ক্ৰমিকনং |
সহযোগিতাক্ষেত্ৰ |
বুজাবুজিচুক্তি / চুক্তি / সন্ধিৰনাম |
আৰ্জেণ্টিনাৰহৈস্বাক্ষৰকাৰীৰনাম |
ভাৰতৰহৈস্বাক্ষৰকাৰীৰনাম |
১ |
প্ৰতিৰক্ষা |
ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয় আৰু আৰ্জেণ্টিনাৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মাজত প্ৰতিৰক্ষা সহযোগিতা সন্দৰ্ভত বুজাবুজি চুক্তি |
জৰ্জফৌৰি, বৈদেশিকপৰিক্ৰমামন্ত্ৰী |
ৰাজ্যবৰ্ধনসিংৰাথোড়, ক্ৰীড়ামন্ত্ৰালয় (স্বতন্ত্ৰ)/তথ্যআৰুসম্প্ৰচাৰআৰুযুৱপৰিক্ৰমাআৰুক্ৰীড়াদপ্তৰ |
২ |
পৰ্যটন |
পৰ্যটনক্ষেত্ৰতসহযোগিতাৰবাবেভাৰতআৰুআৰ্জেণ্টিনাৰমাজতবুজাবুজিচুক্তি |
জৰ্জফৌৰি, বৈদেশিকপৰিক্ৰমামন্ত্ৰী |
ৰাজ্যবৰ্ধনসিংৰাথোড়, ক্ৰীড়ামন্ত্ৰালয় (স্বতন্ত্ৰ)/তথ্যআৰুসম্প্ৰচাৰআৰুযুৱপৰিক্ৰমাআৰুক্ৰীড়াদপ্তৰ |
৩ |
সম্প্ৰচাৰবিষয়বস্তু |
প্ৰসাৰ ভাৰতী, ভাৰত আৰু আৰ্জেণ্টিনাৰ ফেডাৰেল ছিষ্টেম অৱ মিডিয়া এণ্ড পাব্লিক কনটেণ্টৰ মাজত সহযোগিতা আৰু সমন্বয়ৰ বাবে বুজাবুজিচুক্তি |
জৰ্জফৌৰি, বৈদেশিকপৰিক্ৰমামন্ত্ৰী |
ৰাজ্যবৰ্ধনসিংৰাথোড়, ক্ৰীড়ামন্ত্ৰালয় (স্বতন্ত্ৰ)/তথ্যআৰুসম্প্ৰচাৰআৰুযুৱপৰিক্ৰমাআৰুক্ৰীড়াদপ্তৰ |
৪ |
ফাৰ্মাচিউটিকেলছ |
ভাৰত চৰকাৰৰ চেণ্ট্ৰেল ড্ৰাগছ ষ্টেণ্ডাৰ্ড কণ্ট্ৰ’ল অৰ্গেনাইজেশ্যন আৰু আৰ্জেণ্টিনাৰ নেশ্যনেল এডমিনিষ্ট্ৰেশ্যন অৱ ড্ৰাগছ, ফুড এণ্ড মেডিকেল টেকন’ল’জীৰ মাজত ফাৰ্মাছিউটিকেলছ সন্দৰ্ভত বুজাবুজিচুক্তি |
জৰ্জফৌৰি, বৈদেশিকপৰিক্ৰমামন্ত্ৰী |
ৰাজ্যবৰ্ধনসিংৰাথোড়, ক্ৰীড়ামন্ত্ৰালয় (স্বতন্ত্ৰ)/তথ্যআৰুসম্প্ৰচাৰআৰুযুৱপৰিক্ৰমাআৰুক্ৰীড়াদপ্তৰ |
৫ |
এণ্টাৰ্কটিকা |
আৰ্জেণ্টিনা চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু ৱৰ্শ্বিপ অৱ দ্য আৰ্জেণ্টাইন ৰিপাব্লিক আৰু ভাৰতৰ ভু বিজ্ঞান মন্ত্ৰালয়ৰ মাজত এণ্টাৰ্কটিক সহযোগিতা সন্দৰ্ভতবুজাবুজিচুক্তি |
