সংযুক্ত আৰৱ আমিৰাতৰ ৰাষ্ট্ৰপতি, মহামহিম শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ান আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ২০২৪ৰ ১৩ ফেব্ৰুৱাৰীত আবু ধাবিত মিলিত হয়। ৰাষ্ট্ৰপতি, মহামহিম শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ইউএইলৈ স্বাগতম জনায় আৰু ১৪ ফেব্ৰুৱাৰী, ২০২৪ত ডুবাইত অনুষ্ঠিত বিশ্ব চৰকাৰ সন্মিলন, ২০২৪ত ভাষণ প্ৰদানৰ আমন্ত্ৰণ গ্ৰহণৰ বাবে প্ৰশংসা প্ৰকাশ কৰে।

দুয়োগৰাকী নেতাই উল্লেখ কৰে যে যোৱা ৯ বছৰৰ ভিতৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ এয়া সপ্তম ইউএই ভ্ৰমণ। ২০২৩ৰ ১ ডিচেম্বৰত ডুবাইত অনুষ্ঠিত ইউএনএফচিচিচি চিঅ’পি২৮ সন্মিলনত অংশগ্ৰহণৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীয়ে শেষবাৰৰ বাবে ইউএই ভ্ৰমণ কৰিছিল, য’ত তেখেতে ইউএইৰ ৰাষ্ট্ৰপতি, মহামহিম শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে মিলিত হৈছিল। সেই ভ্ৰমণৰ সময়ত ভাৰতে চিঅ’পি২৮ৰ অধ্যক্ষতাক, "চিঅ’পি ফৰ এক্সন”ক পথ প্ৰদৰ্শনৰ বাবে আৰু "দ্য ইউএই কনচেনচাছ"ত উপনীত হোৱাৰ বাবে শলাগ লৈছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে চিঅ’পি২৮ৰ অধ্যক্ষতাৰ "জলবায়ু বিত্ত পৰিৱৰ্তন" বিষয়ক অধিবেশনত অংশগ্ৰহণ কৰে আৰু ইউএইৰ ৰাষ্ট্ৰপতিৰ সৈতে মিলি এই সন্মিলনৰ আঁৰত 'সেউজ ক্ৰেডিট কাৰ্য্যসূচী' সন্দৰ্ভত উচ্চ পৰ্য্যায়ৰ অনুষ্ঠানৰ সহ-আয়োজন কৰে। তেওঁলোকে যোৱা আঠ বছৰত ৰাষ্ট্ৰপতি, মহামহিম শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ ভাৰত ভ্ৰমণ সম্পৰ্কে আলোকপাত কৰে। তেওঁৰ শেহতীয়া ভ্ৰমণ আছিল ২০২৪ৰ ৯-১০ জানুৱাৰীত ভাইব্ৰেন্ট গুজৰাট গ্ল’বেল ছামিটৰ দশম সংস্কৰণত অংশগ্ৰহণ। তেওঁ ইয়াত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে আৰু এই সময়ছোৱাত তেওঁ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বিনিয়োগ সহযোগিতাৰ ওপৰত কেইবাখনো বুজাবুজিৰ চুক্তি সম্পন্ন কৰে।

২০১৭ত মহামহিম শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ ভাৰত ভ্ৰমণৰ সময়ত আনুষ্ঠানিকভাৱে এক ব্যাপক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰা ভাৰত-ইউএইৰ দ্বিপাক্ষিক সম্পৰ্কক লৈ দুয়োগৰাকী নেতাই আলোচনা কৰে। উল্লেখ্য যে বছৰ-বছৰ ধৰি দুয়োখন দেশৰ মাজত অংশীদাৰিত্ব যথেষ্ট বৃদ্ধি পাইছে।

ৰাষ্ট্ৰপতি, মহামহিম শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ান আৰু প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নিম্ন উল্লেখিত সিদ্ধান্তত উপনীত হয়ঃ

I. দ্বিপাক্ষিক বিনিয়োগ চুক্তি

 
II. ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰ সন্দৰ্ভত আন্তঃচৰকাৰী কাঠামো চুক্তি (IMEEC)

 
III. ডিজিটেল আন্তঃগাঁথনি প্ৰকল্পত সহযোগিতাৰ বাবে বুজাবুজিৰ চুক্তি

 
IV. বিদ্যুৎ আন্তঃসংযোগ আৰু বাণিজ্যৰ ক্ষেত্ৰত বুজাবুজিৰ চুক্তি


V. গুজৰাটৰ ৰাষ্ট্ৰীয় সামুদ্ৰিক ঐতিহ্য কমপ্লেক্স, লোথালৰ সৈতে সহযোগিতাৰ বাবে বুজাবুজিৰ চুক্তি


VI. ইউএইৰ ৰাষ্ট্ৰীয় পুথিভঁৰাল আৰু আৰ্কাইভ আৰু ভাৰতৰ ৰাষ্ট্ৰীয় আৰ্কাইভৰ মাজত সহযোগিতা প্ৰট’কল

 

