Let's convey our best wishes to all our players and encourage them: PM Modi
The Kargil War is a symbol of bravery and restraint of the Indian Forces, which the whole world has witnessed: PM Modi
'Amrut Mahotsav' is neither a programme of the government nor any political party. It is a programme of the people of India: PM Modi
#MyHandloomMyPride: PM Modi urges citizens to buy khadi and handloom products
'Mann Ki Baat' has positivity and sensitivity. It has a collective character: PM Modi
Glad to know that nearly 75% of suggestions received for Mann Ki Baat are from under 35 age group: PM Modi
Saving every drop of water, preventing any kind of wastage of water should become an integral part of our lives: PM Modi

মোৰ মৰমৰ দেশবাসীসকল, নমস্কাৰ!

দুদিন পূৰ্বৰ কিছুমান অদভূত ছবি, কিছু স্মৃতিদায়ক পল এতিয়াও মোৰ চকুত ভাঁহি আছে, সেইবাবে এইবাৰ ‘মন কী বাত’ৰ আৰম্ভণি সেই ক্ষণটোৰ পৰা আৰম্ভ কৰিবলৈ বিচাৰিছো ৷ টকিঅ’ অলিম্পিকত ভাৰতীয় খেলুৱৈয়ে ত্ৰিৰংগা লৈ আগবাঢ়ি যোৱাৰ ক্ষণটোত কেৱল ময়েই নহয়, সমগ্ৰ দেশ ৰোমাঞ্চিত হৈ উঠিছে ৷ সমগ্ৰ দেশে, যেন ঐক্যৱদ্ধ হৈ আমাৰ যোদ্ধাসকলক কৈছে –

বিজয়ী ভৱ ! বিজয়ী ভৱ !

যেতিয়া এই খেলুৱৈসকলে ভাৰতৰ পৰা গমন কৰিছিল কৰিছিল, মই তেওঁলোকৰ সৈতে কথা পাতিবলৈ, তেওঁলোকৰ বিষয়ে শিকিবলৈ আৰু দেশক কোৱাৰ সুযোগ পাইছিলো। এই খেলুৱৈসকলে জীৱনত বহুতো প্ৰত্যাহ্বান অতিক্ৰম কৰিছে আৰু ইয়ালৈ আহিছে। আজি, তেওঁলোকৰ ওচৰত আপোনাৰ মৰম আৰু সমৰ্থনৰ শক্তি আছে – সেয়েহে আমি আমাৰ সকলো খেলুৱৈক আমাৰ শুভেচ্ছা আৰু উৎসাহ প্ৰদান কৰিবলৈ একেলগে কাম কৰো আহক। ছ'চিয়েল মিডিয়াত অলিম্পিকৰ খেলুৱৈসকলৰ সমৰ্থনৰ বাবে আমাৰ ভিক্টৰী পাঞ্চ অভিযান এতিয়া আৰম্ভ হৈছে। আপুনিও আপোনাৰ দলৰ সৈতে ভিক্টৰী পাঞ্চ বিনিময় কৰক আৰু ভাৰতৰ বাবে উল্লাস প্ৰদৰ্শন কৰক।

বন্ধুসকল, দেশৰ বাবে যিয়ে ত্ৰিৰংগা উৰুৱায়, তেওঁৰ সন্মানত আৱেগেৰে ভৰি যোৱাটো স্বাভাৱিক। দেশপ্ৰেমৰ এই ভাৱনাই আমাক সকলোকে সংযোগ কৰে। কাইলৈ, অৰ্থাৎ ২৬ জুলাই তাৰিখে 'কাৰ্গিল বিজয় দিৱস'। কাৰ্গিল যুদ্ধ হৈছে সমগ্ৰ বিশ্বই প্ৰত্যক্ষ কৰা ভাৰতৰ শক্তিৰ সাহসিকতা আৰু সংযমৰ প্ৰতীক। এইবাৰ এই গৌৰৱময় দিনটো 'অমৃত মহোৎসৱ'ৰ মাজতে উদযাপন কৰা হ'ব। গতিকে ই আৰু অধিক বিশেষ হৈ পৰে। মই বিচাৰো আপুনিও কাৰ্গিলৰ ৰোমাঞ্চকৰ কাহিনী পঢ়ক, আমি সকলোৱে কাৰ্গিলৰ নায়কসকলক নমস্কাৰ কৰো আহক।

বন্ধুসকল, এইবাৰ ১৫ আগষ্টত দেশখনে স্বাধীনতাৰ ৭৫ তম বৰ্ষত প্ৰৱেশ কৰিছে। এইটো আমাৰ মহান সৌভাগ্য যে আমি স্বাধীনতাৰ ৭৫ তম বছৰৰ সাক্ষী হ’বলৈ পাইছো যাৰ বাবে দেশখনে বহু শতাব্দী ধৰি অপেক্ষা কৰিছিল। আপোনাৰ মনত আছে যে স্বাধীনতাৰ ৭৫ বছৰ উদযাপন কৰিবলৈ ১২ মাৰ্চত বাপুৰ সাবৰমতী আশ্ৰমৰ পৰা 'অমৃত মহোৎসৱ' আৰম্ভ হৈছিল। বাপুৰ দাণ্ডী যাত্ৰাও একেদিনাই পুনৰুজ্জীৱিত কৰা হৈছিল, তেতিয়াৰে পৰা সমগ্ৰ দেশতে জম্মু-কাশ্মীৰৰ পৰা পুডুচেৰীলৈ, গুজৰাটৰ পৰা উত্তৰ-পূৰ্বাঞ্চললৈ 'অমৃত মহোৎসৱ' সম্পৰ্কীয় কাৰ্যসূচী চলি আছে। এনে বহুতো ঘটনা, স্বাধীনতা সংগ্ৰামী, যাৰ অৱদান বৃহৎ, কিন্তু সিমান আলোচনা কৰিব পৰা নহ'ল - আজি জনসাধাৰণে সেইবোৰৰ বিষয়ে জানিব পাৰিছে। এতিয়া, যেনে, মইৰাং দিৱসৰ কথাই ধৰক! মণিপুৰৰ সৰু গাঁও মইৰাং এসময়ত নেতাজী সুভাষ চন্দ্ৰ বসুৰ ভাৰতীয় ৰাষ্ট্ৰীয় সেনা, আইএনএৰ এক মুখ্য ঘাটি আছিল। ইয়াত, স্বাধীনতাৰ পূবে, আইএনএৰ কৰ্ণেল শৌকত মালিকজীয়ে পতাকা উত্তোলন কৰিছিল। ১৪ এপ্ৰিলত 'অমৃত মহোৎসৱ'ৰ সময়ত একেখন মইৰাঙত ত্ৰিৰংগা পুনৰ উত্তোলন কৰা হৈছিল। বহুতো স্বাধীনতা সংগ্ৰামী আৰু মহাপুৰুষ আছে যাক দেশখনে 'অমৃত মহোৎসৱ'ত স্মৰণ কৰিছে। ইয়াৰ সৈতে সম্পৰ্কিত কাৰ্যসূচীসমূহ চৰকাৰ আৰু সামাজিক সংগঠনসমূহেও নিৰন্তৰভাৱে আয়োজন কৰি আহিছে। এনে এটা অনুষ্ঠান এইবাৰ ১৫ আগষ্টত অনুষ্ঠিত হ'ব, ই হৈছে ৰাষ্ট্ৰীয় সংগীতৰ সৈতে সম্পৰ্কিত এক প্ৰচেষ্টা । সাংস্কৃতিক মন্ত্ৰালয়ে সেই দিনটোত এনে এক প্ৰয়াস কৰিছে যাতে অধিক সংখ্যক ভাৰতীয়ই একেলগে ৰাষ্ট্ৰীয় সংগীতটো গাব পাৰে, ইয়াৰ বাবে এটা ৱেবছাইটও সৃষ্টি কৰা হৈছে – ৰাষ্ট্ৰগান ডট ইন ।

