বুজাবুজি চুক্তি আৰু চুক্তিৰ বিনিময়

 

ক্ৰয় নং

বুজাবুজি চুক্তি/ চুক্তিৰ নাম

তাঞ্জানিয়াৰ প্ৰতিনিধি

ভাৰতৰ প্ৰতিনিধি

১.

ডিজিটেল পৰিৱৰ্তনৰ বাবে জনসংখ্যাৰ হিচাপত জিডিটেল সমাধান ৰূপায়ণৰ সফলতা শ্বেয়াৰ কৰাৰ ক্ষেত্ৰত ভাৰতৰ ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় আৰু তাঞ্জানিয়াৰ তথ্য, যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰ৷

নেপ এম ননৌয়ে, তাঞ্জানিয়াৰ তথ্য, যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী

ড০ এছ. জয়শংকৰ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী 

২.

ভাৰতীয় নৌসেনা আৰু তাঞ্জানিয়াৰ তাঞ্জানিয়া জাহাজ সংস্থা নিগমৰ মাজত হোৱাইট শ্বিপিঙৰ তথ্য বিনিময়ৰ সন্দৰ্ভত কাৰিকৰী চুক্তি 

শ্ৰীযুত জানুৱাৰী ৱাই মাকাম্বা, তাঞ্জানিয়াৰ বৈদেশিক পৰিক্ৰমা আৰু পূব আফ্ৰিকান সহযোগিতা মন্ত্ৰী 

ড০ এছ. জয়শংকৰ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী

৩.

ভাৰত চৰকাৰ আৰু সংযুক্ত তাঞ্জানিয়া চৰকাৰৰ মাজত ২০২৩-২০২৭ বৰ্ষৰ বাবে সাংস্কৃতিক বিনিময় কাৰ্যসূচী

শ্ৰীযুত জানুৱাৰী ৱাই মাকাম্বা, তাঞ্জানিয়াৰ বৈদেশিক পৰিক্ৰমা আৰু পূব আফ্ৰিকান সহযোগিতা মন্ত্ৰী 

ড০ এছ. জয়শংকৰ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী

৪..

ক্ৰীড়াৰ ক্ষেত্ৰত সহযোগিতা সম্পৰ্কে তাঞ্জানিয়াৰ ৰাষ্ট্ৰীয় ক্ৰীড়া পৰিষদ আৰু ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ মাজত বুজাবুজিৰ চুক্তি 

শ্ৰীযুত জানুৱাৰী ৱাই মাকাম্বা, তাঞ্জানিয়াৰ বৈদেশিক পৰিক্ৰমা আৰু পূব আফ্ৰিকান সহযোগিতা মন্ত্ৰী 

ড০ এছ. জয়শংকৰ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী

ভাৰতৰ বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনত জৱাহৰলাল নেহৰু বন্দৰ প্ৰাধিকৰণ আৰু সংযুক্ত তাঞ্জানিয়াৰ তাঞ্জানিয়া বিনিয়োগ কেন্দ্ৰৰ মাজত তাঞ্জানিয়াত ঔদ্যোগিক উদ্যান স্থাপনৰ সন্দৰ্ভত বুজাবুজি চুক্তি

অধ্যাপক কিটিলা এ.  মকুম্ব,

তাঞ্জানিয়াৰ ৰাজ্যিক, পৰিকল্পনা আৰু বিনিয়োগ মন্ত্ৰী 

ড০ এছ. জয়শংকৰ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী 

 

৬.

সামুদ্ৰিক উদ্যোগত সহযোগিতাৰ বাবে কোচি শ্বিপয়াৰ্ড লিমিটেড আৰু মেৰাইন ছাৰ্ভিচেজ লিমিটেডৰ মাজত বুজাবুজি চুক্তি  

ৰাষ্ট্ৰদূত শ্ৰীমতী এনিছা কে. এবেগা, ভাৰতস্থিত তাঞ্জানিয়াৰ উচ্চায়ুক্ত

শ্ৰী বিনয়া শ্ৰীকান্ত প্ৰধান, তাঞ্জানিয়াস্থিত ভাৰতৰ উচ্চায়ুক্ত

 

  • Babla sengupta December 28, 2023

    Babla sengupta
  • Loksabha Phulpur October 25, 2023

    namo namo
  • Mahendra singh Solanki Loksabha Sansad Dewas Shajapur mp October 12, 2023

    नमो नमो नमो नमो नमो नमो नमो नमो नमो
  • Sanjay Kumar Verma October 11, 2023

    Namo nama
  • Shirish Tripathi October 11, 2023

    माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी के नेतृत्व में विश्व गुरु के पथ पर अग्रसर भारत 🇮🇳
  • Arun Gupta, Beohari (484774) October 10, 2023

    🙏💐
  • Geeta Malik October 10, 2023

    जय हो
  • Vunnava Lalitha October 10, 2023

    डाक दिवस
  • KALYANASUNDARAM S B October 10, 2023

    🇮🇳 Namo Namo 🇮🇳🇮🇳🙏🙏🙏
  • KALYANASUNDARAM S B October 10, 2023

    Jai Modi Ji Sarkar 🇮🇳🇮🇳🇮🇳🇮🇳👍👍🇮🇳🇮🇳🇮🇳🇮🇳🙏
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Job opportunities for women surge by 48% in 2025: Report

Media Coverage

Job opportunities for women surge by 48% in 2025: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Japan-India Business Cooperation Committee delegation calls on Prime Minister Modi
March 05, 2025
QuoteJapanese delegation includes leaders from Corporate Houses from key sectors like manufacturing, banking, airlines, pharma sector, engineering and logistics
QuotePrime Minister Modi appreciates Japan’s strong commitment to ‘Make in India, Make for the World

A delegation from the Japan-India Business Cooperation Committee (JIBCC) comprising 17 members and led by its Chairman, Mr. Tatsuo Yasunaga called on Prime Minister Narendra Modi today. The delegation included senior leaders from leading Japanese corporate houses across key sectors such as manufacturing, banking, airlines, pharma sector, plant engineering and logistics.

Mr Yasunaga briefed the Prime Minister on the upcoming 48th Joint meeting of Japan-India Business Cooperation Committee with its Indian counterpart, the India-Japan Business Cooperation Committee which is scheduled to be held on 06 March 2025 in New Delhi. The discussions covered key areas, including high-quality, low-cost manufacturing in India, expanding manufacturing for global markets with a special focus on Africa, and enhancing human resource development and exchanges.

Prime Minister expressed his appreciation for Japanese businesses’ expansion plans in India and their steadfast commitment to ‘Make in India, Make for the World’. Prime Minister also highlighted the importance of enhanced cooperation in skill development, which remains a key pillar of India-Japan bilateral ties.