VII. তৎক্ষণাত পেমেন্ট প্লেটফৰ্ম – ইউপিআই (ভাৰত) আৰু এএএনআই (ইউএই)ৰ আন্তঃসংযোগৰ চুক্তি

 

VIII. ঘৰুৱা ডেবিট/ক্ৰেডিট কাৰ্ড - ৰুপে (ভাৰত) জয়ৱান (ইউএই)ৰ সৈতে আন্তঃসংযোগৰ চুক্তি

এই ভ্ৰমণৰ পূৰ্বে, আৰআইটিইএছ লিমিটেডে আবুধাবি বন্দৰ কোম্পানী আৰু গুজৰাট মেৰিটাইম ব'ৰ্ডৰ সৈতে চুক্তিবদ্ধ হয়। এই ব্যৱস্থাই বন্দৰৰ আন্তঃগাঁথনি গঢ়ি তোলাত সহায় কৰিব আৰু দুয়োখন দেশৰ মাজত সংযোগ অধিক বৃদ্ধি কৰিব।

শক্তিশালী অৰ্থনৈতিক আৰু বাণিজ্যিক সহযোগিতা সুদৃঢ়কৰণৰ লগতে সহযোগিতাৰ নতুন ক্ষেত্ৰসমূহ অন্বেষণৰ বাবে দুয়োপক্ষৰ প্ৰচেষ্টাক সমৰ্থন জনায় দুয়োগৰাকী নেতাই। তেওঁলোকে ২০২২ৰ ১ মে’ত বিস্তৃত অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি (CEPA) বলবৎ হোৱাৰ পিছত ইউএই-ভাৰতৰ বাণিজ্যিক সম্পৰ্কত দেখা পোৱা শক্তিশালী বিকাশক আদৰণি জনায়। ফলস্বৰূপে, ২০২২-২৩ৰ বাবে ইউএই ভাৰতৰ তৃতীয় সৰ্ববৃহৎ বাণিজ্যিক অংশীদাৰ আৰু ভাৰতৰ দ্বিতীয় সৰ্ববৃহৎ ৰপ্তানি গন্তব্যস্থান হৈ উঠে। ২০২২-২৩ত দ্বিপাক্ষিক বাণিজ্য ৮৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধি পাইছে। এই সন্দৰ্ভত নেতা দুজনে ২০৩০ৰ লক্ষ্য বৰ্ষৰ বহু আগতেই দ্বিপাক্ষিক বাণিজ্যক ১০০ বিলিয়ন মাৰ্কিন ডলাৰলৈ উন্নীতকৰণ সন্দৰ্ভত আশাবাদ প্ৰকাশ কৰে। নেতা দুগৰাকীয়ে ইউএই-ভাৰত চিইপিএ কাউন্সিল (UICC)ৰ আনুষ্ঠানিক উন্মোচনকো স্বীকাৰ কৰে, যি দ্বিপাক্ষিক বাণিজ্যিক অংশীদাৰিত্বত এক মাইলৰৰ খুঁটি হিচাপে চিহ্নিত হৈছে।

নেতাদ্বয়ে উল্লেখ কৰে যে দ্বিপাক্ষিক বিনিয়োগ চুক্তিখনে দুয়োখন দেশতে ভিন্ন খণ্ডত বিনিয়োগক অধিক প্ৰোৎসাহিত কৰিব। ইয়াৰ উপৰিও, ২০২৩ত ভাৰতৰ চতুৰ্থ সৰ্ববৃহৎ বিনিয়োগকাৰী আৰু সামগ্ৰিকভাৱে প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ সপ্তম সৰ্ববৃহৎ উৎস আছিল ইউএই। তেওঁলোকে আলোকপাত কৰে যে ভাৰতে ইউএইৰ সৈতে দ্বিপাক্ষিক বিনিয়োগ চুক্তি আৰু এক ব্যাপক অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি উভয়তে স্বাক্ষৰ কৰিছে, যিয়ে দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক অৰ্থনৈতিক সংযোগৰ স্বকীয়তা আৰু গভীৰতাক প্ৰতিফলিত কৰিছে।

নেতাসকলে বিশ্ব অৰ্থনৈতিক সমৃদ্ধি আৰু স্থিতিস্থাপকতাক লাভান্বিতকৰণৰ ক্ষেত্ৰত সু-কাৰ্য্যক্ষম আৰু সমতাপূৰ্ণ বহুপক্ষীয় বাণিজ্য ব্যৱস্থাৰ গুৰুত্ব সম্পৰ্কে আলোকপাত কৰে আৰু ২০২৪ৰ ২৬-২৯ ফেব্ৰুৱাৰীলৈ আবুধাবিত অনুষ্ঠিত হ’বলগীয়া ত্ৰয়োদশ বিশ্ব ব্যৱসায় সংস্থাৰ মন্ত্ৰী সন্মিলনৰ ফলপ্ৰসূতাৰ কথা উল্লেখ কৰে যিয়ে সকলো বিশ্ব ব্যৱসায় সংস্থাৰ সদস্যৰ স্বাৰ্থৰ সেৱা কৰে আৰু নিয়মভিত্তিক বাণিজ্যিক ব্যৱস্থা সুদৃঢ় কৰে।