এই ৱেবছাইটৰ সহায়ত, আপুনি ৰাষ্ট্ৰীয় সংগীত গাই ইয়াত ৰেকৰ্ড কৰিব পাৰিব, এই অভিযানত যোগদান কৰিব পাৰিব। মই আশা কৰো আপুনি নিশ্চিতভাৱে এই অনন্য পদক্ষেপত যোগদান কৰিব। এনে ধৰণৰ বহুতো অভিযান, যথেষ্ট প্ৰচেষ্টা, আপুনি অনাগত দিনবোৰত দেখিব। 'অমৃত মহোৎসৱ' কোনো চৰকাৰী কাৰ্যসূচী নহয়, কোনো ৰাজনৈতিক দলৰ কাৰ্যসূচী নহয়, ই ভাৰতৰ জনসাধাৰণৰ এক কাৰ্যসূচী। প্ৰতিজন মুক্ত আৰু কৃতজ্ঞ ভাৰতীয়ই আমাৰ স্বাধীনতা সংগ্ৰামীসকলক অভিবাদন জনাইছে আৰু এই উৎসৱৰ মৌলিক মনোভাৱ আৰু বিশাল – এয়া হৈছে আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ পথ অনুসৰণ কৰা, দেশখনক তেওঁলোকৰ সপোনৰ পথ তৈয়াৰ কৰা। যিদৰে দেশৰ স্বাধীনতা সেনানীসকলে স্বাধীনতাৰ বাবে একত্ৰিত হৈছিল, ঠিক তেনেদৰে আমি দেশৰ উন্নয়নৰ বাবে একত্ৰিত হ'ব লাগিব। আমি দেশৰ বাবে জীয়াই থাকিব লাগিব, দেশৰ বাবে কাম কৰিব লাগিব, আৰু ইয়াত, আনকি সৰু সৰু প্ৰচেষ্টাইও ডাঙৰ ফলাফল আনিব লাগিব। আনকি দৈনন্দিন কাম কৰোতেও, আমি এখন ৰাষ্ট্ৰ গঢ়িব পাৰোঁ, যেনে ভ’কেল ফ’ৰ লোকেল। আমাৰ দেশৰ স্থানীয় উদ্যোগী, শিল্পী, শিপিনীসকলক সমৰ্থন কৰাটো আমাৰ প্ৰাকৃতিক স্বভাৱ হ’ব লাগে। ৭ আগষ্টত আৰম্ভ হ’বলগীয়া ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস হৈছে এক উপলক্ষ যেতিয়া আমি এইটো প্ৰচেষ্টাৰে কৰিব পাৰোঁ। ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসৰ সৈতে এক অতি ঐতিহাসিক পটভূমি জড়িত আছে। এই দিনটোতে ১৯০৫ চনত স্বদেশী আন্দোলন আৰম্ভ হৈছিল।

বন্ধুসকল, আমাৰ দেশৰ গ্ৰামীণ আদিবাসী এলেকাসমূহত, হস্ততাঁতৰ আয় বহুত ডাঙৰ মাধ্যম৷ এইটো এনে ক্ষেত্ৰ যিটোৰ জৰিয়তে লাখ লাখ মহিলাসকল, লাখ লাখ তাঁতি, লাখ লাখ শিল্পী জড়িত হৈ আছে৷ আপোনালোকৰ ক্ষুদ্ৰ ক্ষু্দ্ৰ প্ৰয়াসে, তাঁতিসকলৰ মাজত এক নতুন আশাৰ সঞ্চাৰ কৰিছে৷ আপোনালোকে, নিজেই কিবা নহয় কিবা কিনক, আৰু নিজৰ কথা আনকো জনাওক, আৰু, যেতিয়া আমি স্বাধীনতাৰ ৭৫ বছৰ পালন কৰি আছো, তেতিয়াতো, ইমানখিনি কৰাটো আমাৰ দ্বায়ীত্ব হৈ পৰে ভাইসকল৷ আপোনালোকে হয়টো দেখিছে, ২০১৪ চনৰ পিছৰে পৰা ‘মন কী বাত’ ত আমি প্ৰায়ে খাদীৰ কথা কওঁ৷ এয়া আপোনালোকৰে প্ৰয়াস, যে, দেশত খাদীৰ বিক্ৰী বহুগুণ বৃদ্ধি হৈছে৷ কোনোবাই কি ভাবিব পাৰিছিল নে যে খাদীৰ কোনো দোকানত এদিনত এক কোটি টকাৰ অধিক বিক্ৰী হ’ব পাৰে! কিন্তু, আপোনালোকে সেইটোও কৰি দেখুৱালে৷ আপুনি যেতিয়াই কৰবাত খাদীৰ কোনো বস্তু ক্ৰয় কৰে, তেন্তে তাৰ লাভ, আমাৰ দুখীয়া তাঁতি ভাইসকল-ভনীসকলেই পায়৷ সেইবাবে, খাদী ক্ৰয় কৰা একধৰণৰ জন-সেৱাও হয়, দেশ-সেৱাও হয়৷ আপোনালোকৰ প্ৰতি মোৰ অনুৰোধ যাতে আপোনালোক সকলো মোৰ মৰমৰ ভাইসকল-ভনীসকল গ্ৰাম্যাঞ্চলত প্ৰস্তুত হৈ থকা হেণ্ডলুম সামগ্ৰীসমূহ নিশ্চয় ক্ৰয় কৰক আৰু সেইটো #MyHandloomMyPride ৰ সৈতে শ্বেয়াৰ কৰক৷

বন্ধুসকল, যেতিয়া স্বাধীনতা আন্দোলন আৰু খাদীৰ কথা হয় তেতিয়া পূজ্য বাপুজীৰ স্মৰণ কৰাটো স্বাভাৱিক- যেনে, বাপুজীৰ নেতৃত্বত ‘ভাৰত চৌড়ো আন্দোলন’ চলিছিল, তেনেদৰে, আজি প্ৰত্যেক দেশবাসীয়ে ‘ভাৰত জড়ো আন্দোলন’ ৰ নেতৃত্ব কৰিব লাগে৷ এইটো আমাৰ কৰ্তব্য যে আমি আমাৰ কাম এনেদৰে কৰো যাতে যি ভিন্নতাৰ মাজেৰে ভাৰতক একগোট কৰি ৰখাত সহায়ক হওক৷ তেন্তে আহক, আমি ‘অমৃত মহোৎসৱ’ত, এই অমৃত সংকল্প লও, যে, দেশেই আমাৰ সকলোতকৈ ডাঙৰ আস্থা, সকলোতকৈ ডাঙৰ প্ৰাথমিকতা হৈ থাকিব৷ रहेगा। “Nation First, Always First”, ৰ মন্ত্ৰৰে সৈতে আমি আগবাঢ়িব লাগিব।

মোৰ মৰমৰ দেশবাসীসকল, আজি, মই, ‘মন কী বাত’ শুনি থকা মোৰ যুৱ বন্ধুসকলৰ প্ৰতি বিশেষ কৃতজ্ঞতা প্ৰকাশ কৰিব বিচাৰো৷ শেহতীয়াকৈ কিছু দিন আগতেই, MyGov ৰ তৰফৰ পৰা ‘মন কী বাত’ ৰ শ্ৰোতাসকলক লৈ এক অধ্যয়ন কৰা হৈছিল৷ এই অধ্যয়নত এইটো দেখা গৈছে যে ‘মন কী বাত’ ৰ বাবে বাৰ্তা আৰু উপদেশ প্ৰেৰণ কৰাসকলৰ মাজত প্ৰধানতঃ কোনসকল ব্যক্তি আছে৷ অধ্যয়ৰ পিছত এইটো তথ্য সন্মূখত আহিল যে বাৰ্তা আৰু উপদেশ প্ৰেৰণ কৰাসকলৰ মাজত প্ৰায় ৭৫ শতাংশ লোক, ৩৫ বছৰ আয়ুসৰ তলৰ হয় মানে ভাৰতৰ যুৱ শক্তিৰ উপদেশে ‘মন কী বাত’ ৰ পথ প্ৰদৰ্শন কৰি আহিছে৷ মই এইটোক এক ভাল সংকেত হিচাপে গণ্য কৰো৷ ‘মন কী বাত’ এক এনে মাধ্যম যত ইতিবাচকতা আছে- সংবেদনশীলতা আছে৷ ‘মন কী বাত’ ত আমি ইতিবাচক কথা পাতো, ইয়াৰ চৰিত্ৰ সামুহিক হয়৷ ইতিবাচক চিন্তাসমূহ আৰু উপদেশবোৰৰ বাবে ভাৰতৰ যুৱসকলৰ এই সক্ৰিয়তাই মোক আনন্দিত কৰো৷ মোৰ এই কথাটোইও সুখী কৰে যে ‘মন কী বাত’ ৰ মাধ্যমেৰে মোৰ যুৱসকলৰ মনটো জনাৰ সুযোগ লাভ কৰিছো৷

বন্ধুসকল, আপোনালোকৰ পৰা পোৱা উপদেশেই ‘মন কী বাত’ ৰ প্ৰকৃত শক্তি৷ আপোনালোকৰ উপদেশেই ‘মন কী বাত’ ৰ মাধ্যমেৰে ভাৰতৰ ভিন্নতা প্ৰকাশ কৰে, ভাৰতবাসীৰ সেৱা আৰু ত্যাগৰ সুবাস চৌদিশে বিয়পাই, আমাৰ পৰিশ্ৰমী যুৱসকলৰ উদ্ভাৱনীৰে সকলোকে প্ৰেৰণা যোগাই৷ ‘মন কী বাত’ ত আপোনালোকে বহুধৰণৰ ধাৰণা প্ৰেৰণ কৰে৷ আমি সকলোৰে বিষয়েটো চৰ্চা কৰিবলৈ নোৱাৰো, কিন্তু তাৰ মাজৰে বহুধৰণৰ ধাৰণা সম্বন্ধীয় বিভাগসমূহলৈ নিশ্চয় প্ৰেৰণ কৰো যাতে সেইবোৰৰ উপৰত আগলৈ কাম কৰিব পাৰি৷

