প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে বিশ্ব জল দিৱস উপলক্ষে প্ৰতিটোপাল পানী সংৰক্ষণৰ বাবে জনসাধাৰণৰ প্ৰতি আহ্বান জনায়৷ তেওঁ ব্যক্তি আৰু যিবোৰ প্রতিষ্ঠানে পানী সংৰক্ষণৰ কামত জড়িত তেওঁলোকৰ ভূমিকাৰ প্রশংসা কৰে৷

এলানি টুইটযোগে প্রধানমন্ত্রীয়ে কয়,

“বিগত কেইবা বছৰ ধৰি পানী সংৰক্ষণ গন আন্দোলনত পৰিণত হোৱাৰ বাবে বহুত ভাল লাগিছে। দেশৰ প্রতিটো প্রান্তত পানী সংৰক্ষণৰ বাবে বিভিন্ন উদ্ভাৱনী পদক্ষেপ লোৱা হৈছে। পানী সংৰক্ষণক লৈ যিবোৰ প্রতিষ্ঠান আৰু ব্যক্তিয়ে কাম কৰিছে তেওঁলোক প্রশংসাৰ পাত্ৰ।”

“অদ্ভিঃ সর্বানি ভূতানি জীৱন্তি প্রভৱন্তি চ।।

বিশ্ব জল দিৱসত আহক আমি শপত লওঁ যে আমি প্ৰতিটোপাল পানী সংৰক্ষণ কৰিম। আমি নাগৰিকসকলৰ বাবে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰিম আৰু পানী সংৰক্ষণৰ বাবে দেশত জল জীৱন মিচনৰ দৰে বিভিন্ন প্রকল্প ৰূপায়ণ কৰা হৈছে৷”

জল জীৱন মিচনৰ জৰিয়তে “মা-ভগ্নীসকলৰ জীৱনযাত্রাক সহজ কৰি তোলা হৈছে৷ প্রত্যেকৰে অংশীদাৰিত্বৰ জৰিয়তে ঘৰে ঘৰে নলসংযোগী পানী প্ৰদানৰ সংকল্প পূৰণ হ’ব।”

“আহক আমি সুস্থিৰ এটা গ্রহৰ বাবে আৰু অধিক জল সংৰক্ষণত ব্রতী হও৷ প্রতিটোপাল পানী সংৰক্ষণৰ জৰিয়তে জনসাধাৰণ উপকৃত হ’ব আৰু আমাৰ উন্নয়ন ত্বৰান্বিত হ’ব৷”

 

 

 

  • Vivek Kumar Gupta April 23, 2022

    जय जयश्रीराम
  • Vivek Kumar Gupta April 23, 2022

    नमो नमो.
  • Vivek Kumar Gupta April 23, 2022

    जयश्रीराम
  • Vivek Kumar Gupta April 23, 2022

    नमो नमो
  • Vivek Kumar Gupta April 23, 2022

    नमो
  • ranjeet kumar April 20, 2022

    jay🙏🎉🎉
  • Chowkidar Margang Tapo April 20, 2022

    vande mataram Jai BJP,,,
  • Vigneshwar reddy Challa April 12, 2022

    jai modi ji sarkaar
  • DR HEMRAJ RANA April 10, 2022

    इस चुनाव में बहुत सी चीजें प्रथम बार हुई। उत्तर प्रदेश में 38 साल बाद कोई सरकार दोबारा आई। कांग्रेस की 399 सीटों में से 387 सीटों पर जमानत जब्त हुई। आजकल एक नई पार्टी है, जो अपना आपा खो देती है। उत्तर प्रदेश में उनकी सभी 377 सीटों पर जमानत जब्त हो गई। - श्री @JPNadda
  • ranjeet kumar April 02, 2022

    Jay🙏🙏 sri🙏🙏 ram
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
India Inc gets faster: Work-in-progress cycle drops to decade low at 14 days

Media Coverage

India Inc gets faster: Work-in-progress cycle drops to decade low at 14 days
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 23 জুলাই 2025
July 23, 2025

Citizens Appreciate PM Modi’s Efforts Taken Towards Aatmanirbhar Bharat Fuelling Jobs, Exports, and Security