প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ২০২২ ৰ ৩০ জানুৱাৰীত অনুষ্ঠিতব্য 'মন কী বাত' গান্ধী জীক তেওঁৰ পুণ্য তিথিত স্মৰণৰ ঠিক পিছতেই পুৱা ১১:৩০ বজাত আৰম্ভ হ'ব।
প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে এইবুলি টুইট কৰে;
"৩০ তাৰিখে অনুষ্ঠিতব্য এই মাহৰ #MannKiBaat গান্ধী জীক তেওঁৰ পুণ্য তিথিত স্মৰণৰ ঠিক পিছতেই পুৱা ১১:৩০ বজাত আৰম্ভ হ'ব।"
This month’s #MannKiBaat, which will take place on the 30th, will begin at 11:30 AM after observing the remembrances to Gandhi Ji on his Punya Tithi.
— PMO India (@PMOIndia) January 23, 2022