বন্ধুসকল, আপোনালোকক সাই প্ৰনীথ জীৰ প্ৰয়াসসমূহৰ বিষয়ে ক’ব বিচাৰো৷ সাই প্ৰনীথ জী, এগৰাকী চফ্টোৱেৰ ইঞ্জিনিয়াৰ, অন্ধ্ৰ প্ৰদেশৰ বাসিন্দা৷ যোৱা বছৰ তেওঁ দেখিলে যে তেওঁৰ তাত বেয়া বতৰৰ বাবে কৃষকসকলে বহুত লোকচান ভৰিবলগীয়া হৈছিল৷ বতৰ বিজ্ঞানৰ প্ৰতি তেওঁৰ আগ্ৰহ আগৰ পৰাই আছিল৷ সেয়ে তেওঁ নিজৰ আগ্ৰহ আৰু নিজৰ প্ৰতিভাক কৃষকসকলৰ ভালৰ বাবে ব্যৱহাৰ কৰাৰ সিদ্ধান্তই গ্ৰহণ কৰিলে৷ এতিয়া তেওঁ বেলেগ-বেলেগ ডাটা উৎসৰ পৰা বতৰৰ ডাটা ক্ৰয় কৰে, সেইবোৰৰ বিশ্লেষণ কৰে আৰু স্থানীয় ভাষাত বেলেগ-বেলেগ মাধ্যমেৰে কৃষকৰ ওচৰত দৰকাৰী তথ্য প্ৰেৰণ কৰে৷ বতৰৰ বতৰাৰ উপৰিও, প্ৰনীথ জী, বেলেগ-বেলেগ জলবায়ু পৰিস্থিতিসমূহত মানুহে কি কৰা উচিত, তাৰ পথপ্ৰদৰ্শন কৰে৷ বিশেষকৈ বানপানীৰ পৰা বাচি থাকিবৰ বাবে বা ধুমুহা বা ঢেৰেকনি পৰিলে কিদৰে বাচি থাকিব পাৰি, এই বিষয়টো তেওঁ মানুহক জনাই৷

বন্ধুসকল, এফালে তৰুণ ছফ্টৱেৰ ইঞ্জিনিয়াৰৰ এই প্ৰয়াস হৃদয় চুই যোৱা আৰু আনফালে আমাৰ এজন বন্ধুৰ দ্বাৰা কৰি থকা প্ৰযুক্তিৰ ব্যৱহাৰেও আপোনাক আচৰিত কৰি দিব৷ এইগৰাকী বন্ধু হ’ল ঊৰিষাৰ চম্বলপুৰ জিলাৰ এক গাওঁত বাস কৰা শ্ৰীমান ইসাক মুণ্ডা জী৷ ইসাক জী কেতিয়াবা এজন দিনহাজিৰা কৰা শ্ৰমিক হিচাপে কাম কৰিছিলো কিন্তু এতিয়া তেওঁ এক ইন্টাৰনেট চাঞ্চল্য হৈ পৰিছে৷ নিজৰ ইউটিউব চেনেলৰ মাধ্যমেৰে তেওঁ বহু টকা আয় কৰি আছে৷ তেওঁ নিজৰ ভিডিঅসমূহত স্থানীয় ব্যঞ্জন, পাৰম্পৰিক খাদ্য প্ৰস্তুত কৰাৰ প্ৰণালী, নিজৰ গাওঁ, নিজৰ জীৱনপ্ৰণালী, পৰিয়াল আৰু খোৱা-বোৱাৰ অভ্যাসসমূহক প্ৰধানতঃ দেখুৱাই৷ এজন ইউটিউবাৰ হিচাপে তেওঁৰ যাত্ৰা মাৰ্চ, ২০২০ ত আৰম্ভ হৈছিল, যেতিয়া তেওঁ ঊৰিষাৰ বিখ্যাত স্থানীয় ব্যঞ্জন পখালৰ সৈতে জড়িত এক ভিডিঅ পোষ্ট কৰিছিল৷ তেতিয়াৰ পৰাই তেওঁ শ শ ভিডিঅ পোষ্ট কৰিছে৷ তেওঁৰ এই প্ৰয়াস বহুতো কাৰণত সকলোতকৈ বেলেগ৷ বিশেষকৈ এই বাবেই যে ইয়াৰ জড়িয়তে চহৰত বাস কৰা লোকসকলক সেই জীৱনশৈলী দেখুৱাৰ সুযোগ লাভ কৰিছে যিবোৰৰ বিষয়ে তেওঁলোকৰে বহুতো কথা নাজানে৷ ইসাক মুণ্ডা জী সংস্কৃতি আৰু ৰন্ধনশৈলী দুয়োটাকে সমানে লগলগাই উদযাপন কৰি আছে আৰু আমাক সকলোকে প্ৰেৰণাও দি আছে৷

বন্ধুসকল, যেতিয়া আমি প্ৰযুক্তিৰ চৰ্চা কৰি আছো তেন্তে মই আৰু এটা আকৰ্ষণীয় বিষয়ৰ কৰিব বিচাৰো৷ আপুনি শেহতীয়াকৈ পঢ়িছে চাগে, দেখিছে চাগে যে IIT Madras ৰ এলুমিনিৰ দ্বাৰা স্থাপিত এক start-up এ এক 3D printed house নিৰ্মাণ কৰিছে৷ 3D printed কৰি ঘৰৰ নিৰ্মাণ, এইটো কিদৰে হ’ল? প্ৰকৃততে এই start-up এ প্ৰথমতে 3D printer ত এক, 3 Dimensional design অন্তৰ্ভুক্ত কৰিলে আৰু তাৰ পিছত এক বিশেষ প্ৰকাৰৰ concrete ৰ মাধ্যমেৰে layer by layer এক 3D structure fabricate কৰি দিলে। আপুনি এইটো জানি সুখী হ’ব যে দেশজুৰি এনেধৰণৰ বহুতো প্ৰয়াস হৈ আছে৷ এটা সময় আছিল যেতিয়া সৰু-সৰু নিৰ্মাণৰ কামতো বছৰ বছৰ লাগি গৈছিল৷ কিন্তু আজি প্ৰযুক্তিৰ কাৰণে ভাৰতত স্থিতি সলনি হৈ আহিছে৷ কিছুসময় আগতে আমি দেশজুৰি এনে উদ্ভাৱনী কোম্পানীসমূহক আমন্ত্ৰিত কৰাৰ বাবে Global Housing Technology Challenge মূকলি কৰিছিলো। এইটো দেশত তেনেধৰণৰ বেলেগ প্ৰকাৰৰ অনন্য প্ৰয়াস, সেইবাবে আমি এইবোৰক Light House Projects নাম দিছো। বৰ্তমান দেশত ৬ বেলেগ-বেলেগ ঠাইত Light House Projects ত দ্ৰুত গতিত কাম চলি আছে৷ এই Light House Projects ত আধুনিক প্ৰযুক্তি আৰু উদ্ভাৱনী প্ৰণালীৰ ব্যৱহাৰ কৰা হয়৷ ইয়াৰ বাবে নিৰ্মাণৰ সয়ম কমি যায়৷ লগতে, যি ঘৰ নিৰ্মাণ হয় সেইবোৰ অধিক দীৰ্ঘস্থায়ী, ক্ৰয়সাধ্য আৰু আৰামদায়ক হয়৷ মই শেহতীয়াভাৱে ড্ৰোনৰ জড়িয়তে এই প্ৰকল্পসমূহৰ সমীক্ষাও কৰিছো আৰু কামৰ অগ্ৰগতি পোনপতীয়াকৈ চাইছো৷

ইণ্ডোৰৰ প্ৰকল্পত Brick আৰু Mortar Walls ৰ ঠাইত Pre-Fabricated Sandwich Panel System ৰ ব্যৱহাৰ কৰা হৈ আছে৷ ৰাজকোটত Light House, ফ্ৰান্স প্ৰযুক্তিৰে নিৰ্মাণ কৰা হৈ আছে, যত Tunnel ৰ জড়িয়তে Monolithic Concrete নিৰ্মাণ প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হৈ আছে৷

এই প্ৰযুক্তিৰে নিৰ্মাণ কৰা ঘৰ দূৰ্যোগসমূহৰ মোকাবিলা কৰাৰ ক্ষেত্ৰটো বহুত বেছি সক্ষম হ’ব৷ চেন্নাইত, আমেৰিকা আৰু ফিনলেণ্ডৰ প্ৰযুক্তিসমূহ, Pre-Cast Concrete System ৰ ব্যৱহাৰ কৰা হৈ আছে৷ ইয়াৰ ফলত ঘৰ সোনকালে নিৰ্মাণো হ’ব আৰু খৰচো কম আহিব৷ ৰাচীত জাৰ্মানীৰ 3D Construction System ব্যৱহাৰ কৰি ঘৰ নিৰ্মাণ কৰা হ’ব৷ ইয়াত প্ৰতিটো কোঠা বেলেগে নিৰ্মাণ কৰা হ’ব, তাৰ পিছত সম্পূৰ্ণ structure টোক তেনেদৰে লগলগোৱা হ’ব, যিটোৰে block toys ও জোৰা লগোৱা হয়৷ আগৰতলাত নিউজিলেণ্ডৰ প্ৰযুক্তিৰ ব্যৱহাৰ কৰি steel frame ৰ সৈতে ঘৰ নিৰ্মাণ কৰা হৈ আছে, যি বহৎ ভূমিকম্পকো সহ্য কৰিব পাৰে৷ তাতে লক্ষ্ণৌত কানাডাৰ প্ৰযুক্তিৰ ব্যৱহাৰ কৰি থকা হৈছে৷ ইয়াৰ ফলত plaster আৰু paint ৰ প্ৰয়োজন নহ’ব আৰু দ্ৰুত গতিত ঘৰ নিৰ্মাণৰ বাবে আগতেই প্ৰস্তুত হৈ থকা বেৰৰ ব্যৱহাৰ কৰা হ’ব৷