নেতাদ্বয়ে জেবেল আলীত ভাৰত মাৰ্ট গঠনৰ সিদ্ধান্তক আদৰণি জনায়, যিয়ে দ্বিপাক্ষিক বাণিজ্যক অধিক প্ৰোৎসাহিত কৰিব আৰু জেবেল আলী বন্দৰৰ কৌশলগত অৱস্থানৰ সহায় লৈ চিইপিএৰ ব্যৱহাৰ বৃদ্ধিৰ বাবে এক মঞ্চ হিচাপে কাম কৰিব। তেওঁলোকে উল্লেখ কৰে যে ভাৰত মাৰ্টে ভাৰতৰ অহা ক্ষুদ্ৰ, লঘু আৰু মজলীয়া খণ্ডৰ উদ্যোগসমূহক আন্তঃৰাষ্ট্ৰীয় ক্ৰেতাসকলৰ সৈতে যোগাযোগ কৰিবলৈ আৰু সমগ্ৰ মধ্যপ্ৰাচ্য, আফ্ৰিকা আৰু ইউৰেছিয়াত তেওঁলোকৰ সামগ্ৰীৰ প্ৰচাৰৰ বাবে এক ফলপ্ৰসূ মঞ্চ প্ৰদানেৰে সহায় কৰিব।

বিত্তীয় খণ্ডত অৰ্থনৈতিক সম্পৰ্ক গভীৰ হোৱাৰ বাবে নেতাসকলে শলাগ লয়। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইউএইৰ কেন্দ্ৰীয় বেংকৰ সৈতে ভাৰতীয় ৰাষ্ট্ৰীয় পেমেন্ট কৰ্প’ৰেচনে (NPCI) শ্বেয়াৰ কৰা ডিজিটেল ৰুপে ষ্টেকৰ সহায় লৈ ইউএইৰ ঘৰুৱা কাৰ্ড আঁচনি জয়ৱান মুকলিৰ বাবে মহামহিম শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানক অভিনন্দন জনায়। ৰাষ্ট্ৰীয় পেমেন্ট প্লেটফৰ্ম – ইউপিআই (ভাৰত) আৰু এএএনআই (ইউএই)ৰ আন্তঃসংযোগৰ চুক্তিকো আদৰণি জনায়, যিয়ে দুয়োখন দেশৰ মাজত সীমা অতিক্ৰমি নিৰৱচ্ছিন্ন লেনদেনৰ সুবিধা প্ৰদান কৰিব।

তেল, গেছ, নবীকৰণযোগ্য শক্তিকে প্ৰমুখ্য কৰি শক্তি খণ্ডত দ্বিপাক্ষিক অংশীদাৰিত্ব বৃদ্ধিৰ উপায় সম্পৰ্কে দুয়োগৰাকী নেতাই আলোচনা কৰে। শেহতীয়াকৈ এডিএনঅ’চি গেছ আৰু ইণ্ডিয়ান অইল কৰ্প’ৰেচন লিমিটেড আৰু গেছ অথৰিটি অৱ ইণ্ডিয়া লিমিটেড (GAIL)ৰ মাজত ক্ৰমে ১.২ এমএমটিপিএ আৰু ০.৫ এমএমটিপিএৰ বাবে দুখন নতুন দীৰ্ঘম্যাদী এলএনজি যোগান চুক্তি স্বাক্ষৰ কৰা বুলি স্বীকাৰ কৰে। এই চুক্তিসমূহে দুয়োখন দেশৰ শক্তি অংশীদাৰিত্বৰ এক নতুন যুগৰ আৰম্ভণি কৰে আৰু দুয়োগৰাকী নেতাই কোম্পানীসমূহক এনে অধিক সুযোগ বিচাৰিবলৈ উৎসাহিত কৰে। তদুপৰি হাইড্ৰজেন, সৌৰশক্তি আৰু গ্ৰীড সংযোগৰ ক্ষেত্ৰত দুয়োপক্ষই সহযোগিতা আগবঢ়াই নিবলৈ সন্মত হয়।

