ভাৰতৰ যুৱ শক্তিয়ে বিস্ময়কৰ কাম কৰিব পাৰে বুলি বিশ্বাস ব্যক্ত কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁলোকক উজ্জ্বল আৰু উৎকৃষ্ট কৰাৰ সকলো সুযোগ প্ৰদান কৰাৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতা দোহাৰে।

‘মাইগভইণ্ডিয়া হেণ্ডেল’-ৰ এটা ‘পোষ্ট’ৰ প্ৰতি সঁহাৰি জনাই শ্ৰী মোদীয়ে কয়:

"আমাৰ যুৱ শক্তিয়ে বিস্ময়কৰ কাম কৰিব পাৰে! আৰু, আমি তেওঁলোকক সকলো সুযোগ দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ যিয়ে তেওঁলোকক উজ্জ্বল আৰু উৎকৃষ্ট কৰি তুলিব।"

 

 

Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
How GeM has transformed India’s public procurement

Media Coverage

How GeM has transformed India’s public procurement
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 মে’ 2025
May 19, 2025

Citizens Appreciate PM Modi’s Vision: Powering India’s Sustainable and Inclusive Growth