বন্ধুসকল, আজি দেশত এই প্ৰয়াস হৈ আছে যে ই project Incubation Centre ৰ দৰে কাম কৰে৷ ইয়াৰ ফলত আমাৰ Planners, Architects, Engineers আৰু Students এ নতুন প্ৰযুক্তিক জানিব পাৰিব আৰু তাৰে পৰীক্ষাও কৰিব পাৰিব৷ মই এই কথাবোৰ বিশেষকৈ যুৱচামৰ বাবে জনাই আছো যাতে আমাৰ যুৱসকলে ৰাষ্ট্ৰ হিতৰ বাবে প্ৰযুক্তিৰ নতুন নতুন ক্ষেত্ৰসমূহৰ দিশত উৎসাহিত হ’ব পাৰে৷

মোৰ মৰমৰ দেশবাসীসকল, আপোনালোকে ইংৰাজীৰ এটা প্ৰবাদ হয়টো শুনিছে- “To Learn is to Grow” মানে শিকাটোই আগবাঢ়ি যোৱা হয়৷ যেতিয়া আমি কিবা নতুন শিকো, তেতিয়া আমাৰ বাবে প্ৰগতিৰ নতুন নতুন পথ নিজে নিজে খোল খাই৷ যেতিয়া ক’ৰবাত কেতিয়াবা গোষ্ঠীৰ পৰা আঁতৰি নতুন কৰা প্ৰয়াস হৈছে, মানৱতাৰ বাবে নতুন দ্বাৰ খোল খাইছে, এক নতুন যুগৰ আৰম্ভণি হৈছে৷ আৰু আপোনালোকে হয়টো দেখিছে যেতিয়া ক’ৰবাত কিবা নতুন হয় তেতিয়া তাৰ পৰিণাম সকলোকে অবাক কৰি পেলাই৷ এতিয়া যেনেদৰে যদি মই আপোনালোকক সোধো যে সেইখন কোনখন ৰাজ্য, যিখনক আপোনালোকে আপেল, Apple ৰ সৈতে জড়িত কৰিব? তেন্তে নিশ্চয়কৈ আপোনাৰ মনত প্ৰথমে হিমাচল প্ৰদেশ, জম্মু-কাশ্মীৰ আৰু উত্তৰাখণ্ডৰ নাম আহিব৷ কিন্তু যদি মই কওঁ যে এই তালিকখন আপোনালোকে মণিপুৰকো অন্তৰ্ভুক্ত কৰক তেতিয়া হয়টো আপোনালোক অবাক হৈ যাব৷ কিবা নতুন কৰাৰ আগ্ৰহেৰে ভৰা যুৱকসকলে মণিপুৰত এই কামটো কৰি দেখাইছে৷ আজিকালি মণিপুৰৰ উখৰুল জিলাত, আপেলৰ খেতিয়ে গুৰুত্ব লাভ কৰিছে৷ ইয়াৰ খেতিয়কসকলে তেওঁলোকৰ বাগানত আপেলৰ খেতি কৰিছে৷আপেলৰ খেতি কৰাৰ বাবে এই লোকসকলে হিমাচল গৈ প্ৰশিক্ষণো গ্ৰহণ কৰিছে৷ ইয়াৰে মাজৰে এজন হ’ল টি এছ ৰিংগফামি যৌগ (T.S. Ringphami Young)। তেওঁ পেচাত এজন Aeronautical Engineer৷ তেওঁ নিজৰ পত্নী শ্ৰীমতী টি এছ এঞ্জেল (T.S. Angel) ৰ সৈতে মিলি আপেলৰ খেতি কৰিছে৷ তেনেদৰে, অভুংশ্ৰী শিমৰে আগস্তীনা (Avungshee Shimre Augasteena) ও নিজৰ বাগানত আপেলৰ উৎপাদন কৰিছে৷ অভুংশ্ৰী দিল্লীত চাকৰি কৰি আছিল৷ এইটো এৰি তেওঁ নিজৰ গাওঁ উভটি গ’ল আৰু আপেলৰ খেতি আৰম্ভ কৰিলে৷ মণিপুৰত আজি এনে বহুত আপেল উৎপাদক আছে যিয়ে কিছু বেলেগ আৰু নতুন কৰি দেখুৱাইছে৷

বন্ধুসকল, আমাৰ আদিবাসী সম্প্ৰদায়সকলৰ মাজত, আঙুৰ বহুত লোকপ্ৰিয়৷ আদিবাসী সম্প্ৰদায়ে আগৰ পৰাই আঙুৰৰ খেতি কৰি আহিছে৷ কিন্তু ক’ভিদ-১৯ মহামাৰীৰ পিছত ইয়াৰ খেতি বিশেষভাৱে বৃদ্ধি হৈ গৈ আছে৷ ত্ৰিপুৰাৰ উনাকৌটি (Unakoti)ৰ এনেকুৱাই ৩২ বছৰীয়া মোৰ যুৱ বন্ধু হ’ল বিক্ৰমজিত চকমা৷ তেওঁ আঙুৰৰ খেতিৰ আৰম্ভণি কৰি বহুত মুনাফাও লাভ কৰিছে আৰু এতিয়া তেওঁ মানুহক আঙুৰৰ খেতি কৰিবলৈ উৎসাহিত কৰি আছে৷ ৰাজ্য চৰকাৰেও এনে লোকৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে৷ চৰকাৰৰ দ্বাৰা ইয়াৰ বাবে বহুতো বিশেষ nursery বনোৱা হৈছে যাতে আঙুৰ খেতিৰ সৈতে জড়িত লোকসকলক দাবী পূৰণ কৰিব পৰা যায়৷ খেতিত উদ্ভাৱন হৈ আছে তেন্তে খেতিৰ by products সমূহতো সৃজনশীলতা দেখা পোৱা গৈছে৷

বন্ধুসকল, মই উত্তৰ প্ৰদেশৰ লক্ষীমপুৰ খীৰীত কৰা এক প্ৰয়াসৰ কথা গম পাইছো৷ ক’ভিদৰ মাজতেই লক্ষীমপুৰ খীৰীত এক অনন্য উদ্যোগ গ্ৰহণ কৰা হৈছে৷ তাত মহিলাসকলক কলৰ কামত নহা কাণ্ডৰ পৰা fibre ৰ তৈয়াৰ কৰাৰ প্ৰশিক্ষণ দিয়াৰ কাম আৰম্ভ হৈ গৈছে৷ Waste ৰ পৰা  best কৰাৰ বাবে উপায়৷ কলৰ কাণ্ডবোৰক কাটি মেচিনৰ সহায়ত banana fibre তৈয়াৰ কৰা হয় যি জুট বা সনৰ দৰে হয়৷ এই fibre ৰ পৰা handbag, দলিচা, কম্বল, কিমান যে সামগ্ৰী তৈয়াৰ কৰা হয়৷ এইদৰে এফালেটো খেতিৰ আবৰ্জনাৰ ব্যৱহাৰ আৰম্ভ হৈ গৈছে, তাতে আনফালে গাঁৱত বাস কৰা আমাৰ ভনীসকল-ছোৱালীসকলে আয়ৰ বাবে আৰু এক উৎস লাভ কৰিলে৷ Banana fibre ৰ এই কামেৰে এগৰাকী স্থানীয় মহিলাক চাৰিশ ৰ পৰা ছয়শ টকা প্ৰতিদিনে আয় লাভ কৰে৷ লক্ষীমপুৰ খীৰীত শ শ একৰ ভূমিত কলৰ খেতি হয়৷ কলৰ খেতিৰ পিছত সাধাৰণতে খেতিয়কসকলক ইয়াৰ কাণ্ড পেলাবলৈ বেলেগে ব্যয় বহন কৰিবলগীয়া হৈছিল৷ এতিয়া তেওঁলোকৰ এই টকাও ৰাহি হৈ যায় মানে আম কে আম, গুঠলিয়ো কে দাম এই প্ৰবাদটো একেবাৰে সঠিক কথাই কয়৷

