কালি ত্ৰিপুৰাৰ ৰাজ্যপাল শ্ৰী ইন্দ্ৰসেনা ৰেড্ডীয়ে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে এক্সত এইদৰে প’ষ্ট কৰেঃ
"ত্ৰিপুৰাৰ ৰাজ্যপাল শ্ৰী ইন্দ্ৰসেনা ৰেড্ডীয়ে কালি (২ নৱেম্বৰ, ২০২৩)ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।"
Governor of Tripura, Shri Indrasena Reddy, met Prime Minister @narendramodi, yesterday, on 2nd November 2023. pic.twitter.com/fMmmtPiQxu
— PMO India (@PMOIndia) November 3, 2023