Quoteতেওঁৰ শ্লোকবোৰে তামিল সংস্কৃতিৰ সাৰমৰ্ম আৰু আমাৰ দাৰ্শনিক ঐতিহ্যক প্ৰতিফলিত কৰে: প্ৰধানমন্ত্ৰী
Quoteতেওঁৰ শিক্ষাই ধাৰ্মিকতা, সহানুভূতি আৰু ন্যায়ৰ ওপৰত গুৰুত্ব আৰোপ কৰে: প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তিৰুৱল্লুৱৰ দিৱসত মহান তামিল দাৰ্শনিক, কবি আৰু চিন্তাবিদ তিৰুৱল্লুৱৰক স্মৰণ কৰে। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে কয় যে মহান তিৰুৱল্লুৱৰৰ শ্লোকবোৰত তামিল সংস্কৃতিৰ সাৰমৰ্ম আৰু আমাৰ দাৰ্শনিক ঐতিহ্য প্ৰতিফলিত হৈছে। শ্ৰী মোদীয়ে কয় "তেওঁৰ কালজয়ী ৰচনা তিৰুক্কুৰালে প্ৰেৰণাৰ পোহৰ হিচাপে স্থান লৈ আছে, যি বিভিন্ন বিষয়ত গভীৰ অন্তৰ্দৃষ্টি প্ৰদান কৰে।"

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:

"তিৰুৱল্লুৱৰ দিৱসত আমি আমাৰ দেশৰ অন্যতম শ্ৰেষ্ঠ দাৰ্শনিক, কবি আৰু চিন্তাবিদ মহান তিৰুৱল্লুৱৰক স্মৰণ কৰিছো। তেওঁৰ শ্লোকবোৰত তামিল সংস্কৃতিৰ সাৰমৰ্ম আৰু আমাৰ দাৰ্শনিক ঐতিহ্য প্ৰতিফলিত হয়। তেওঁৰ শিক্ষাত ধাৰ্মিকতা, সহানুভূতি আৰু ন্যায়ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। তেওঁৰ কালজয়ী ৰচনাতিৰুক্কুৰালবিভিন্ন বিষয়ৰ ওপৰত গভীৰ অন্তৰ্দৃষ্টি প্ৰদান কৰা প্ৰেৰণাৰ পোহৰস্বৰূপ। আমি আমাৰ সমাজৰ বাবে তেওঁৰ দৃষ্টিভংগী পূৰণ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰি যাম।"

 

 

  • अमित प्रेमजी | Amit Premji March 03, 2025

    nice👍
  • kranthi modi February 22, 2025

    jai sri ram 🚩
  • Vivek Kumar Gupta February 18, 2025

    नमो ..🙏🙏🙏🙏🙏
  • Vivek Kumar Gupta February 18, 2025

    जय जयश्रीराम ...........................🙏🙏🙏🙏🙏
  • Bhushan Vilasrao Dandade February 10, 2025

    जय हिंद
  • Dr Mukesh Ludanan February 08, 2025

    Jai ho
  • Dr Swapna Verma February 06, 2025

    jay shree Ram
  • Bikranta mahakur February 04, 2025

    m
  • Bikranta mahakur February 04, 2025

    n
  • Bikranta mahakur February 04, 2025

    b
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Khadi products witnessed sale of Rs 12.02 cr at Maha Kumbh: KVIC chairman

Media Coverage

Khadi products witnessed sale of Rs 12.02 cr at Maha Kumbh: KVIC chairman
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 8 মাৰ্চ 2025
March 08, 2025

Citizens Appreciate PM Efforts to Empower Women Through Opportunities