QuoteGovernments alone cannot bring about changes. What brings about change is participative governance: PM Modi
QuoteThe biggest assets of any nation are Shram Shakti and Ichcha Shakti. Once the people decide to bring about change, everything is possible: PM
QuoteEssential to know the root of every problem and think about 'out of the box' ways to solve them, says PM Modi
QuoteWhat will drive innovation is IPPP- Innovate, Patent, Produce, and Prosper: PM Narendra Modi
QuoteWe want to give more autonomy to our higher education sector. Work is being done to create institutions of eminence: PM
QuoteInnovation has the power to overcome the challenges our world faces: PM Modi

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি স্মাৰ্ট ইণ্ডিয়া হেকাথনৰ চূড়ান্ত অনুষ্ঠানত ভিডিঅ’ কনফাৰেন্সযোগে ভাষণ প্ৰদান কৰে৷
তেওঁৰ ভাষণত প্ৰধানমন্ত্ৰীগৰাকীয়ে স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০১৮ত অংশগ্ৰহণকাৰী সকলোকে ‘জনভাগীদাৰী প্ৰশাসন’ বা Participative Governance ৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে৷ দেশৰ যুৱ প্ৰজন্মৰ ওপৰত তেওঁ যথেষ্ট আশা প্ৰকাশ কৰে আৰু নৱ ভাৰতৰ লক্ষ্যত উপনীত হ’বৰ বাবে, স্বপ্ন সাকাৰ কৰিবৰ বাবে তেওঁলোককো অৱদান আগবঢ়োৱাৰ আহ্বান জনায়৷ তেওঁ কয়, ‘‘যুৱ পেছাদাৰী, যুৱ মুখ্য কাৰ্যবাহী বিষয়া, যুৱ বিজ্ঞানী আৰু যুৱ আমোলা বিষয়াসকলৰ সৈতে মত-বিনিময় কৰাৰ সুযোগ মই কেতিয়াও নেহেৰুৱাও৷’’

|

বিগত বৰ্ষৰ হেকাথনতকৈ এই বছৰৰ হেকাথনত অংশগ্ৰহণকাৰীৰ সংখ্যা বৃদ্ধি হোৱাত আনন্দ প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে৷ তেওঁ কয়, ‘‘মোক জনোৱা হৈছে যে পূৰ্বৰ হেকাথনত হাতত লোