প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুনৰ কয় যে চৰকাৰে জনসাধাৰণৰ বাবে উচ্চমানৰ আন্তঃগাঁথনি সুনিশ্চিত কৰাৰ লগতে সংযোগৰ শক্তিক অধিক সমৃদ্ধিৰ বাবে লাভৱান কৰিবলৈ বহু পদক্ষেপ গ্ৰহণ কৰি আহিছে। তেওঁ লগতে কয় যে আগন্তুক নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰে এনচিআৰ আৰু উত্তৰ প্ৰদেশৰ বাবে সংযোগ আৰু ‘ইজ অৱ লিভিং’ বৃদ্ধি কৰিব।

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰাম মোহন নাইডুৰ এক্সৰ এটা পোষ্টৰ প্ৰতি সঁহাৰি জনাই শ্ৰী মোদীয়ে লিখিছে:

“আগন্তুক নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰে এনচিআৰ আৰু উত্তৰ প্ৰদেশৰ বাবে সংযোগ আৰু ‘ইজ অৱ লিভিং’ বৃদ্ধি কৰিব। আমাৰ চৰকাৰে জনসাধাৰণৰ বাবে উচ্চমানৰ আন্তঃগাঁথনি সুনিশ্চিত কৰাৰ লগতে সংযোগৰ শক্তিক অধিক সমৃদ্ধিৰ বাবে লাভৱান কৰিবলৈ বহু পদক্ষেপ গ্ৰহণ কৰি আহিছে।”

 

 

 

Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Using tech to empower women and children

Media Coverage

Using tech to empower women and children
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 2 জুলাই 2025
July 02, 2025

Appreciation for PM Modi’s Leadership Leading Innovation and Self-Reliance