জৰ্জফৌৰি, বৈদেশিকপৰিক্ৰমামন্ত্ৰী |
ৰাজ্যবৰ্ধনসিংৰাথোড়, ক্ৰীড়ামন্ত্ৰালয় (স্বতন্ত্ৰ)/তথ্যআৰুসম্প্ৰচাৰআৰুযুৱপৰিক্ৰমাআৰুক্ৰীড়াদপ্তৰ |
৬ |
কৃষি |
ভাৰতৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয় আৰু আৰ্জেণ্টিনাৰ উত্পাদন আৰু শ্ৰমিক মন্ত্ৰালয়ৰ মাজত ২০১০ চনত স্বাক্ষৰিত চুক্তি সন্দৰ্ভত কাৰ্যপন্থা নিৰ্ধাৰণ |
লুইছমিগুৱেলএচেভেৰে, সচিব, কৃষিউদ্যোগ |
সঞ্জয়আগৰৱাল, সচিব, কৃষি |
৭ |
কৃষি |
ভাৰতীয় কৃষি গৱেষণা পৰিষদআৰু আৰ্জেণ্টিনাৰ উত্পাদন আৰু শ্ৰমিক মন্ত্ৰালয়ৰ অধীনৰ ৰাজ্যিক কৃষি উদ্যোগ সচিবৰ মাজত ২০০৬ চনত স্বাক্ষৰিত চুক্তি সন্দৰ্ভত ২০১৯-২১ চনৰ বাবে কাৰ্যপন্থা নিৰ্ধাৰণ |
লুইছমিগুৱেলএচেভেৰে, সচিব, কৃষিউদ্যোগ |
সঞ্জয়আগৰৱাল, সচিব, কৃষি |
৮ |
আইচিটি |
তথ্য আৰু যোগাযোগ প্ৰযুক্তি আৰু ইলেক্ট্ৰনিক্সৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে ভাৰত চৰকাৰৰ তথ্য-প্ৰযুক্তি আৰু ইলেক্ট্ৰ’নিক্স বিভাগ আৰু আৰ্জেণ্টিনাৰ আধুনিকীকৰণ দপ্তৰৰ চৰকাৰী সচিবৰ মাজত হোৱা যুটীয়া ঘোষণা |
ড. আন্দ্ৰেছআইবাৰা, সচিব, আধুনিকীকৰণ |
বিজয়ঠাকুৰসিং, সচিব (পূৱ), বাহ্যিকপৰিক্ৰমামন্ত্ৰালয় |
৯ |
অসামৰিকনিউক্লীয়েৰ |
ভাৰতৰগ্লোবেলচেণ্টাৰফৰনিউক্লীয়েৰএনাৰ্জীপাৰ্টনাৰশ্বিপ(জিচিএনইপি) আৰুআৰ্জেণ্টিনাৰশক্তিসচিবালয়ৰচিএনইএৰমাজতবুজাবুজিচুক্তি |
ওছভাল্ডোকালজেটাল’ৰি, চিএনইএ, অধ্যক্ষ |
সঞ্জীৱৰঞ্জন, ভাৰতৰআৰ্জেণ্টিনাস্থিতৰাষ্ট্ৰদূত |
১০ |
তথ্য-প্ৰযুক্তিবুদ্ধিমত্তাকেন্দ্ৰ |
তথ্য-প্ৰযুক্তিৰবাবেভাৰত-আৰ্জেণ্টিনাৰএকবুদ্ধিমত্তাকেন্দ্ৰস্থাপনৰচুক্তি |
জৰ্জফৌৰি, বৈদেশিকপৰিক্ৰমামন্ত্ৰী |
সঞ্জীৱৰঞ্জন, ভাৰতৰআৰ্জেণ্টিনাস্থিতৰাষ্ট্ৰদূত |