শেহতীয়া মন কী বাতত, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শিশুসকলৰ বাবে নতুন খেলনা কিদৰে উপলব্ধ কৰিব পৰা যায় আৰু খেলনা সামগ্ৰী প্ৰস্তুতৰ ক্ষেত্ৰত ভাৰত কিদৰে এটা বৃহৎ কেন্দ্ৰ হৈ উঠিব পাৰিব, সেই সন্দৰ্ভত গান্ধীনগৰস্থিত শিশু বিশ্ববিদ্যালয়, মহিলা আৰু শিশু বিকাশ মন্ত্ৰণালয়, শিক্ষা মন্ত্ৰণালয় আৰু ক্ষুদ্ৰ-সৰু আৰু মজলীয়া প্ৰতিষ্ঠান মন্ত্ৰণালয়ৰে তেওঁ আলোচনা কৰাৰ কথা সদৰী কৰে। তেওঁ উল্লেখ কৰে যে খেলনা সামগ্ৰীসমূহ মাথো ডাঙৰ-দীঘল হোৱাতেই সহায়ক নহয়, বৰঞ্চ এইসমূহে আমাৰ আকাংক্ষাক গতি প্ৰদান কৰে। খেলনা সামগ্ৰী কেৱল মাত্ৰ মনোৰঞ্জনৰ বাবেই নহয়, ই মগজুৰ ক্ৰিয়া আৰু ইচ্ছাও জগাই তোলে, তেওঁ কয়।

গুৰুদেৱ ৰৱীন্দ্ৰনাথ ঠাকুৰে আগবঢ়োৱা খেলনা সা-সামগ্ৰীক লৈয়ো প্ৰধানমন্ত্ৰীয়ে এটা উপাখ্যান স্মৰণ কৰে। গুৰুদেৱে খেলনা সন্দৰ্ভত কি কৈছিল তাত গুৰুত্ব আৰোপ কৰে – যে উত্তম খেলনা সেইটো যিটো অসম্পূৰ্ণ, শিশুৱে খেলোতে এটা খেলনাই পূৰ্ণতা লাভ কৰে। গুৰুদেৱে কৈছিল যে খেলনা এনে হোৱা উচিত যিয়ে শিশুৰ শৈশৱক সমৃদ্ধ কৰে আৰু তেওঁৰ সৃষ্টিশীলতাকো সমানেই সমৃদ্ধ কৰিব পাৰে, তেওঁ কয়।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে নতুন শিক্ষা নীতিখনত, শিশুৰ জীৱনৰ ভিন্ন দৃষ্টিকোণত খেলনাৰ প্ৰভাৱ সন্দৰ্ভত বিশেষ মনোযোগ প্ৰদান কৰা হৈছে। তেওঁ কয় যে এনে বহু দক্ষ শিল্পী আছে যিয়ে সু খেলনা প্ৰস্তুতত দক্ষতা প্ৰতিপন্ন কৰিছে আৰু কৰ্ণাটকৰ ৰামনগৰমৰ চান্নাপাটনা, অন্ধ্ৰ প্ৰদেশৰ কৃষ্ণাৰ কন্দাপল্লী, তামিল নাডুৰ থাঞ্জাভূৰ, অসমৰ ধুবুৰী, উত্তৰ প্ৰদেশৰ বাৰানসীৰ দৰে দেশখনৰ ভিন্ন অঞ্চল টয় ক্লাষ্টাৰ হিচাপে বিকশিত হৈছে। তেওঁ লগতে কয় যে বিশ্ব খেলনা উদ্যোগটো ৭ লাখ কোটি টকাৰো অধিক হৈ পৰাৰ বিপৰীতে, ভাৰতৰ সম্প্ৰতি ইয়াত শ্বেয়াৰ অতি নগণ্য হৈ আছে।

স্থানীয় খেলনাৰ হেৰোৱা গৰিমা ঘূৰাই আনি উৎকৃষ্ট মানসম্পন্ন ‘এতি-কপ্পাকা’ পুতলা প্ৰস্তুত কৰি উলিওৱাৰ বাবে প্ৰধানমন্ত্ৰীয়ে বিশাখাপট্টনমৰ শ্ৰী চি ভি ৰাজুৰ শলাগ লয়। তেওঁ খেলনা প্ৰস্তুতৰ বাবে উদ্যোগীসকলক একত্ৰিত হ’বলৈ উৎসাহ যোগাই কয় লোকেল খেলনাৰ প্ৰতি ভকলে হোৱাৰ সময় সমাগত।

