মাননীয় অধ্যক্ষ মহোদয়,
মই ভাবো যে আজি আমাৰ বহু সংখ্যক মহিলা সাংসদ মন্ত্ৰী হোৱাত সংসদত এটা উৎসাহৰ বাতাবৰণৰ সৃষ্টি হৈছে। আজি, আমাৰ বহু সংখ্যক দলিত ভাতৃ মন্ত্ৰী হোৱাত মই সন্তোষ পাইছো। মই সুখী হৈছো যে আজি আমাৰ বহু সংখ্যক জনজাতীয় অনুসূচিত জনজাতিৰ কমৰেড মন্ত্ৰী হৈছে। ই সকলোকে সুখী কৰিছে।
It seems some people cannot digest that more women, SC, ST and OBC community members are becoming Ministers: PM @narendramodi in the Lok Sabha
— PMO India (@PMOIndia) July 19, 2021
মাননীয় অধ্যক্ষ মহোদয়,
সংসদত এইবাৰ আমাৰ সতীৰ্থ সাংসদসকল কৃষক পৰিয়াল, গ্ৰামীণ পৰিবেশ, আৰ্থ-সামাজিকভাৱে পাছপৰা শ্ৰেণী, অ’বিচি সমাজৰপৰা আহিছে, তেওঁলোকৰ বহুতেই মন্ত্ৰী পৰিষদত অন্তৰ্ভুক্ত হোৱাৰ সুযোগ লাভ কৰিছে। প্ৰতিখন সদনতে তেওঁলোকক পৰিচয় কৰাই দি আনন্দিত হৈছো। তেওঁলোকক সদনৰ সন্মান যছা গৈছে। তথাপিতো দেশখনৰ দলিতসকল মন্ত্ৰী হোৱা, দেশখনৰ মহিলাসকল মন্ত্ৰী হোৱা, দেশখনৰ অ’বিচি মন্ত্ৰী হোৱা, দেশখনৰ কৃষকৰ সন্তান মন্ত্ৰী হোৱা কথাটোক একাংশ লোকে ভালপোৱা নাই আৰু সেয়ে তেওঁলোকে তেওঁলোকৰ পৰিচয় প্ৰদানতো অনুমতি জনোৱা নাই। আৰু সেয়ে, মাননীয় অধ্যক্ষ মহোদয়, কেবিনেটৰ নৱ নিযুক্ত সদস্যসকলক লোকসভাত পৰিচয় কৰাই দিয়া হৈছে বুলি বিবেচনা কৰিব লাগে।
It should make everyone proud that several women, several people belonging to the SC and ST community have taken oath as Ministers.
— PMO India (@PMOIndia) July 19, 2021
Several new Ministers are children of farmers and also belong to OBC communities: PM @narendramodi in the Lok Sabha