আজি নৱৰাত্ৰিৰ মহাসপ্তমী উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেৱী কালৰাত্ৰিক প্ৰণাম জনায়।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে প’ষ্ট কৰে
"নৱৰাত্ৰিৰ মহাসপ্তমীত অশুভ শক্তিৰ বিনাশকাৰী মা কালৰাত্ৰিলৈ প্ৰণাম। দেৱী মাক সকলো বাধা দূৰ কৰি সকলোকে আশীৰ্বাদ দিবলৈ প্ৰাৰ্থনা জনাইছোঁ।"
नवरात्रि की महासप्तमी पर नकारात्मक शक्तियों की संहारक मां कालरात्रि का चरण-वंदन। बाधाओं को दूर करने वाली शुभफलदायिनी देवी मां से मेरी विनती है कि वे हर किसी पर कृपा बनाए रखें। pic.twitter.com/iAYvnBzbV7
— Narendra Modi (@narendramodi) October 21, 2023