নেতাসকলে স্বীকাৰ কৰে যে আজি স্বাক্ষৰিত বিদ্যুৎ আন্তঃসংযোগ আৰু বাণিজ্যৰ ক্ষেত্ৰত বুজাবুজিৰ চুক্তিখনে দুয়োখন দেশৰ মাজত শক্তি সহযোগিতাৰ এক নতুন ক্ষেত্ৰ মুকলি কৰিছে, যিয়ে গ্ৰীণ গ্ৰীডছ – ওৱান ছান ওৱান ৱৰ্ল্ড ওৱান গ্ৰীড (OSOWOG)ৰ পদক্ষেপকো সজীৱ কৰি তুলিব। এই বুজাবুজিৰ চুক্তিয়ে দুয়োখন দেশৰ মাজত শক্তি সহযোগিতা আৰু সংযোগক অধিক বৃদ্ধি কৰিব বুলি তেওঁলোকে আস্থা প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি, মহামহিম শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানক ব্যক্তিগত সহযোগিতাৰ বাবে আৰু আবুধাবিত বিএপিএছ মন্দিৰ নিৰ্মাণৰ বাবে ভূমি প্ৰদানৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। দুয়োপক্ষই উল্লেখ কৰে যে বিএপিএছ মন্দিৰটো ইউএই-ভাৰতৰ বন্ধুত্বৰ উদযাপন, উভয় ৰাষ্ট্ৰকে একত্ৰিত কৰা গভীৰভাৱে শিপাই থকা সাংস্কৃতিক বন্ধনৰ প্ৰতীক আৰু লগতে ইউএইৰ সমন্বয়, সহনশীলতা আৰু শান্তিপূৰ্ণ সহাৱস্থানৰ প্ৰতি বৈশ্বিক দায়বদ্ধতাৰ মূৰ্ত ৰূপ।

দুয়োজন নেতাই উল্লেখ কৰে যে দুয়োখন দেশৰ ৰাষ্ট্ৰীয় আৰ্কাইভৰ মাজত সহযোগিতা প্ৰট’কল আৰু গুজৰাটৰ লোথালত থকা ৰাষ্ট্ৰীয় সামুদ্ৰিক ঐতিহ্য কমপ্লেক্সৰ সৈতে সহযোগিতাৰ বুজাবুজিৰ চুক্তিয়ে ভাৰত-ইউএইৰ সম্পৰ্কৰ শতিকা পুৰণি শিপা পুনৰুদ্ধাৰ আৰু সহভাজিত ইতিহাসৰ সম্পদসমূহ সংৰক্ষণত সহায় কৰিব।

মধ্যপ্ৰাচ্যৰ প্ৰথম আইআইটি আবুধাবিত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (IIT)-দিল্লীয়ে শক্তি পৰিৱৰ্তন আৰু বহনক্ষমতাৰ প্ৰথম স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভৰ বাবে দুয়োগৰাকী নেতাই শলাগ লয়। তেওঁলোকে উন্নত প্ৰযুক্তি, কৃত্ৰিম বুদ্ধিমত্তা আৰু বহনক্ষম শক্তিৰ ওপৰত গুৰুত্ব আৰোপেৰে শিক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে দুয়োখন দেশৰ সহভাজিত প্ৰতিশ্ৰুতি পুনৰবাৰ উল্লেখ কৰে।

দুয়োগৰাকী নেতাই ইউএই-ইণ্ডিয়া কালচাৰ কাউন্সিল ফ’ৰাম স্থাপনৰ অগ্ৰগতি আৰু দুয়োপক্ষৰপৰা কাউন্সিলৰ সদস্যপদৰ পৰ্য্যালোচনা কৰে। দুয়োখন ৰাষ্ট্ৰৰ উপকাৰ হোৱা গভীৰ পাৰস্পৰিক বুজাবুজি গঢ় দিয়াত সাংস্কৃতিক আৰু জ্ঞান নীতিৰ ভূমিকাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে দুয়োগৰাকী নেতাই।

ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰ আইএমইইচিৰ ওপৰত ভাৰত আৰু ইউএইৰ মাজত আন্তঃচৰকাৰী কাঠামো সৃষ্টিৰ বাবে বুজাবুজিৰ চুক্তিখনক নেতাসকলে আদৰণি জনায়, যিয়ে আঞ্চলিক সংযোগক অধিক আগুৱাই নিয়াৰ ক্ষেত্ৰত ইউএই আৰু ভাৰতে গ্ৰহণ কৰা অগ্ৰগতি প্ৰতিফলিত কৰে। কাঠামোৰ মূল উপাদানসমূহৰ ভিতৰত আছে ডিজিটেল বাতাবৰণকে ধৰি এটা লজিষ্টিক প্লেটফৰ্মৰ বিকাশ আৰু পৰিচালনা তথা আইএমইইচি সক্ষম কৰিবলৈ সকলো ধৰণৰ সাধাৰণ সামগ্ৰী, বাল্ক, কন্টেইনাৰ আৰু লিকুইড বাল্ক চম্ভালিব পৰাকৈ যোগান শৃংখল সেৱা প্ৰদান কৰা। নতুন দিল্লীত অনুষ্ঠিত হোৱা জি-২০ নেতা সন্মিলনৰ আঁৰত আৰম্ভ কৰা আইএমইইচিৰ পদক্ষেপৰ অধীনত এয়াই প্ৰথমখন চুক্তি।

