated.

The Prime Minister posted on X :

"The passing of Shri Sukhdev Singh Dhindsa Ji is a major loss to our nation. He was a towering statesman with great wisdom and an unwavering commitment to public service. He always had a grassroots level connect with Punjab, its people and culture. He championed issues like rural development, social justice and all-round growth. He always worked to make our social fabric even stronger. I had the privilege of knowing him for many years, interacting closely on various issues. My thoughts are with his family and supporters in this sad hour."