বন্ধুসকল, এফালে banana fibre ৰ পৰা সামগ্ৰী তৈয়াৰ কৰি থকা হৈছে তাতে আনফালে কলৰ আটাৰ পৰা ডোচা আৰু গোলাব জামুনৰ দৰে সুস্বাদু ব্যঞ্জনো তৈয়াৰ কৰা হৈ আছে৷ কৰ্ণাটকৰ উত্তৰ কন্নড় আৰু দক্ষিণ কন্নড় জিলাসমূহত মহিলাসকলে এই অনন্য কামটো কৰি আছে৷ ইয়াৰ আৰম্ভণিও ক’ৰোনা কালতে হৈছে৷ এই মহিলাসকলে না কেৱল মাত্ৰ কলৰ আটাৰ পৰা ডোচা আৰু গোলাব জামুনৰ দৰে সামগ্ৰী তৈয়াৰ কৰিছে আনকি এইবোৰৰ ফটো চ’চিয়েল মিডিয়াত শ্বেয়াৰো কৰিছে৷ যেতিয়া বহুতো লোকে কলৰ আটাৰ কথা গম পালে তেতিয়া তাৰ চাহীদাও বৃদ্ধি পালে আৰু এই মহিলাসকলকৰ আমদানীও৷ লক্ষীমপুৰ খীৰীৰ দৰে ইয়াতো এই উদ্ভাৱনী ধাৰণাটো মহিলাসকলেই নেতৃত্ব লৈ আছিল৷

বন্ধুসকল, এনে উদাহৰণ জীৱনত কিবা নতুন কৰাৰ বাবে প্ৰেৰণা হৈ পৰে৷ আপোনাৰ আশে-পাশেও এনে অনেক লোক থাকিব৷ যেতিয়া আপোনাৰ পৰিয়ালে মনৰ কথা পাতি থাকে তেতিয়া আপোনালোকে এইবোৰো গপ-চপৰ অংশ বনাই লওঁক৷ কেতিয়াবা সময় উলিয়াই শিশুসকলৰ সৈতে এনে প্ৰয়াসসমূহ চাবলৈও যাওঁক আৰু সুযোগ পালে নিজেও এনে কিবা কৰি দেখুৱাওঁক৷ আৰু অ, এইবোৰ আপোনালোক সকলোৱে মোৰ সৈতে NamoApp বা MyGov ত অৱগত কৰিলে মোৰ আৰু ভাল লাগিব৷

মোৰ মৰমৰ দেশবাসীসকল, আমাৰ সংস্কৃত গ্ৰন্থসমূহত এখ শ্লোক আছে-

আত্মাৰ্থম জীব লোকে অস্মিন, কো ন জীবতি মানবঃ।

পৰম পৰোপকাৰাৰ্থম, যৌ জীবতি স জীবতি।|

 

অৰ্থাৎ নিজৰ বাবেটো সংসাৰত প্ৰত্যেকে জয়ী হয়৷ কিন্তু বাস্তৱত সেইজন ব্যক্তিয়ে জয়ী হয় যিয়ে পৰোপকাৰৰ বাবে জয়ী হয়৷ ভাৰতৰ ল’ৰা-ছোৱালীসকলৰ পৰোপকাৰী প্ৰয়াসৰ কথা- সেয়াই হ’ল ‘মন কী বাত’৷ আজিও এনেধৰণৰ কিছু আৰু বন্ধুসকলৰ বিষয়ে আমি কথা পাতিম৷ এগৰাকী বন্ধু চণ্ডিগড় চহৰৰ৷ চণ্ডিগড়ত, ময়ো কিছু বছৰ আছিলো৷ এইখন বহুত সুখী আৰু ধুনীয়া চহৰ৷ ইয়াত বাস কৰা লোকসকলো হৃদয়বান আৰু অ, যদি আপুনি খোৱাৰ চৌখিন, তেন্তে ইয়াত আপুনি আৰু আনন্দ লাভ কৰিব৷ এই চণ্ডিগড়ৰ চেক্তৰ ২৯ ত সঞ্জয় ৰাণা জী, Food Stall চলাই আৰু চাইকেলত ছোলে-ভটুৰে বিক্ৰী কৰে৷ এদিন তেওঁৰ ছোৱালী ৰিদ্ধিমা আৰু ভতিজী ৰিয়া এক পৰিকল্পনাৰ সৈতে তেওঁ ওচৰলৈ আহিল৷ দুয়োই তেওঁক ক’ভিদ টীকা গ্ৰহণ কৰা লোকসকলক বিনামূল্যে ছোলে-ভটুৰে খুৱাবলৈ ক’লে৷ তেওঁ ইয়াৰ বাবে আনন্দেৰে মান্তি হ’ল, তেওঁ, লগালগ এই ভাল আৰু মহৎ প্ৰয়াস আৰম্ভ কৰি দিলে৷ সঞ্জয় ৰাণা জীৰ ছোলে-ভটুৰে বিনামূল্যে খাবলৈ আপুনি দেখুৱাব লাগিব যে আপুনি সেইদিনা টীকা গ্ৰহণ কৰিছে৷ টীকাৰ মেচেজ দেখুৱাৰ লগালগেই তেওঁ সুস্বাদু ছোলে-ভটুৰে দি দিব৷ কোৱা হয়, সমাজৰ ভালৰ বাবে কামৰ বাবে টকাতকৈও অধিক, সেৱা ভাৱ, কৰ্তব্য ভাৱৰ প্ৰয়োজনীয়তা বেছি৷ আমাৰ সঞ্জয় ভাই, ইয়াকেই সঁচা প্ৰমাণিত কৰি আছে৷

বন্ধুসকল, এনেধৰণৰে আৰু এক কামৰ চৰ্চা আজি মই কৰিব বিচাৰিম৷ এইটো কাম হৈ আছে তামিলনাডুৰ নীলগিৰীত৷ তাত ৰাধিকা শাস্ত্ৰী জীয়ে AmbuRx (এম্বুৰেক্স) Project আৰম্ভ কৰিছে৷ এই প্ৰকল্পটোৰ উদ্দেশ্য হ’ল, পাহাৰীয়া ঠাইত ৰোগীসকলৰ চিকিৎসাৰ বাবে সহজেই পৰিবহন উপলব্ধ কৰোৱা৷ ৰাধিকাই কুন্নড়ত এখন Café চলাই৷ তেওঁ নিজৰ Café ৰ লগৰসকলৰ লগত AmbuRx ৰ বাবে পুঁজি জমা কৰে৷ নীলগিৰী পাহাৰসমূহত এতিয়া ৬ AmbuRx সেৱাৰথ আছে আৰু দূৰণিবটীয়া ঠাইবোৰত জৰুৰীকালীন সময়ত ৰোগীসকলৰ কামটো আহি আছে৷ এম্বুলেঞ্চত Stretcher, Oxygen Cylinder, First Aid Box ৰ বহু বস্তুৰ ব্যৱস্থা আছে৷

বন্দুসকল, সঞ্জয় জীয়ে হওক বা ৰাধিকা জী তেওঁলোকৰ উদাহৰণৰ পৰা গম পোৱা যায় যে আমি আমাৰ কৰ্ম, আমাৰ ব্যৱসায়, চাকৰি কৰি কৰিও সেৱাৰ কাম কৰিব পাৰো৷

বন্ধুসকল, কিছুদিন আগতে এটা বহুত আকৰ্ষণীয় আৰু বহুত আবেগিক অনুষ্ঠান হৈছে, যাৰ পৰা ভাৰত-জৰ্জিয়া বন্ধুত্বই নতুন দৃঢ়তা লাভ কৰিছে৷ এই সমাৰোহত ভাৰতে চেইন্ট কুইন কেটেবান (Saint Queen Ketevan) ৰ হ’লি ৰিলিক (Holy Relic) মানে তেওঁ পবিত্ৰ স্মৃতি চিহ্ন জৰ্জিয়াৰ চৰকাৰৰ আৰু তাৰে জনগণৰ হাতত অৰ্পণ কৰা হৈছে, তাৰ বাবে আমাৰ বিদেশ মন্ত্ৰী স্বয়ং তালৈ গেছিলে৷ বহুত আবেগিক মূহুৰ্তত হোৱা এনে সমাৰোহত, জৰ্জিয়াৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, অনেক ধৰ্মগুৰু, আৰু বহু সংখ্যক জৰ্জিয়াৰ লোক উপস্থিত আছিল৷ এই অনুষ্ঠানত ভাৰতৰ প্ৰশংসাত যিবোৰ শব্দ কোৱা গৈছে, সেইবোৰ বহুত স্মৰণীয় হৈ ৰ’ব৷ এই এক সমাৰোহে দুয়োখন দেশৰ লগতে, গোৱা আৰু জৰ্জিয়াৰ মাজত সম্পৰ্কবোৰে আৰু অধিক গাঢ় কৰি তুলিলে৷ এইটো এই কাৰণে, কাৰণ চেইন্ট কুইন কেটেবান (Saint Queen Ketevan) ৰ এই পবিত্ৰ অৱশেষ ২০০৫ ত গোৱাৰ Saint Augustine Church ৰ পৰা পোৱা গৈছিল৷

