ক্ৰমিক নং |
দস্তাবেজ |
ভাৰতীয় পক্ষ |
ভিয়েটনামৰ পক্ষ |
১। |
শান্তি, সমৃদ্ধি আৰু জনতাৰ অৰ্থে ভাৰত-ভিয়েটনামৰ যুটীয়া লক্ষ্য। |
প্ৰধানমন্ত্ৰীসকলৰদ্বাৰা গৃহীত |
|
২। |
বিস্তৃত কৌশলগত অংশীদাৰিত্বৰ পৰৱৰ্তী ৰূপায়ণৰ অৰ্থে ২০২১-২০২৩ সময়ছোৱাৰ বাবে কৰ্ম পন্থা। |
ডঃ এছ. জয়শংকৰ |
শ্ৰী ফাম বিন মিন |
৩। |
ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ প্ৰতিৰক্ষা উৎপাদন বিভাগ আৰু ভিয়েটনামৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ প্ৰতিৰক্ষা উদ্যোগৰ সাধাৰণ বিভাগৰ মাজত প্ৰতিৰক্ষা উদ্যোগৰ সহযোগিতা সন্দৰ্ভত ৰূপায়ণৰ ব্যৱস্থা। |
শ্ৰী সুৰেন্দ্ৰ প্ৰসাদ যাদৱ |
মেজৰ জেনেৰেল লুং থান চৌং |
৪। |
ভাৰতৰ দূতাবাস, হানৈ আৰু ভিয়েটনামৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ টেলিকমিউনিকেশ্যন বিশ্ববিদ্যালয়ৰ মাজত ৰাষ্ট্ৰীয় টেলিকমিউনিকেশ্যন বিশ্ববিদ্যালয়, না ট্ৰাংগ, ভিয়েটনামৰ আৰ্মি ছফ্টৱেৰ পাৰ্কৰ অৰ্থে $৫ নিযুত ইণ্ডিয়ান গ্ৰান্ট এচিটেন্সৰ বাবে চুক্তি। |
শ্ৰী প্ৰণয় বাৰ্মা |
কৰ্ণেল লি জুৱান হাং, |
৫। |
চেন্টাৰ ফৰ ইউনাইটেড নেশ্যনছ পিছকিপিং অপাৰেশ্যন, ভাৰত আৰু ভিয়েটনাম ডিপাৰ্টমেন্ট অৱ পিছকিপিং অপাৰেশ্যন ফৰ ক’অপাৰেশ্যন ইন ইউনাইটেড নেশ্যনছ পিছকিপিঙৰ মাজত ৰূপায়ণৰ চুক্তি। |
মেজৰ জেনেৰেল অনিল কুমাৰ কাছিদ |
মেজৰ জেনেৰেল হং কিম ফুং |
৬। |
ভাৰতৰ এট’মিক এনাৰ্জি ৰেগুলেটৰী ব’ৰ্ড (AERB) আৰু ভিয়েটনাম এজেন্সী ফৰ ৰেডিয়েশ্যন এণ্ড নিউক্লিয়াৰ ছেফটি (VARANS)ৰ মাজত বুজাবুজিৰ চুক্তি। |
শ্ৰী জি. নাগেশ্বৰ ৰাও |
প্ৰফেচৰ গুয়েন টুৱান খাই |
৭। |
চিএছআইআৰ-ইণ্ডিয়ান ইনষ্টিটিউট অৱ পেট্ৰ’লিয়াম আৰু ভিয়েটনাম পেট্ৰ’লিয়াম ইনষ্টিটিউটৰ মাজত বুজাবুজিৰ চুক্তি। |
ডঃ অঞ্জন ৰায় |
শ্ৰী গুয়েন আন ডাও |
৮। |
ভাৰতৰ টাটা মেম’ৰিয়েল চেন্টাৰ আৰু ভিয়েটনাম নেশ্যনেল কেন্সাৰ হাস্পতালৰ মাজত বুজাবুজিৰ চুক্তি। |
ডঃ ৰাজেন্দ্ৰ এ বাডৱে |
শ্ৰী লি ভান কোৱাং |
৯। |
ভাৰতৰ নেশ্যনেল ছ’লাৰ ফেডাৰেশ্যন আৰু ভিয়েটনাম ক্লিন এনাৰ্জি এছ’চিয়েশ্যনৰ মাজত বুজাবুজিৰ চুক্তি। |
শ্ৰী প্ৰণৱ আৰ. মেহতা |
শ্ৰী ডাউ ডু ডৌং |
ঘোষণাঃ
১। ভাৰত চৰকাৰৰদ্বাৰা ভিয়েটনামলৈ আগবঢ়োৱা $ ১০০ নিযুত ডিফেন্স লাইন অৱ ক্ৰেডিটৰ অধীনত ভিয়েটনাম ব’ৰ্ডাৰ গাৰ্ড কামাণ্ডৰ অৰ্থে হাই স্পীড গাৰ্ড ব’ট (HSGB) নিৰ্মাণ প্ৰকল্পৰ ৰূপায়ণ; ভিয়েটনামক এখন সম্পূৰ্ণ এইচএছজিবি আগবঢ়োৱা; ভাৰতত নিৰ্মাণ কৰা দুখন এইচএছজিবি মুকলি; আৰু ভিয়েটনামত নিৰ্মাণৰ অৰ্থে সাত এইচএছজিবি ৰ কীল-লেয়িং।
২। ভিয়েটনামৰ নিন থুৱান উপকূলৰ স্থানীয় লোকসকলৰ সুবিধাৰ্থে $১.৫ নিযুতৰ ভাৰতীয় ‘গ্ৰান্ট-ইন-এইড’ সাহাৰ্য্যৰ সৈতে সাত উন্নয়ন প্ৰকল্প সম্পূৰ্ণ আৰু হস্তান্তৰ।
৩। সাম্প্ৰতিক পাঁচৰপৰা ২০২১-২০২২ বিত্তীয় বৰ্ষৰপৰা দহলৈ বাৰ্ষিক কুইক ইমপেক্ট প্ৰজেক্ট (QIP)সমূহৰ সংখ্যা বৃদ্ধি কৰা।
৪। ভিয়েটনাম (মাই চনস্থিত মন্দিৰৰ এফ-ব্লক; কোৱাং নাম উপকূলৰ ডং ডুং বৌদ্ধ বিহাৰ; আৰু ফু য়েন উপকূলৰ হান চাম টাৱাৰ)ৰ ঐতিহ্য সংৰক্ষণত তিনি নতুন উন্নয়ন অংশীদাৰিত্ব প্ৰকল্প।
৫। ভাৰত-ভিয়েটনাম সভ্যতা আৰু সাংস্কৃতিক সম্পৰ্ক সন্দৰ্ভত বিশ্বকোষ প্ৰস্তুতৰ অৰ্থে দ্বিপাক্ষিক প্ৰকল্প মুকলি।