ডিজিটেল আন্তঃগাঁথনি খণ্ডত বিনিয়োগ সহযোগিতাৰ যৌথভাৱে অন্বেষণ, মূল্যায়নৰ বাবে বুজাবুজিৰ চুক্তিখনক নেতাসকলে আদৰণি জনায়। ইউএইৰ বিনিয়োগ মন্ত্ৰালয় আৰু ভাৰত গণৰাজ্যৰ ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ স্বাক্ষৰিত এই বুজাবুজিৰ চুক্তিখনে ইউএই আৰু ভাৰতৰ ৰাজহুৱা আৰু ব্যক্তিগত সংস্থাসমূহৰ মাজত সম্পৰ্ক গঢ়ি তুলি শক্তিশালী আৰু ফলপ্ৰসূ সহযোগিতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ লক্ষ্য হৈছে ভাৰতত ছুপাৰ কম্পিউটাৰ ক্লাষ্টাৰ আৰু ভাৰতত ডাটা চেন্টাৰ প্ৰকল্প স্থাপনৰ সম্ভাৱনা অন্বেষণ আৰু মূল্যায়ন কৰা।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি, মহামহিম শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানক তেওঁৰ লগতে ভাৰতীয় প্ৰতিনিধি দলটোক আগবঢ়োৱা উষ্ম আতিথ্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

 

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
PLI, Make in India schemes attracting foreign investors to India: CII

Media Coverage

PLI, Make in India schemes attracting foreign investors to India: CII
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Text of PM Modi's address at the Parliament of Guyana
November 21, 2024

Hon’ble Speaker, मंज़ूर नादिर जी,
Hon’ble Prime Minister,मार्क एंथनी फिलिप्स जी,
Hon’ble, वाइस प्रेसिडेंट भरत जगदेव जी,
Hon’ble Leader of the Opposition,
Hon’ble Ministers,
Members of the Parliament,
Hon’ble The चांसलर ऑफ द ज्यूडिशियरी,
अन्य महानुभाव,
देवियों और सज्जनों,

गयाना की इस ऐतिहासिक पार्लियामेंट में, आप सभी ने मुझे अपने बीच आने के लिए निमंत्रित किया, मैं आपका बहुत-बहुत आभारी हूं। कल ही गयाना ने मुझे अपना सर्वोच्च सम्मान दिया है। मैं इस सम्मान के लिए भी आप सभी का, गयाना के हर नागरिक का हृदय से आभार व्यक्त करता हूं। गयाना का हर नागरिक मेरे लिए ‘स्टार बाई’ है। यहां के सभी नागरिकों को धन्यवाद! ये सम्मान मैं भारत के प्रत्येक नागरिक को समर्पित करता हूं।

साथियों,

भारत और गयाना का नाता बहुत गहरा है। ये रिश्ता, मिट्टी का है, पसीने का है,परिश्रम का है करीब 180 साल पहले, किसी भारतीय का पहली बार गयाना की धरती पर कदम पड़ा था। उसके बाद दुख में,सुख में,कोई भी परिस्थिति हो, भारत और गयाना का रिश्ता, आत्मीयता से भरा रहा है। India Arrival Monument इसी आत्मीय जुड़ाव का प्रतीक है। अब से कुछ देर बाद, मैं वहां जाने वाला हूं,

साथियों,

आज मैं भारत के प्रधानमंत्री के रूप में आपके बीच हूं, लेकिन 24 साल पहले एक जिज्ञासु के रूप में मुझे इस खूबसूरत देश में आने का अवसर मिला था। आमतौर पर लोग ऐसे देशों में जाना पसंद करते हैं, जहां तामझाम हो, चकाचौंध हो। लेकिन मुझे गयाना की विरासत को, यहां के इतिहास को जानना था,समझना था, आज भी गयाना में कई लोग मिल जाएंगे, जिन्हें मुझसे हुई मुलाकातें याद होंगीं, मेरी तब की यात्रा से बहुत सी यादें जुड़ी हुई हैं, यहां क्रिकेट का पैशन, यहां का गीत-संगीत, और जो बात मैं कभी नहीं भूल सकता, वो है चटनी, चटनी भारत की हो या फिर गयाना की, वाकई कमाल की होती है,

साथियों,

बहुत कम ऐसा होता है, जब आप किसी दूसरे देश में जाएं,और वहां का इतिहास आपको अपने देश के इतिहास जैसा लगे,पिछले दो-ढाई सौ साल में भारत और गयाना ने एक जैसी गुलामी देखी, एक जैसा संघर्ष देखा, दोनों ही देशों में गुलामी से मुक्ति की एक जैसी ही छटपटाहट भी थी, आजादी की लड़ाई में यहां भी,औऱ वहां भी, कितने ही लोगों ने अपना जीवन समर्पित कर दिया, यहां गांधी जी के करीबी सी एफ एंड्रूज हों, ईस्ट इंडियन एसोसिएशन के अध्यक्ष जंग बहादुर सिंह हों, सभी ने गुलामी से मुक्ति की ये लड़ाई मिलकर लड़ी,आजादी पाई। औऱ आज हम दोनों ही देश,दुनिया में डेमोक्रेसी को मज़बूत कर रहे हैं। इसलिए आज गयाना की संसद में, मैं आप सभी का,140 करोड़ भारतवासियों की तरफ से अभिनंदन करता हूं, मैं गयाना संसद के हर प्रतिनिधि को बधाई देता हूं। गयाना में डेमोक्रेसी को मजबूत करने के लिए आपका हर प्रयास, दुनिया के विकास को मजबूत कर रहा है।