বন্ধুসকল, আপোনালোকৰ মনত প্ৰশ্ন উদয় হ’ব যে এইবোৰ কি, এইবোৰ কেতিয়া আৰু কেনেকৈ হ’ল? প্ৰকৃততে, আজিৰ পৰা চাৰিশ-পাঁচশ বছৰ আগৰ কথা৷ কুইন কেটেবান জৰ্জিয়াৰ ৰাজপৰিয়ালৰ জীয়ৰী আছিল৷ দহ বছৰ কাৰাবাসৰ পিছত ১৬২৪ ত তেওঁ শ্বহীদ হৈ গৈছিল৷ এক প্ৰাচীন পৰ্টুগালী দস্তাৱেজৰ মতে Saint Queen Ketevan ৰ অস্থিসমূহ Old Goa ৰ Saint Augustine Convent ত ৰখা হৈছিল৷ কিন্তু, বহুসময়লৈ এইটো মানি থকা হ’ল যে গোৱাত সমাধিস্থ কৰা তেওঁ অৱশেষ ১৯৩০ ৰ ভূমিকম্পত নোহোৱা হৈ গৈছিল৷

ভাৰত চৰকাৰৰ আৰু জৰ্জিয়াৰ ইতিহাসবিদসকল, গৱেষকসকল, পুৰাতত্ত্ববিদ আৰু জৰ্জিয়ান চাৰ্চৰ বহু দশকৰ অক্লান্ত প্ৰয়াসৰ ফলত ২০০৫ চনত সেই পবিত্ৰ অৱশেষসমূহৰ বিচাৰি পোৱাত সফলতা লাভ কৰিছিল৷ এই বিষয় জৰ্জিয়াৰ লোকসকলৰ বাবে অত্যন্ত সংবেদনশীল৷ সেয়েহে তেওঁলোকৰ ঐতিহাসিক, ধাৰ্মীক আৰু ধৰ্মীয় অনুভূতিসমূহৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে এই অৱশেষবোৰৰ এখ অংশ জৰ্জিয়াৰ লোকসকলক উপহাৰ হিচাপে দিবলৈ সিদ্ধান্তই গ্ৰহণ কৰিছে৷ ভাৰত আৰু জৰ্জিয়াৰ সৈতে জড়িত এই ইতিহাসৰ অনন্য পক্ষক সমৰক্ষম কৰি ৰখাৰ বাবে আজি মই গোৱাৰ লোকসকলক হৃদয়ৰ পৰা ধন্যবাদ দিছো৷ গোৱা বহুতো মহান আধ্যাত্মিক উত্তৰাধিকাৰীৰ ভূমি৷ Saint Augustine Church, UNESCO ৰ World Heritage Site – Churches and Convents of Goa ৰ অংশ।

মোৰ মৰমৰ দেশবাসীসকল, জৰ্জিয়াৰ পৰা এতিয়া মই আপোনোলোকক চিধাই চিংগাপুৰ লৈ যাওঁ, যত এই মাহৰ আৰম্ভণিত এক গৌৰৱময় সুযোগ সন্মুখলৈ আহিল৷ চিংগাপুৰৰ প্ৰধানমন্ত্ৰী আৰু মোৰ বন্ধু, লী সেন লুংগ (Lee Hsien Loong)এ শেহতীয়াকৈ পুনৰনিৰ্মাণ কৰা সিলেট ৰোড গুৰুদ্বাৰাৰ উদঘাটন কৰিছে৷ তেওঁ পাৰম্পৰিক শিখ পাগুৰীও পিন্ধি আছিল৷ এই গুৰুদ্বাৰা প্ৰায় এশ বছৰ আগতে নিৰ্মাণ কৰা হৈছিল আৰু ইয়াত ভাই মহাৰাজ সিংক সমৰ্পিত এক স্মাৰকো আছে৷ ভাই মহাৰাজ সিং এ ভাৰতৰ স্বাধীনতাৰ বাবে সংগ্ৰাম কৰিছিল আৰু এই সময়খিনি স্বাধীনতাৰ ৭৫ বছৰ পালন কৰি আছো সেইসময়ত অধিক প্ৰেৰণাদায়ক হৈ পৰে৷ দুখন দেশৰ মাজত, People to People Connect, সেইটোৰ পৰা, দৃঢ়তা, এনেধৰণৰ কথাৰ পৰা, এনেধৰণৰ প্ৰয়াসৰ পৰা, পোৱা যায়৷ এইবোৰৰ পৰা এইটোও গম পোৱা যায় যে সৌহাৰ্দপূৰ্ণ পৰিবেশত থকা আৰু ইজনে-সিজনৰ সংস্কৃতিক বুজি পোৱাৰ কিমান মহত্ব আছে৷

মোৰ মৰমৰ দেশবাসীসকল, আজি ‘মন কী বাত’ ত আমি বহুতো বিষয়ৰ উপৰত চৰ্চা কৰিলো৷ আৰু এটা বিষয় আছে যি মোৰ হৃদয়ৰ বহুত ওচৰত আছে৷ সেইটো বিষয় হ’ল, জল সংৰক্ষণ৷ মোৰ শৈশৱ যত পাৰ হৈছে, তাত পানীৰ সদায়ে অভাৱ আছিল৷ আমি বৰষুণৰ বাবে ব্যাকুল আছিলো আৰু সেইবাবে পানীৰ এটা এটা টোপাল সংৰক্ষণ কৰা আমাৰ সংস্কৃতিৰ অংশ আছিল৷ এতিয়া “জনগণৰ অংশগ্ৰহণেৰে জল সংৰক্ষণ” এই মন্ত্ৰই তাৰে ছবি সলনি কৰি পেলালে৷ পানীৰ এটা এটা টোপাল সংৰক্ষণ কৰা, পানীৰ যিকোনো প্ৰকাৰৰ অপচয় ৰোধ কৰা এইটো আমাৰ জীৱনশৈলীৰ এক সহজ অংশ হৈ পৰিব লাগে৷ আমাৰ পৰিয়ালবোৰৰ এনে পৰম্পৰা হৈ যাব লাগে, যাৰ পৰা প্ৰত্যেকজন সদস্যই গৰ্ব কৰিব পাৰে৷

বন্ধুসকল, প্ৰকৃতি আৰু পৰিবেশৰ সংৰক্ষণ ভাৰতৰ সংস্কৃতিক জীৱনৰ, আমাৰ দৈনন্দিন জীৱনৰ, সৈতে ওতঃপ্ৰোতঃ ভাৱে জড়িত হৈ আছে৷ সেইদৰে, বৰষুণ আৰু বাৰিষাকাল সদায়ে আমাৰ চিন্তা, আমাৰ দৰ্শন আৰু আমাৰ সভ্যতাক আকাৰ দি আহিছে৷ ঋতুসংহাৰ আৰু মেঘদুতত মহাকবি কালিদাসে বৰষুণক লৈ বহুত সুন্দৰ বৰ্ণনা কৰিছে৷ এইদৰে, শ্ৰীমদ্ ভাগৱততো কাব্যাত্মক ৰূপেৰে পৃথিৱী, সূৰ্য্য আৰি বৰষুণৰ মাজৰ সম্বন্ধবোৰক বিস্তাৰ কৰি হৈছে৷

অষ্টৌ মাসান্ নিপীত যদ্, ভুম্যাঃ চ, ঔগ-ময়ম্ বসু৷

স্বগৌভীঃ মৌক্তুম আৰ্থেভে, পৰ্জন্যঃ কাল আগতে।|

অৰ্থাৎ- সূৰ্য্যই আঠ মাহ পৰ্যন্ত জল ৰূপে পৃথিৱীৰ সম্পদসমূহৰ সদ্ব্যৱহাৰ কৰিছিল, এতিয়া বাৰিষাকালত, সূৰ্যই, এই গ্ৰহণ কৰা সম্পদসমূহ পৃথিৱীক পুনৰ উভটাই আছে৷ সঁচাকৈ, বাৰিষাকাল আৰু বৰষুণৰ বতৰ কেৱল ধুনীয়া আৰু ভাললগাই নহয় আনকি ই পুষ্টি প্ৰদানকাৰী, জীৱনদায়ীও হয়৷ বৰষুণ পানী যি আমি পাওঁ সেয়া আহিবলগীয়া প্ৰজন্মৰ বাবে, সেইটো আমি কেতিয়াও পাহৰিব নালাগে৷

আজি মোৰ মনত এই বিচাৰ আহিছে যে কিয়ো আমি আকৰ্ষণীয় প্ৰসংগৰে সৈতেই মই মোৰ কথা সমাপ্ত নকৰো৷ আপোনাক সকলোকে আহিবলগীয়া পৰ্ববোৰৰ বাবে বহুত-বহুত শুভকামনা৷ পৰ্ব আৰু উৎসৱৰ সময়ত, এইটো নিশ্চয় মনত ৰাখিব যে ক’ৰোনা এতিয়াও আমাৰ মাজৰ পৰা যোৱা নাই৷ ক’ৰোনাৰ সম্পৰ্কীয় প্ৰ’ট’কল আপুনি নাপাহৰিব৷ আপোনালোক স্বাস্থ্যবান আৰু প্ৰসন্ন থাকক৷

বহুত-বহুত ধন্যবাদ!

