Quoteপ্ৰধানমন্ত্ৰীয়ে অৰুণাচল প্ৰদেশৰ নামছাইৰ হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰে। তেওঁ প্ৰধানমন্ত্ৰী মহিলা কিষাণ ড্ৰোণ কেন্দ্ৰও মুকলি কৰে। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দেওঘৰৰ এইমছত ১০,০০০ সংখ্যক জন ঔষধী কেন্দ্ৰ উৎসৰ্গা কৰে। তদুপৰি, শ্ৰী মোদীয়ে দেশত জন ঔষধি কেন্দ্ৰৰ সংখ্যা ১০,০০০ ৰ পৰা ২৫,০০০ লৈ বৃদ্ধি কৰাৰ বাবেও কাৰ্যসূচী আৰম্ভ কৰে। মহিলা আত্মসহায়ক গোটসমূহক ড্ৰোন প্ৰদান কৰা আৰু জন ঔষধি কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰা –এই দুয়োটা পদক্ষেপৰ বিষয়ে প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে। তেওঁ এই বছৰৰ আৰম্ভণিতে স্বাধীনতা দিৱসৰ ভাষণত জন ঔষধি কেন্দ্ৰৰ সংখ্যা ১০,০০০ ৰ পৰা ২৫,০০০ লৈ বৃদ্ধি কৰাৰ বিষয়ে ঘোষণা কৰিছিল। এই কাৰ্যসূচীয়ে প্ৰধানমন্ত্ৰী মোডীৰ  প্ৰতিশ্ৰুতি পূৰণ কৰাটো চিহ্নিত কৰে।

অৰুণাচল প্ৰদেশৰ নামচাইৰ বাসিন্দা শ্ৰী লাকাৰ পালেঙে প্ৰধানমন্ত্ৰীক চৰকাৰৰ সহায়ত নিৰ্মাণ কৰা পকী ঘৰৰ বিষয়ে অৱগত কৰে। তেওঁ জল জীৱন মিছনৰ দ্বাৰা অনা পৰিৱৰ্তনৰ বিষয়েও প্ৰধানমন্ত্ৰীক জনায়।

শ্ৰী লাকৰে প্ৰধানমন্ত্ৰীক 'জয় হিন্দ' ৰে শুভেচ্ছা জনোৱাৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে কয় যে অৰুণাচলত জয় হিন্দ অতি জনপ্ৰিয় শুভেচ্ছাবাণী আৰু অৰুণাচলৰ লোকসকলৰ সৈতে বাৰ্তালাপ কৰাটো সদায়েই আনন্দদায়ক।

শ্ৰী লাকাৰক তেওঁৰ গাঁও পঞ্চায়তে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ বিষয়ে অৱগত কৰিছিল, ফলত ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ অন্তৰ্নিহিত বাৰ্তা তেওঁৰ বাবে অতি স্পষ্ট আছিল। প্ৰধানমন্ত্ৰীয়ে গাওঁবাসীক ৫টা দল গঠন কৰিবলৈ আৰু পাঁচখন গাঁৱলৈ গৈ বিকশিত ভাৰত সংকল্প যাত্ৰাৰ 'মোডী কি গেৰাণ্টি' বাহন আহি আছে বুলি জনাবলৈ কয়।

 

  • manju chhetri February 02, 2024

    जय हो
  • Dr Guinness Madasamy January 23, 2024

    BJP seats in 2024 lok sabha election(My own Prediction ) Again NaMo in Bharat! AP-10, Bihar -30,Gujarat-26,Haryana -5,Karnataka -25,MP-29, Maharashtra -30, Punjab-10, Rajasthan -20,UP-80,West Bengal-30, Delhi-5, Assam- 10, Chhattisgarh-10, Goa-2, HP-4, Jharkhand-14, J&K-6, Orissa -20,Tamilnadu-5
  • Rinku rattan January 22, 2024

    jai shree ram
  • Dnyaneshwar Jadhav January 20, 2024

    जय श्री राम
  • Dnyaneshwar Jadhav January 20, 2024

    जय श्री राम
  • Dnyaneshwar Jadhav January 20, 2024

    जय श्री राम
  • Dr Pankaj Bhivate January 12, 2024

    Jay Shri ram 🚩
  • Dr Anand Kumar Gond Bahraich January 07, 2024

    जय हो
  • Lalruatsanga January 06, 2024

    wow
  • subrat pathak January 04, 2024

    jai ho
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
'They will not be spared': PM Modi vows action against those behind Pahalgam terror attack

Media Coverage

'They will not be spared': PM Modi vows action against those behind Pahalgam terror attack
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 23 এপ্ৰিল 2025
April 23, 2025

Empowering Bharat: PM Modi's Policies Drive Inclusion and Prosperity