साथियों,

डेमोक्रेसी को मजबूत बनाने के प्रयासों के बीच, हमें आज वैश्विक परिस्थितियों पर भी लगातार नजर ऱखनी है। जब भारत और गयाना आजाद हुए थे, तो दुनिया के सामने अलग तरह की चुनौतियां थीं। आज 21वीं सदी की दुनिया के सामने, अलग तरह की चुनौतियां हैं।
दूसरे विश्व युद्ध के बाद बनी व्यवस्थाएं और संस्थाएं,ध्वस्त हो रही हैं, कोरोना के बाद जहां एक नए वर्ल्ड ऑर्डर की तरफ बढ़ना था, दुनिया दूसरी ही चीजों में उलझ गई, इन परिस्थितियों में,आज विश्व के सामने, आगे बढ़ने का सबसे मजबूत मंत्र है-"Democracy First- Humanity First” "Democracy First की भावना हमें सिखाती है कि सबको साथ लेकर चलो,सबको साथ लेकर सबके विकास में सहभागी बनो। Humanity First” की भावना हमारे निर्णयों की दिशा तय करती है, जब हम Humanity First को अपने निर्णयों का आधार बनाते हैं, तो नतीजे भी मानवता का हित करने वाले होते हैं।

साथियों,

हमारी डेमोक्रेटिक वैल्यूज इतनी मजबूत हैं कि विकास के रास्ते पर चलते हुए हर उतार-चढ़ाव में हमारा संबल बनती हैं। एक इंक्लूसिव सोसायटी के निर्माण में डेमोक्रेसी से बड़ा कोई माध्यम नहीं। नागरिकों का कोई भी मत-पंथ हो, उसका कोई भी बैकग्राउंड हो, डेमोक्रेसी हर नागरिक को उसके अधिकारों की रक्षा की,उसके उज्जवल भविष्य की गारंटी देती है। और हम दोनों देशों ने मिलकर दिखाया है कि डेमोक्रेसी सिर्फ एक कानून नहीं है,सिर्फ एक व्यवस्था नहीं है, हमने दिखाया है कि डेमोक्रेसी हमारे DNA में है, हमारे विजन में है, हमारे आचार-व्यवहार में है।

साथियों,

हमारी ह्यूमन सेंट्रिक अप्रोच,हमें सिखाती है कि हर देश,हर देश के नागरिक उतने ही अहम हैं, इसलिए, जब विश्व को एकजुट करने की बात आई, तब भारत ने अपनी G-20 प्रेसीडेंसी के दौरान One Earth, One Family, One Future का मंत्र दिया। जब कोरोना का संकट आया, पूरी मानवता के सामने चुनौती आई, तब भारत ने One Earth, One Health का संदेश दिया। जब क्लाइमेट से जुड़े challenges में हर देश के प्रयासों को जोड़ना था, तब भारत ने वन वर्ल्ड, वन सन, वन ग्रिड का विजन रखा, जब दुनिया को प्राकृतिक आपदाओं से बचाने के लिए सामूहिक प्रयास जरूरी हुए, तब भारत ने CDRI यानि कोएलिशन फॉर डिज़ास्टर रज़ीलिएंट इंफ्रास्ट्रक्चर का initiative लिया। जब दुनिया में pro-planet people का एक बड़ा नेटवर्क तैयार करना था, तब भारत ने मिशन LiFE जैसा एक global movement शुरु किया,