 

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
PLI, Make in India schemes attracting foreign investors to India: CII

Media Coverage

PLI, Make in India schemes attracting foreign investors to India: CII
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Text of PM Modi's address at the Parliament of Guyana
November 21, 2024

Hon’ble Speaker, मंज़ूर नादिर जी,
Hon’ble Prime Minister,मार्क एंथनी फिलिप्स जी,
Hon’ble, वाइस प्रेसिडेंट भरत जगदेव जी,
Hon’ble Leader of the Opposition,
Hon’ble Ministers,
Members of the Parliament,
Hon’ble The चांसलर ऑफ द ज्यूडिशियरी,
अन्य महानुभाव,
देवियों और सज्जनों,

गयाना की इस ऐतिहासिक पार्लियामेंट में, आप सभी ने मुझे अपने बीच आने के लिए निमंत्रित किया, मैं आपका बहुत-बहुत आभारी हूं। कल ही गयाना ने मुझे अपना सर्वोच्च सम्मान दिया है। मैं इस सम्मान के लिए भी आप सभी का, गयाना के हर नागरिक का हृदय से आभार व्यक्त करता हूं। गयाना का हर नागरिक मेरे लिए ‘स्टार बाई’ है। यहां के सभी नागरिकों को धन्यवाद! ये सम्मान मैं भारत के प्रत्येक नागरिक को समर्पित करता हूं।

साथियों,

भारत और गयाना का नाता बहुत गहरा है। ये रिश्ता, मिट्टी का है, पसीने का है,परिश्रम का है करीब 180 साल पहले, किसी भारतीय का पहली बार गयाना की धरती पर कदम पड़ा था। उसके बाद दुख में,सुख में,कोई भी परिस्थिति हो, भारत और गयाना का रिश्ता, आत्मीयता से भरा रहा है। India Arrival Monument इसी आत्मीय जुड़ाव का प्रतीक है। अब से कुछ देर बाद, मैं वहां जाने वाला हूं,

साथियों,

आज मैं भारत के प्रधानमंत्री के रूप में आपके बीच हूं, लेकिन 24 साल पहले एक जिज्ञासु के रूप में मुझे इस खूबसूरत देश में आने का अवसर मिला था। आमतौर पर लोग ऐसे देशों में जाना पसंद करते हैं, जहां तामझाम हो, चकाचौंध हो। लेकिन मुझे गयाना की विरासत को, यहां के इतिहास को जानना था,समझना था, आज भी गयाना में कई लोग मिल जाएंगे, जिन्हें मुझसे हुई मुलाकातें याद होंगीं, मेरी तब की यात्रा से बहुत सी यादें जुड़ी हुई हैं, यहां क्रिकेट का पैशन, यहां का गीत-संगीत, और जो बात मैं कभी नहीं भूल सकता, वो है चटनी, चटनी भारत की हो या फिर गयाना की, वाकई कमाल की होती है,

साथियों,

बहुत कम ऐसा होता है, जब आप किसी दूसरे देश में जाएं,और वहां का इतिहास आपको अपने देश के इतिहास जैसा लगे,पिछले दो-ढाई सौ साल में भारत और गयाना ने एक जैसी गुलामी देखी, एक जैसा संघर्ष देखा, दोनों ही देशों में गुलामी से मुक्ति की एक जैसी ही छटपटाहट भी थी, आजादी की लड़ाई में यहां भी,औऱ वहां भी, कितने ही लोगों ने अपना जीवन समर्पित कर दिया, यहां गांधी जी के करीबी सी एफ एंड्रूज हों, ईस्ट इंडियन एसोसिएशन के अध्यक्ष जंग बहादुर सिंह हों, सभी ने गुलामी से मुक्ति की ये लड़ाई मिलकर लड़ी,आजादी पाई। औऱ आज हम दोनों ही देश,दुनिया में डेमोक्रेसी को मज़बूत कर रहे हैं। इसलिए आज गयाना की संसद में, मैं आप सभी का,140 करोड़ भारतवासियों की तरफ से अभिनंदन करता हूं, मैं गयाना संसद के हर प्रतिनिधि को बधाई देता हूं। गयाना में डेमोक्रेसी को मजबूत करने के लिए आपका हर प्रयास, दुनिया के विकास को मजबूत कर रहा है।

साथियों,

डेमोक्रेसी को मजबूत बनाने के प्रयासों के बीच, हमें आज वैश्विक परिस्थितियों पर भी लगातार नजर ऱखनी है। जब भारत और गयाना आजाद हुए थे, तो दुनिया के सामने अलग तरह की चुनौतियां थीं। आज 21वीं सदी की दुनिया के सामने, अलग तरह की चुनौतियां हैं।
दूसरे विश्व युद्ध के बाद बनी व्यवस्थाएं और संस्थाएं,ध्वस्त हो रही हैं, कोरोना के बाद जहां एक नए वर्ल्ड ऑर्डर की तरफ बढ़ना था, दुनिया दूसरी ही चीजों में उलझ गई, इन परिस्थितियों में,आज विश्व के सामने, आगे बढ़ने का सबसे मजबूत मंत्र है-"Democracy First- Humanity First” "Democracy First की भावना हमें सिखाती है कि सबको साथ लेकर चलो,सबको साथ लेकर सबके विकास में सहभागी बनो। Humanity First” की भावना हमारे निर्णयों की दिशा तय करती है, जब हम Humanity First को अपने निर्णयों का आधार बनाते हैं, तो नतीजे भी मानवता का हित करने वाले होते हैं।

साथियों,

हमारी डेमोक्रेटिक वैल्यूज इतनी मजबूत हैं कि विकास के रास्ते पर चलते हुए हर उतार-चढ़ाव में हमारा संबल बनती हैं। एक इंक्लूसिव सोसायटी के निर्माण में डेमोक्रेसी से बड़ा कोई माध्यम नहीं। नागरिकों का कोई भी मत-पंथ हो, उसका कोई भी बैकग्राउंड हो, डेमोक्रेसी हर नागरिक को उसके अधिकारों की रक्षा की,उसके उज्जवल भविष्य की गारंटी देती है। और हम दोनों देशों ने मिलकर दिखाया है कि डेमोक्रेसी सिर्फ एक कानून नहीं है,सिर्फ एक व्यवस्था नहीं है, हमने दिखाया है कि डेमोक्रेसी हमारे DNA में है, हमारे विजन में है, हमारे आचार-व्यवहार में है।

साथियों,

हमारी ह्यूमन सेंट्रिक अप्रोच,हमें सिखाती है कि हर देश,हर देश के नागरिक उतने ही अहम हैं, इसलिए, जब विश्व को एकजुट करने की बात आई, तब भारत ने अपनी G-20 प्रेसीडेंसी के दौरान One Earth, One Family, One Future का मंत्र दिया। जब कोरोना का संकट आया, पूरी मानवता के सामने चुनौती आई, तब भारत ने One Earth, One Health का संदेश दिया। जब क्लाइमेट से जुड़े challenges में हर देश के प्रयासों को जोड़ना था, तब भारत ने वन वर्ल्ड, वन सन, वन ग्रिड का विजन रखा, जब दुनिया को प्राकृतिक आपदाओं से बचाने के लिए सामूहिक प्रयास जरूरी हुए, तब भारत ने CDRI यानि कोएलिशन फॉर डिज़ास्टर रज़ीलिएंट इंफ्रास्ट्रक्चर का initiative लिया। जब दुनिया में pro-planet people का एक बड़ा नेटवर्क तैयार करना था, तब भारत ने मिशन LiFE जैसा एक global movement शुरु किया,

साथियों,

"Democracy First- Humanity First” की इसी भावना पर चलते हुए, आज भारत विश्वबंधु के रूप में विश्व के प्रति अपना कर्तव्य निभा रहा है। दुनिया के किसी भी देश में कोई भी संकट हो, हमारा ईमानदार प्रयास होता है कि हम फर्स्ट रिस्पॉन्डर बनकर वहां पहुंचे। आपने कोरोना का वो दौर देखा है, जब हर देश अपने-अपने बचाव में ही जुटा था। तब भारत ने दुनिया के डेढ़ सौ से अधिक देशों के साथ दवाएं और वैक्सीन्स शेयर कीं। मुझे संतोष है कि भारत, उस मुश्किल दौर में गयाना की जनता को भी मदद पहुंचा सका। दुनिया में जहां-जहां युद्ध की स्थिति आई,भारत राहत और बचाव के लिए आगे आया। श्रीलंका हो, मालदीव हो, जिन भी देशों में संकट आया, भारत ने आगे बढ़कर बिना स्वार्थ के मदद की, नेपाल से लेकर तुर्की और सीरिया तक, जहां-जहां भूकंप आए, भारत सबसे पहले पहुंचा है। यही तो हमारे संस्कार हैं, हम कभी भी स्वार्थ के साथ आगे नहीं बढ़े, हम कभी भी विस्तारवाद की भावना से आगे नहीं बढ़े। हम Resources पर कब्जे की, Resources को हड़पने की भावना से हमेशा दूर रहे हैं। मैं मानता हूं,स्पेस हो,Sea हो, ये यूनीवर्सल कन्फ्लिक्ट के नहीं बल्कि यूनिवर्सल को-ऑपरेशन के विषय होने चाहिए। दुनिया के लिए भी ये समय,Conflict का नहीं है, ये समय, Conflict पैदा करने वाली Conditions को पहचानने और उनको दूर करने का है। आज टेरेरिज्म, ड्रग्स, सायबर क्राइम, ऐसी कितनी ही चुनौतियां हैं, जिनसे मुकाबला करके ही हम अपनी आने वाली पीढ़ियों का भविष्य संवार पाएंगे। और ये तभी संभव है, जब हम Democracy First- Humanity First को सेंटर स्टेज देंगे।

