প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰে যে ইণ্ডিয়া গেটত নেতাজী সুভাষ চন্দ্ৰ বসুৰ এক বিশাল প্ৰতিমূৰ্তি স্থাপন কৰা হ'ব। নেতাজী সুভাষ চন্দ্ৰ বসুৰ বিশাল প্ৰতিমূৰ্তি সম্পূৰ্ণ নোহোৱালৈকে প্ৰধানমন্ত্ৰীয়ে ২৩ জানুৱাৰী, ২০২২ তাৰিখে নেতাজীৰ জন্ম জয়ন্তীত তেওঁৰ হলোগ্ৰাম প্ৰতিমূৰ্তি উন্মোচন কৰিব। এলানি টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;
যি সময়ত সমগ্ৰ দেশে নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫ তম জন্ম জয়ন্তী উদযাপন কৰিছে সেই সময়ত মই আনন্দিত যে গ্ৰেনাইটেৰে নিৰ্মিত তেওঁৰ বিশাল মূৰ্তিটো ইণ্ডিয়া গেটত স্থাপন কৰা হ'ব। এইটো তেওঁৰ প্ৰতি ভাৰতৰ ঋণ আদায় কৰাৰ প্ৰতীক হ'ব।
নেতাজী বসুৰ বিশাল মূৰ্তিটো সম্পূৰ্ণ নোহোৱালৈকে, তেওঁৰ এটা হলোগ্ৰাম মূৰ্তি একে ঠাইতে স্থাপিত হ’ব। মই নেতাজীৰ জন্ম জয়ন্তীত ২৩ জানুৱাৰীত তেওঁৰ হলোগ্ৰামৰ মূৰ্তিটো উন্মোচন কৰিম।"
At a time when the entire nation is marking the 125th birth anniversary of Netaji Subhas Chandra Bose, I am glad to share that his grand statue, made of granite, will be installed at India Gate. This would be a symbol of India’s indebtedness to him. pic.twitter.com/dafCbxFclK
— Narendra Modi (@narendramodi) January 21, 2022
Till the grand statue of Netaji Bose is completed, a hologram statue of his would be present at the same place. I will unveil the hologram statue on 23rd January, Netaji’s birth anniversary. pic.twitter.com/jsxFJwEkSJ
— Narendra Modi (@narendramodi) January 21, 2022