ক্ৰমিক নং |
চুক্তি/বুজাবুজি চুক্তিৰ নাম |
ভাৰতৰ পক্ষৰ পৰা বিনিময় |
ছৌদি আৰৱৰ পক্ষৰ পৰা বিনিময় |
১ |
ভাৰত গণৰাজ্য আৰু ছৌদি আৰৱৰ চৰকাৰৰ মাজত ৰাষ্ট্ৰীয় বিনিয়োগ আৰু আন্তঃগাঁথনি পুঁজিত বিনিয়োগৰ বুজাবুজিৰ চুক্তিপত্ৰ |
শ্ৰীমতী সুষমা স্বৰাজ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী |
এইচ.ই. খালিদ আল ফালিহ,শক্তি, উদ্যোগ আৰু খনিজ সম্পদ বিভাগৰ মন্ত্ৰী |
|
ভাৰত গণৰাজ্যৰ পৰ্যটন মন্ত্ৰ্যালয় আৰু ছৌদি আৰৱৰ পৰ্যটন তথা ৰাষ্ট্ৰীয় ঐতিহ্যৰ ছৌদি আয়োগৰ মাজত পৰ্যটনৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে হোৱা বুজাবুজিৰ চুক্তিপত্ৰ |
শ্ৰী টি এছ তিৰুমূৰ্তি, সচিব (ইআৰ) |
এইচ. ই. আডেল আল–জুবেইৰ, বৈদেশিক পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰী |
৩ |
ভাৰত গণৰাজ্য আৰু ছৌদি আৰৱৰ চৰকাৰৰ মাজত গৃহ নিৰ্মাণৰ সহযোগিতাৰ ক্ষেত্ৰত বুজাবুজিৰ চুক্তিপত্ৰ |
শ্ৰী আহমেদ জাভেদ, ছৌদি আৰৱৰ ভাৰতীয় ৰাষ্ট্ৰদূত |
এইচ.ই. ডঃ মাজিদ বিন আব্দুল্লাহ আল কুৰেশ্বি, বাণিজ্য আৰু বিনিয়োগ বিভাগৰ মন্ত্ৰী |
৪ |
ভাৰত গণৰাজ্যৰ ইনভেষ্ট ইণ্ডিয়া আৰু ছৌদি আৰৱৰ ছৌদি আৰবিয়ান জেনেৰেল ইনভেষ্টমেণ্ট অথ’ৰিটীৰ মাজত দ্বিপাক্ষিক বিনিয়োগ সম্পৰ্ক বৃদ্ধিৰ বাবে হোৱা পৰিকাঠামো সহযোগিতা কাৰ্যসূচী |
শ্ৰী আহমেদ জাভেদ, ছৌদি আৰৱৰ ভাৰতীয় ৰাষ্ট্ৰদূত |
এইচ.ই. ডঃ মাজিদ বিন আব্দুল্লাহ আল কুৰেশ্বি, বাণিজ্য আৰু বিনিয়োগ বিভাগৰ মন্ত্ৰী |
৫ |
শ্ৰব্য–দৃশ্য কাৰ্যসূচীৰ বিনিময়ৰ বাবে প্ৰচাৰ ভাৰতী, নতুন দিল্লী, ভাৰত আৰু ছৌদি আৰৱৰ ছৌদি ব্ৰডকাষ্টিং কৰ্প’ৰেচন (এছবিচি)ৰ মাজত সহযোগিতাৰ বাবে হোৱা বুজাবুজিৰ চুক্তিপত্ৰ |
শ্ৰী আহমেদ জাভেদ, ছৌদি আৰৱৰ ভাৰতীয় ৰাষ্ট্ৰদূত |
এইচ.ই. ডঃ মাজিদ বিন আব্দুল্লাহ আল কুৰেশ্বি, বাণিজ্য আৰু বিনিয়োগ বিভাগৰ মন্ত্ৰী |
টোকাঃ উপৰোক্তসমূহৰ উপৰিও ছৌদি পক্ষই আন্তৰ্জাতিক সৌৰ সহযোগিতা (আইএছএ)ৰ পৰিকাঠামো চুক্তিতো স্বাক্ষৰ কৰে৷