साथियों,

भारत ने हमेशा principles के आधार पर, trust और transparency के आधार पर ही अपनी बात की है। एक भी देश, एक भी रीजन पीछे रह गया, तो हमारे global goals कभी हासिल नहीं हो पाएंगे। तभी भारत कहता है – Every Nation Matters ! इसलिए भारत, आयलैंड नेशन्स को Small Island Nations नहीं बल्कि Large ओशिन कंट्रीज़ मानता है। इसी भाव के तहत हमने इंडियन ओशन से जुड़े आयलैंड देशों के लिए सागर Platform बनाया। हमने पैसिफिक ओशन के देशों को जोड़ने के लिए भी विशेष फोरम बनाया है। इसी नेक नीयत से भारत ने जी-20 की प्रेसिडेंसी के दौरान अफ्रीकन यूनियन को जी-20 में शामिल कराकर अपना कर्तव्य निभाया।

साथियों,

आज भारत, हर तरह से वैश्विक विकास के पक्ष में खड़ा है,शांति के पक्ष में खड़ा है, इसी भावना के साथ आज भारत, ग्लोबल साउथ की भी आवाज बना है। भारत का मत है कि ग्लोबल साउथ ने अतीत में बहुत कुछ भुगता है। हमने अतीत में अपने स्वभाव औऱ संस्कारों के मुताबिक प्रकृति को सुरक्षित रखते हुए प्रगति की। लेकिन कई देशों ने Environment को नुकसान पहुंचाते हुए अपना विकास किया। आज क्लाइमेट चेंज की सबसे बड़ी कीमत, ग्लोबल साउथ के देशों को चुकानी पड़ रही है। इस असंतुलन से दुनिया को निकालना बहुत आवश्यक है।

साथियों,

भारत हो, गयाना हो, हमारी भी विकास की आकांक्षाएं हैं, हमारे सामने अपने लोगों के लिए बेहतर जीवन देने के सपने हैं। इसके लिए ग्लोबल साउथ की एकजुट आवाज़ बहुत ज़रूरी है। ये समय ग्लोबल साउथ के देशों की Awakening का समय है। ये समय हमें एक Opportunity दे रहा है कि हम एक साथ मिलकर एक नया ग्लोबल ऑर्डर बनाएं। और मैं इसमें गयाना की,आप सभी जनप्रतिनिधियों की भी बड़ी भूमिका देख रहा हूं।

साथियों,

यहां अनेक women members मौजूद हैं। दुनिया के फ्यूचर को, फ्यूचर ग्रोथ को, प्रभावित करने वाला एक बहुत बड़ा फैक्टर दुनिया की आधी आबादी है। बीती सदियों में महिलाओं को Global growth में कंट्रीब्यूट करने का पूरा मौका नहीं मिल पाया। इसके कई कारण रहे हैं। ये किसी एक देश की नहीं,सिर्फ ग्लोबल साउथ की नहीं,बल्कि ये पूरी दुनिया की कहानी है।
लेकिन 21st सेंचुरी में, global prosperity सुनिश्चित करने में महिलाओं की बहुत बड़ी भूमिका होने वाली है। इसलिए, अपनी G-20 प्रेसीडेंसी के दौरान, भारत ने Women Led Development को एक बड़ा एजेंडा बनाया था।

साथियों,

भारत में हमने हर सेक्टर में, हर स्तर पर, लीडरशिप की भूमिका देने का एक बड़ा अभियान चलाया है। भारत में हर सेक्टर में आज महिलाएं आगे आ रही हैं। पूरी दुनिया में जितने पायलट्स हैं, उनमें से सिर्फ 5 परसेंट महिलाएं हैं। जबकि भारत में जितने पायलट्स हैं, उनमें से 15 परसेंट महिलाएं हैं। भारत में बड़ी संख्या में फाइटर पायलट्स महिलाएं हैं। दुनिया के विकसित देशों में भी साइंस, टेक्नॉलॉजी, इंजीनियरिंग, मैथ्स यानि STEM graduates में 30-35 परसेंट ही women हैं। भारत में ये संख्या फोर्टी परसेंट से भी ऊपर पहुंच चुकी है। आज भारत के बड़े-बड़े स्पेस मिशन की कमान महिला वैज्ञानिक संभाल रही हैं। आपको ये जानकर भी खुशी होगी कि भारत ने अपनी पार्लियामेंट में महिलाओं को रिजर्वेशन देने का भी कानून पास किया है। आज भारत में डेमोक्रेटिक गवर्नेंस के अलग-अलग लेवल्स पर महिलाओं का प्रतिनिधित्व है। हमारे यहां लोकल लेवल पर पंचायती राज है, लोकल बॉड़ीज़ हैं। हमारे पंचायती राज सिस्टम में 14 लाख से ज्यादा यानि One point four five मिलियन Elected Representatives, महिलाएं हैं। आप कल्पना कर सकते हैं, गयाना की कुल आबादी से भी करीब-करीब दोगुनी आबादी में हमारे यहां महिलाएं लोकल गवर्नेंट को री-प्रजेंट कर रही हैं।

साथियों,

गयाना Latin America के विशाल महाद्वीप का Gateway है। आप भारत और इस विशाल महाद्वीप के बीच अवसरों और संभावनाओं का एक ब्रिज बन सकते हैं। हम एक साथ मिलकर, भारत और Caricom की Partnership को और बेहतर बना सकते हैं। कल ही गयाना में India-Caricom Summit का आयोजन हुआ है। हमने अपनी साझेदारी के हर पहलू को और मजबूत करने का फैसला लिया है।

साथियों,

गयाना के विकास के लिए भी भारत हर संभव सहयोग दे रहा है। यहां के इंफ्रास्ट्रक्चर में निवेश हो, यहां की कैपेसिटी बिल्डिंग में निवेश हो भारत और गयाना मिलकर काम कर रहे हैं। भारत द्वारा दी गई ferry हो, एयरक्राफ्ट हों, ये आज गयाना के बहुत काम आ रहे हैं। रीन्युएबल एनर्जी के सेक्टर में, सोलर पावर के क्षेत्र में भी भारत बड़ी मदद कर रहा है। आपने t-20 क्रिकेट वर्ल्ड कप का शानदार आयोजन किया है। भारत को खुशी है कि स्टेडियम के निर्माण में हम भी सहयोग दे पाए।

साथियों,

डवलपमेंट से जुड़ी हमारी ये पार्टनरशिप अब नए दौर में प्रवेश कर रही है। भारत की Energy डिमांड तेज़ी से बढ़ रही हैं, और भारत अपने Sources को Diversify भी कर रहा है। इसमें गयाना को हम एक महत्वपूर्ण Energy Source के रूप में देख रहे हैं। हमारे Businesses, गयाना में और अधिक Invest करें, इसके लिए भी हम निरंतर प्रयास कर रहे हैं।

साथियों,

आप सभी ये भी जानते हैं, भारत के पास एक बहुत बड़ी Youth Capital है। भारत में Quality Education और Skill Development Ecosystem है। भारत को, गयाना के ज्यादा से ज्यादा Students को Host करने में खुशी होगी। मैं आज गयाना की संसद के माध्यम से,गयाना के युवाओं को, भारतीय इनोवेटर्स और वैज्ञानिकों के साथ मिलकर काम करने के लिए भी आमंत्रित करता हूँ। Collaborate Globally And Act Locally, हम अपने युवाओं को इसके लिए Inspire कर सकते हैं। हम Creative Collaboration के जरिए Global Challenges के Solutions ढूंढ सकते हैं।

साथियों,

गयाना के महान सपूत श्री छेदी जगन ने कहा था, हमें अतीत से सबक लेते हुए अपना वर्तमान सुधारना होगा और भविष्य की मजबूत नींव तैयार करनी होगी। हम दोनों देशों का साझा अतीत, हमारे सबक,हमारा वर्तमान, हमें जरूर उज्जवल भविष्य की तरफ ले जाएंगे। इन्हीं शब्दों के साथ मैं अपनी बात समाप्त करता हूं, मैं आप सभी को भारत आने के लिए भी निमंत्रित करूंगा, मुझे गयाना के ज्यादा से ज्यादा जनप्रतिनिधियों का भारत में स्वागत करते हुए खुशी होगी। मैं एक बार फिर गयाना की संसद का, आप सभी जनप्रतिनिधियों का, बहुत-बहुत आभार, बहुत बहुत धन्यवाद।