साथियों,

"Democracy First- Humanity First” की इसी भावना पर चलते हुए, आज भारत विश्वबंधु के रूप में विश्व के प्रति अपना कर्तव्य निभा रहा है। दुनिया के किसी भी देश में कोई भी संकट हो, हमारा ईमानदार प्रयास होता है कि हम फर्स्ट रिस्पॉन्डर बनकर वहां पहुंचे। आपने कोरोना का वो दौर देखा है, जब हर देश अपने-अपने बचाव में ही जुटा था। तब भारत ने दुनिया के डेढ़ सौ से अधिक देशों के साथ दवाएं और वैक्सीन्स शेयर कीं। मुझे संतोष है कि भारत, उस मुश्किल दौर में गयाना की जनता को भी मदद पहुंचा सका। दुनिया में जहां-जहां युद्ध की स्थिति आई,भारत राहत और बचाव के लिए आगे आया। श्रीलंका हो, मालदीव हो, जिन भी देशों में संकट आया, भारत ने आगे बढ़कर बिना स्वार्थ के मदद की, नेपाल से लेकर तुर्की और सीरिया तक, जहां-जहां भूकंप आए, भारत सबसे पहले पहुंचा है। यही तो हमारे संस्कार हैं, हम कभी भी स्वार्थ के साथ आगे नहीं बढ़े, हम कभी भी विस्तारवाद की भावना से आगे नहीं बढ़े। हम Resources पर कब्जे की, Resources को हड़पने की भावना से हमेशा दूर रहे हैं। मैं मानता हूं,स्पेस हो,Sea हो, ये यूनीवर्सल कन्फ्लिक्ट के नहीं बल्कि यूनिवर्सल को-ऑपरेशन के विषय होने चाहिए। दुनिया के लिए भी ये समय,Conflict का नहीं है, ये समय, Conflict पैदा करने वाली Conditions को पहचानने और उनको दूर करने का है। आज टेरेरिज्म, ड्रग्स, सायबर क्राइम, ऐसी कितनी ही चुनौतियां हैं, जिनसे मुकाबला करके ही हम अपनी आने वाली पीढ़ियों का भविष्य संवार पाएंगे। और ये तभी संभव है, जब हम Democracy First- Humanity First को सेंटर स्टेज देंगे।

साथियों,

भारत ने हमेशा principles के आधार पर, trust और transparency के आधार पर ही अपनी बात की है। एक भी देश, एक भी रीजन पीछे रह गया, तो हमारे global goals कभी हासिल नहीं हो पाएंगे। तभी भारत कहता है – Every Nation Matters ! इसलिए भारत, आयलैंड नेशन्स को Small Island Nations नहीं बल्कि Large ओशिन कंट्रीज़ मानता है। इसी भाव के तहत हमने इंडियन ओशन से जुड़े आयलैंड देशों के लिए सागर Platform बनाया। हमने पैसिफिक ओशन के देशों को जोड़ने के लिए भी विशेष फोरम बनाया है। इसी नेक नीयत से भारत ने जी-20 की प्रेसिडेंसी के दौरान अफ्रीकन यूनियन को जी-20 में शामिल कराकर अपना कर्तव्य निभाया।

साथियों,

आज भारत, हर तरह से वैश्विक विकास के पक्ष में खड़ा है,शांति के पक्ष में खड़ा है, इसी भावना के साथ आज भारत, ग्लोबल साउथ की भी आवाज बना है। भारत का मत है कि ग्लोबल साउथ ने अतीत में बहुत कुछ भुगता है। हमने अतीत में अपने स्वभाव औऱ संस्कारों के मुताबिक प्रकृति को सुरक्षित रखते हुए प्रगति की। लेकिन कई देशों ने Environment को नुकसान पहुंचाते हुए अपना विकास किया। आज क्लाइमेट चेंज की सबसे बड़ी कीमत, ग्लोबल साउथ के देशों को चुकानी पड़ रही है। इस असंतुलन से दुनिया को निकालना बहुत आवश्यक है।

साथियों,

भारत हो, गयाना हो, हमारी भी विकास की आकांक्षाएं हैं, हमारे सामने अपने लोगों के लिए बेहतर जीवन देने के सपने हैं। इसके लिए ग्लोबल साउथ की एकजुट आवाज़ बहुत ज़रूरी है। ये समय ग्लोबल साउथ के देशों की Awakening का समय है। ये समय हमें एक Opportunity दे रहा है कि हम एक साथ मिलकर एक नया ग्लोबल ऑर्डर बनाएं। और मैं इसमें गयाना की,आप सभी जनप्रतिनिधियों की भी बड़ी भूमिका देख रहा हूं।

साथियों,

यहां अनेक women members मौजूद हैं। दुनिया के फ्यूचर को, फ्यूचर ग्रोथ को, प्रभावित करने वाला एक बहुत बड़ा फैक्टर दुनिया की आधी आबादी है। बीती सदियों में महिलाओं को Global growth में कंट्रीब्यूट करने का पूरा मौका नहीं मिल पाया। इसके कई कारण रहे हैं। ये किसी एक देश की नहीं,सिर्फ ग्लोबल साउथ की नहीं,बल्कि ये पूरी दुनिया की कहानी है।
लेकिन 21st सेंचुरी में, global prosperity सुनिश्चित करने में महिलाओं की बहुत बड़ी भूमिका होने वाली है। इसलिए, अपनी G-20 प्रेसीडेंसी के दौरान, भारत ने Women Led Development को एक बड़ा एजेंडा बनाया था।

