ক্ৰমিক নং |
বুজাবুজিৰ চূক্তি আৰু ইয়াৰ উদ্দেশ্যসমূহ |
ভাৰত আৰু কম্বোদিয়াৰ হৈ স্বাক্ষৰ কৰা ব্যক্তিৰ নাম |
১ |
২০১৮-২২ বৰ্ষৰ বাবে সাংস্কৃতিক বিনিময়ৰ চূক্তি। ইয়াৰ জৰিয়তে ভাৰত আৰু কম্বোদিয়াৰ মাজত বন্ধুত্ব শক্তিশালী হ’ব |
ভাৰতীয় পক্ষঃ ড০ মহেশ শৰ্মা, ভাৰত চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী (স্বাধীন) |
২ |
ভাৰতীয় এক্সিম বেংক আৰু কম্বোদিয়াৰ চৰকাৰৰ মাজত ৩৬.৯২ মিলিয়ন আমেৰিকান ডলাৰ মূল্যৰ ষ্টুং স্বা হাৱ জলসম্পদ প্ৰকল্পৰ পূঁজিৰ বাবে লাইন অৱ ক্ৰেডিট এগ্ৰিমেন্ট |
ভাৰতীয় পক্ষঃ শ্ৰীমতী প্ৰীতি চাৰণ (পূৱ), সচিৱ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় |
৩ |
দুয়োখন দেশৰ অপৰাধ নিৰ্মূলৰ বাবে অপৰাধৰ ক্ষেত্ৰত পাৰস্পৰিক আইনী সহযোগিতা চূক্তি |
ভাৰতীয় পক্ষঃ শ্ৰীমতী প্ৰীতি চাৰণ (পূৱ), সচিৱ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় |
৪ |
মানৱ সৰবৰাহ ৰোধ কৰাৰ বাবে বুজাবুজিৰ চূক্তি। এই ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তা আছে। |
ভাৰতীয় পক্ষঃ শ্ৰীমতী প্ৰীতি চাৰণ (পূৱ), সচিৱ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় |