Quoteএছচি আৰু এছটি সমাজৰ কেইবাগৰাকীও মহিলা, লোকে মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰা কাৰ্য্যই সকলোকে গৌৰৱান্বিত কৰা উচিত। কেইবাজনো নতুন মন্ত্ৰী কৃষকৰ সন্তান আৰু অ’বিচি সমাজৰপৰা অহাঃ প্ৰধানমন্ত্ৰী
Quoteএছচি, এছটি আৰু অ’বিচি সমাজৰ বহু মহিলা মন্ত্ৰী হোৱা কাৰ্য্যক একাংশ লোকে সহ্য কৰিব নোৱাৰা দেখা গৈছেঃ প্ৰধানমন্ত্ৰী

মাননীয় অধ্যক্ষ মহোদয়,

মই ভাবো যে আজি আমাৰ বহু সংখ্যক মহিলা সাংসদ মন্ত্ৰী হোৱাত সংসদত এটা উৎসাহৰ বাতাবৰণৰ সৃষ্টি হৈছে। আজি, আমাৰ বহু সংখ্যক দলিত ভাতৃ মন্ত্ৰী হোৱাত মই সন্তোষ পাইছো। মই সুখী হৈছো যে আজি আমাৰ বহু সংখ্যক জনজাতীয় অনুসূচিত জনজাতিৰ কমৰেড মন্ত্ৰী হৈছে। ই সকলোকে সুখী কৰিছে।

 

মাননীয় অধ্যক্ষ মহোদয়,

সংসদত এইবাৰ আমাৰ সতীৰ্থ সাংসদসকল কৃষক পৰিয়াল, গ্ৰামীণ পৰিবেশ, আৰ্থ-সামাজিকভাৱে পাছপৰা শ্ৰেণী, অ’বিচি সমাজৰপৰা আহিছে, তেওঁলোকৰ বহুতেই মন্ত্ৰী পৰিষদত অন্তৰ্ভুক্ত হোৱাৰ সুযোগ লাভ কৰিছে। প্ৰতিখন সদনতে তেওঁলোকক পৰিচয় কৰাই দি আনন্দিত হৈছো। তেওঁলোকক সদনৰ সন্মান যছা গৈছে। তথাপিতো দেশখনৰ দলিতসকল মন্ত্ৰী হোৱা, দেশখনৰ মহিলাসকল মন্ত্ৰী হোৱা, দেশখনৰ অ’বিচি মন্ত্ৰী হোৱা, দেশখনৰ কৃষকৰ সন্তান মন্ত্ৰী হোৱা কথাটোক একাংশ লোকে ভালপোৱা নাই আৰু সেয়ে তেওঁলোকে তেওঁলোকৰ পৰিচয় প্ৰদানতো অনুমতি জনোৱা নাই। আৰু সেয়ে, মাননীয় অধ্যক্ষ মহোদয়, কেবিনেটৰ নৱ নিযুক্ত সদস্যসকলক লোকসভাত পৰিচয় কৰাই দিয়া হৈছে বুলি বিবেচনা কৰিব লাগে।

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Over 100K internships on offer in phase two of PM Internship Scheme

Media Coverage

Over 100K internships on offer in phase two of PM Internship Scheme
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 20 ফেব্ৰুৱাৰী 2025
February 20, 2025

Citizens Appreciate PM Modi's Effort to Foster Innovation and Economic Opportunity Nationwide