Quoteপ্ৰধানমন্ত্ৰীয়ে ২৩ জানুৱাৰীত নেতাজীৰ জন্ম জয়ন্তীত তেওঁৰ হলোগ্ৰাম প্ৰতিমূৰ্তি উন্মোচন কৰিব


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰে যে ইণ্ডিয়া গেটত নেতাজী সুভাষ চন্দ্ৰ বসুৰ এক বিশাল প্ৰতিমূৰ্তি স্থাপন কৰা হ'ব। নেতাজী সুভাষ চন্দ্ৰ বসুৰ বিশাল প্ৰতিমূৰ্তি সম্পূৰ্ণ নোহোৱালৈকে প্ৰধানমন্ত্ৰীয়ে ২৩ জানুৱাৰী, ২০২২ তাৰিখে নেতাজীৰ জন্ম জয়ন্তীত তেওঁৰ হলোগ্ৰাম প্ৰতিমূৰ্তি উন্মোচন কৰিব। এলানি টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

যি সময়ত সমগ্ৰ দেশে নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫ তম জন্ম জয়ন্তী উদযাপন কৰিছে সেই সময়ত মই আনন্দিত যে গ্ৰেনাইটেৰে নিৰ্মিত তেওঁৰ বিশাল মূৰ্তিটো ইণ্ডিয়া গেটত স্থাপন কৰা হ'ব। এইটো তেওঁৰ প্ৰতি ভাৰতৰ ঋণ আদায় কৰাৰ প্ৰতীক হ'ব।

নেতাজী বসুৰ বিশাল মূৰ্তিটো সম্পূৰ্ণ নোহোৱালৈকে, তেওঁৰ এটা হলোগ্ৰাম মূৰ্তি একে ঠাইতে স্থাপিত হ’ব। মই নেতাজীৰ জন্ম জয়ন্তীত ২৩ জানুৱাৰীত তেওঁৰ হলোগ্ৰামৰ মূৰ্তিটো উন্মোচন কৰিম।"

  • Jayanta Kumar Bhadra June 02, 2022

    Jay Sri Krishna
  • Jayanta Kumar Bhadra June 02, 2022

    Jay Sri Ganesh
  • Jayanta Kumar Bhadra June 02, 2022

    Jay Sri Ram
  • Laxman singh Rana May 19, 2022

    namo namo 🇮🇳🙏🚩
  • Laxman singh Rana May 19, 2022

    namo namo 🇮🇳🙏🌷
  • Laxman singh Rana May 19, 2022

    namo namo 🇮🇳🙏
  • G.shankar Srivastav April 08, 2022

    जय माता दी
  • Vivek Kumar Gupta April 06, 2022

    जय जयश्रीराम
  • Vivek Kumar Gupta April 06, 2022

    नमो नमो.
  • Vivek Kumar Gupta April 06, 2022

    जयश्रीराम
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
How MUDRA & PM Modi’s Guarantee Turned Jobseekers Into Job Creators

Media Coverage

How MUDRA & PM Modi’s Guarantee Turned Jobseekers Into Job Creators
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM hails the inauguration of Amravati airport
April 16, 2025

The Prime Minister Shri Narendra Modi today hailed the inauguration of Amravati airport as great news for Maharashtra, especially Vidarbha region, remarking that an active airport in Amravati will boost commerce and connectivity.

Responding to a post by Union Civil Aviation Minister, Shri Ram Mohan Naidu Kinjarapu on X, Shri Modi said:

“Great news for Maharashtra, especially Vidarbha region. An active airport in Amravati will boost commerce and connectivity.”