কম্পিউটাৰ গেমৰ প্ৰৱণতা সন্দৰ্ভত ব্যক্ত কৰি, প্ৰধানমন্ত্ৰীয়ে আমাৰ ইতিহাসৰ বিচাৰ আৰু ধাৰণাৰ ওপৰত ভিত্তি কৰি এনে গেমসমূহ প্ৰস্তুত কৰি উলিওৱাৰ পৰামৰ্শ প্ৰদান কৰে।

  • DASARI SAISIMHA February 27, 2025

    🪷🚩
  • Priya Satheesh January 09, 2025

    🐯
  • krishangopal sharma Bjp January 09, 2025

    नमो नमो 🙏 जय भाजपा 🙏🌷🌷 🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷
  • krishangopal sharma Bjp January 09, 2025

    नमो नमो 🙏 जय भाजपा 🙏🌷🌷 🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷
  • krishangopal sharma Bjp January 09, 2025

    नमो नमो 🙏 जय भाजपा 🙏🌷🌷 🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷
  • கார்த்திக் November 15, 2024

    🪷ஜெய் ஸ்ரீ ராம்🪷जय श्री राम🪷જય શ્રી રામ🪷 🪷ಜೈ ಶ್ರೀ ರಾಮ್🪷ଜୟ ଶ୍ରୀ ରାମ🪷Jai Shri Ram 🌺🌺 🌸জয় শ্ৰী ৰাম🌸ജയ് ശ്രീറാം 🌸 జై శ్రీ రామ్ 🌸🌺
  • ram Sagar pandey November 02, 2024

    🌹🌹🙏🙏🌹🌹जय श्रीकृष्णा राधे राधे 🌹🙏🏻🌹जय माँ विन्ध्यवासिनी👏🌹💐🌹🌹🙏🙏🌹🌹
  • Devendra Kunwar September 29, 2024

    BJP
  • Pradhuman Singh Tomar July 24, 2024

    bjp 46
  • Dr Swapna Verma March 12, 2024

    jay ho
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
India’s ‘Thumbs Up’ for the Jan Man Survey on 11 Years of Modi Government

Media Coverage

India’s ‘Thumbs Up’ for the Jan Man Survey on 11 Years of Modi Government
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi to visit Republic of Cyprus, Canada and Croatia from 15th to 19th June
June 14, 2025

​At the invitation of the President of the Republic of Cyprus, H.E. Mr. Nikos Christodoulides, Prime Minister Shri Narendra Modi will pay an official visit to Cyprus on 15-16 June, 2025. This will be the first visit of an Indian Prime Minister to Cyprus in over two decades. While in Nicosia, Prime Minister will hold talks with President Christodoulides and address business leaders in Limassol. The visit will reaffirm the shared commitment of the two countries to deepen bilateral ties and strengthen India’s engagement with the Mediterranean region and the European Union.

In the second leg of his visit, at the invitation of the Prime Minister of Canada, H.E. Mr. Mark Carney, Prime Minister will travel to Kananaskis in Canada on June 16-17 to participate in the G-7 Summit. This would be Prime Minister’s 6th consecutive participation in the G-7 Summit. At the Summit, Prime Minister will exchange views with leaders of G-7 countries, other invited outreach countries and Heads of International Organisations on crucial global issues, including energy security, technology and innovation, particularly the AI-energy nexus and Quantum-related issues. Prime Minister will also hold several bilateral meetings on the side-lines of the Summit.

In the final leg of his tour, at the invitation of the Prime Minister of the Republic of Croatia, H.E. Mr. Andrej Plenković, Prime Minister will undertake an official visit to Croatia on 18 June 2025. This will be the first ever visit by an Indian Prime Minister to Croatia, marking an important milestone in the bilateral relationship. Prime Minister will hold bilateral discussions with Prime Minister Plenković and meet the President of Croatia, H.E. Mr. Zoran Milanović. The visit to Croatia will also underscore India's commitment to further strengthening its engagement with partners in the European Union.