QuoteMr. Greg Abbott, Governor of Texas, calls on PM

ভাৰত ভ্ৰমণলৈ অহা টেক্সাছৰ গৱৰ্ণৰ গ্ৰেগ এব্ব’টে বুধবাৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷ 

|

ভাৰত আৰু আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ ক্ৰমবৰ্ধমান শক্তিশালী কূটনৈতিক সম্পৰ্কৰ কথা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে টেক্সাছৰ সৈতে বাণিজ্য, শক্তি, উদ্যোগ, শিক্ষা আৰু জনসাধাৰণৰ পৰস্পৰে পৰস্পৰৰ যোগাযোগ সম্বন্ধৰ গুৰুত্ব সম্পৰ্কে মন্তব্য কৰে৷ এই মৈত্ৰী অধিক শক্তিশালী কৰাৰ সপক্ষে দুয়োগৰাকী নেতাই মতপোষণ কৰে৷

গৱৰ্ণৰ এব্ব’টে টেক্সাছ তথা আমেৰিকা যুক্তৰাষ্ট্ৰত বাস কৰি থকা ভাৰতীয় মূলৰ লোকসকলৰ অৰিহণাৰ শলাগ লয়৷

Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Over 88% Trust PM Modi On National Security Matters After Op Sindoor: News18 Survey

Media Coverage

Over 88% Trust PM Modi On National Security Matters After Op Sindoor: News18 Survey
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 8 জুন 2025
June 08, 2025

PM Modi’s Vision of Women-led Development – Transforming Women into Nation Builders