साथियों,

भारत में हमने हर सेक्टर में, हर स्तर पर, लीडरशिप की भूमिका देने का एक बड़ा अभियान चलाया है। भारत में हर सेक्टर में आज महिलाएं आगे आ रही हैं। पूरी दुनिया में जितने पायलट्स हैं, उनमें से सिर्फ 5 परसेंट महिलाएं हैं। जबकि भारत में जितने पायलट्स हैं, उनमें से 15 परसेंट महिलाएं हैं। भारत में बड़ी संख्या में फाइटर पायलट्स महिलाएं हैं। दुनिया के विकसित देशों में भी साइंस, टेक्नॉलॉजी, इंजीनियरिंग, मैथ्स यानि STEM graduates में 30-35 परसेंट ही women हैं। भारत में ये संख्या फोर्टी परसेंट से भी ऊपर पहुंच चुकी है। आज भारत के बड़े-बड़े स्पेस मिशन की कमान महिला वैज्ञानिक संभाल रही हैं। आपको ये जानकर भी खुशी होगी कि भारत ने अपनी पार्लियामेंट में महिलाओं को रिजर्वेशन देने का भी कानून पास किया है। आज भारत में डेमोक्रेटिक गवर्नेंस के अलग-अलग लेवल्स पर महिलाओं का प्रतिनिधित्व है। हमारे यहां लोकल लेवल पर पंचायती राज है, लोकल बॉड़ीज़ हैं। हमारे पंचायती राज सिस्टम में 14 लाख से ज्यादा यानि One point four five मिलियन Elected Representatives, महिलाएं हैं। आप कल्पना कर सकते हैं, गयाना की कुल आबादी से भी करीब-करीब दोगुनी आबादी में हमारे यहां महिलाएं लोकल गवर्नेंट को री-प्रजेंट कर रही हैं।

साथियों,

गयाना Latin America के विशाल महाद्वीप का Gateway है। आप भारत और इस विशाल महाद्वीप के बीच अवसरों और संभावनाओं का एक ब्रिज बन सकते हैं। हम एक साथ मिलकर, भारत और Caricom की Partnership को और बेहतर बना सकते हैं। कल ही गयाना में India-Caricom Summit का आयोजन हुआ है। हमने अपनी साझेदारी के हर पहलू को और मजबूत करने का फैसला लिया है।

साथियों,

गयाना के विकास के लिए भी भारत हर संभव सहयोग दे रहा है। यहां के इंफ्रास्ट्रक्चर में निवेश हो, यहां की कैपेसिटी बिल्डिंग में निवेश हो भारत और गयाना मिलकर काम कर रहे हैं। भारत द्वारा दी गई ferry हो, एयरक्राफ्ट हों, ये आज गयाना के बहुत काम आ रहे हैं। रीन्युएबल एनर्जी के सेक्टर में, सोलर पावर के क्षेत्र में भी भारत बड़ी मदद कर रहा है। आपने t-20 क्रिकेट वर्ल्ड कप का शानदार आयोजन किया है। भारत को खुशी है कि स्टेडियम के निर्माण में हम भी सहयोग दे पाए।

साथियों,

डवलपमेंट से जुड़ी हमारी ये पार्टनरशिप अब नए दौर में प्रवेश कर रही है। भारत की Energy डिमांड तेज़ी से बढ़ रही हैं, और भारत अपने Sources को Diversify भी कर रहा है। इसमें गयाना को हम एक महत्वपूर्ण Energy Source के रूप में देख रहे हैं। हमारे Businesses, गयाना में और अधिक Invest करें, इसके लिए भी हम निरंतर प्रयास कर रहे हैं।

साथियों,

आप सभी ये भी जानते हैं, भारत के पास एक बहुत बड़ी Youth Capital है। भारत में Quality Education और Skill Development Ecosystem है। भारत को, गयाना के ज्यादा से ज्यादा Students को Host करने में खुशी होगी। मैं आज गयाना की संसद के माध्यम से,गयाना के युवाओं को, भारतीय इनोवेटर्स और वैज्ञानिकों के साथ मिलकर काम करने के लिए भी आमंत्रित करता हूँ। Collaborate Globally And Act Locally, हम अपने युवाओं को इसके लिए Inspire कर सकते हैं। हम Creative Collaboration के जरिए Global Challenges के Solutions ढूंढ सकते हैं।

साथियों,

गयाना के महान सपूत श्री छेदी जगन ने कहा था, हमें अतीत से सबक लेते हुए अपना वर्तमान सुधारना होगा और भविष्य की मजबूत नींव तैयार करनी होगी। हम दोनों देशों का साझा अतीत, हमारे सबक,हमारा वर्तमान, हमें जरूर उज्जवल भविष्य की तरफ ले जाएंगे। इन्हीं शब्दों के साथ मैं अपनी बात समाप्त करता हूं, मैं आप सभी को भारत आने के लिए भी निमंत्रित करूंगा, मुझे गयाना के ज्यादा से ज्यादा जनप्रतिनिधियों का भारत में स्वागत करते हुए खुशी होगी। मैं एक बार फिर गयाना की संसद का, आप सभी जनप्रतिनिधियों का, बहुत-बहुत आभार, बहुत बहुत धन्यवाद।