ক্ৰমিক নং |
বুজাবুজিৰ চূক্তিসমূহ |
পেলেস্তাইনৰ পক্ষৰ স্বাক্ষৰকাৰী |
ভাৰতৰ পক্ষৰ স্বাক্ষৰকাৰী |
বিনিময়কাৰী |
১ |
ভাৰত আৰু পেলেস্তাইনৰ মাজত বেথেলহাম গভৰনৰেটৰ বেইট চাহোৰত ৩০ মিলিয়ন আমেৰিকান ডলাৰ মূল্যৰ ভাৰত-পেলেস্তাইন চুপাৰ স্পেচিয়েলিটি হস্পিটেল প্ৰতিষ্ঠাৰ বাবে বুজাবুজিৰ চূক্তি |
ড০ জাৱাড আওৱাড, পেলেস্তাইনৰ স্বাস্থ্যমন্ত্ৰী |
শ্ৰী টি এচ ত্ৰিমূৰ্তি, সচিৱ, (ই আৰ) |
শ্ৰী বিজয় গোখলে, বিদেশ সচিৱ |
২ |
ভাৰত আৰু পেলেস্তাইনৰ মাজত ৫ মিলিয়ন আমেৰিকান ডলাৰ মূল্যৰ ভাৰত-পেলেস্তাইন মহিলা সবলীকৰণ কেন্দ্ৰ ‘তুৰাথি’ প্ৰতিষ্ঠাৰ বাবে বুজাবুজিৰ চূক্তি |
শ্ৰীমতী আবিৰ অওদেহ, ৰাষ্ট্ৰীয় অৰ্থনীতিৰ মন্ত্ৰী |
শ্ৰী টি এচ ত্ৰিমূৰ্তি, সচিৱ, (ই আৰ) |
শ্ৰী বিজয় গোখলে, বিদেশ সচিৱ |
৩ |
ভাৰত আৰু পেলেস্তাইনৰ মাজত ৫ মিলিয়ন আমেৰিকান ডলাৰ মূল্যৰ নতুন ৰাষ্ট্ৰীয় প্ৰিন্টি প্ৰেছ ৰামাল্লাহত প্ৰতিষ্ঠাৰ বাবে বুজাবুজিৰ চূক্তি |
শ্ৰী আহমদ আচাফ, বিত্তমন্ত্ৰীৰ হৈ পেলেস্তাইনৰ পাব্লিক ব্ৰডকাষ্টিং কোপাৰেশ্যন আৰু অফিচিয়েল মিডিয়া দপ্তৰৰ মন্ত্ৰী |
শ্ৰী টি এচ ত্ৰিমূৰ্তি, সচিৱ, (ই আৰ) |
শ্ৰী বিজয় গোখলে, বিদেশ সচিৱ |
৪ |
ভাৰত আৰু পেলেস্তাইনৰ মাজত ১ মিলিয়ন আমেৰিকান ডলাৰ মূল্যৰ এখন স্কুল মুথাল্ঠ আল শ্বুহাডা গাঁৱত নিৰ্মাণৰ বাবে বুজাবুজিৰ চূক্তি |
ড০ চাব্ৰি চৈদম, পেলেস্তাইনৰ শিক্ষা আৰু উচ্চশিক্ষা দপ্তৰৰ মন্ত্ৰী |
শ্ৰী টি এচ ত্ৰিমূৰ্তি, সচিৱ, (ই আৰ) |
শ্ৰী বিজয় গোখলে, বিদেশ সচিৱ |
৫ |
ভাৰত আৰু পেলেস্তাইনৰ মাজত ১ মিলিয়ন আমেৰিকান ডলাৰ মূল্যৰ এখন স্কুল টুবাছ গভৰনৰেটৰ টামুন গাঁৱত নিৰ্মাণৰ বাবে বুজাবুজিৰ চূক্তি |
ড০ চাব্ৰি চৈদম, পেলেস্তাইনৰ শিক্ষা আৰু উচ্চশিক্ষা দপ্তৰৰ মন্ত্ৰী |
শ্ৰী টি এচ ত্ৰিমূৰ্তি, সচিৱ, (ই আৰ) |
শ্ৰী বিজয় গোখলে, বিদেশ সচিৱ |
৬ |
ভাৰত আৰু পেলেস্তাইনৰ মাজত আবু ডাছত থকা জৱাহৰলাল নেহৰু ছাত্ৰাৱাসত এটা অতিৰিক্ত মহলা নিৰ্মাণৰ বাবে ০.২৫ মিলিয়ন আমেৰিকান ডলাৰ মূল্যৰ বুজাবুজিৰ চূক্তি |
ড০ চাব্ৰি চৈদম, পেলেস্তাইনৰ শিক্ষা আৰু উচ্চশিক্ষা দপ্তৰৰ মন্ত্ৰী |
শ্ৰী টি এচ ত্ৰিমূৰ্তি, সচিৱ, (ই আৰ) |
শ্ৰী বিজয় গোখলে, বিদেশ সচিৱ |