প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰে যে 'পৰীক্ষা যোদ্ধাসকলে' সততে আলোচনা কৰিব বিচৰা বিষয়সমূহৰ এটা হৈছে মানসিক স্বাস্থ্য আৰু সুস্থতা। "সেয়েহে, এই বছৰৰ ‘পৰীক্ষা পে’ চৰ্চা’ত এই বিষয়টোৰ প্ৰতি বিশেষভাৱে উৎসৰ্গিত এটা খণ্ড যুগুতোৱা হৈছে যিটো কাইলৈ, ১২ ফেব্ৰুৱাৰীত সম্প্ৰচাৰিত কৰা হ’ব", শ্ৰী মোদীয়ে লগতে কয়।


প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত ‘পোষ্ট’ কৰিছে;


"#ExamWarriors-য়ে সততে আলোচনা কৰিব বিচৰা বিষয়সমূহৰ এটা হৈছে ‘মানসিক স্বাস্থ্য আৰু সুস্থতা’। সেয়েহে, এই বছৰৰ ‘পৰীক্ষা পে’ চৰ্চা’ত এই বিষয়টোৰ প্ৰতি বিশেষভাৱে সমৰ্পিত এটা খণ্ড যুগুতোৱা হৈছে যিটো কাইলৈ, ১২ ফেব্ৰুৱাৰীত সম্প্ৰচাৰিত হ’ব। আৰু আমাৰ লগত @deepikapadukone আছে, যি এই বিষয়টোৰ প্ৰতি বিশেষভাৱে আগ্ৰহ প্ৰকাশ কৰি আহিছে, তেওঁ এই সন্দৰ্ভত কথা পাতিছে।"

 

 

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Apple grows India foothold, enlists big Indian players as suppliers

Media Coverage

Apple grows India foothold, enlists big Indian players as suppliers
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 20 মাৰ্চ 2025
March 20, 2025

Citizen Appreciate PM Modi's Governance: Catalyzing Economic and Social Change