প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে নাগালেণ্ডৰ চহকী জৈৱিক উৎপাদিত সামগ্ৰী প্ৰকৃতি আৰু সংস্কৃতিৰ মাজত সমন্বয়ৰ প্ৰমাণ।
ৰাজ্যসভাৰ সাংসদ শ্ৰীমতী এছ ফাংনন কনিয়াৰ টুইটৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে টুইটাৰত কয়; “নাগালেণ্ডৰ চহকী জৈৱিক উৎপাদিত সামগ্ৰী সঁচাকৈয়ে এক আনন্দৰ বিষয়। ই প্ৰকৃতি আৰু সংস্কৃতিৰ মাজত সম্প্ৰীতিৰো প্ৰমাণ।”
Nagaland's rich organic produce is truly a delight. It is also testament to the harmony between nature and culture. https://t.co/IVTg47Nmq6
— Narendra Modi (@narendramodi) June 12, 2023