প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আষাঢ়ী একাদশী উপলক্ষে ৰাইজক শুভেচ্ছা জ্ঞাপন কৰিছে।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়, ‘পৱিত্ৰ আষাঢ়ী একাদশী উপলক্ষে সকলোলৈকে মোৰ শুভেচ্ছা জ্ঞাপন কৰিছো। এই বিশেষ দিনটোত আমি ভগৱান বিথ্থলক প্ৰাৰ্থনা কৰিছোঁ যাতে আমাক প্ৰচুৰ সুখ আৰু সুস্বাস্থ্যৰ অধিকাৰী হ’বলৈ আশীৰ্বাদ প্ৰদান কৰে। বাৰকাৰী আন্দোলনে আমাৰ সৰ্বশ্ৰেষ্ঠ পৰম্পৰাক প্ৰতিফলিত কৰে আৰু সম্প্ৰীতি আৰু সমতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।’
On the auspicious occasion of Ashadhi Ekadashi, my greetings to everyone. On this special day, we pray to Lord Vitthal to bless us with abundance of happiness and good health. The Varkari movement represents the finest of our traditions and emphasises on harmony and equality.
— Narendra Modi (@narendramodi) July 20, 2021
आषाढी एकादशीच्या पवित्र दिवशी माझ्या सर्वांना शुभेच्छा. सर्वांना उदंड आनंद आणि चांगले आरोग्य लाभू दे अशी विठ्ठल चरणी प्रार्थना करूया.
— Narendra Modi (@narendramodi) July 20, 2021
वारकरी चळवळ ही आपल्या उत्कृष्ट परंपरेचं उदाहरण असून समानता आणि एकता यावर भर देणारी आहे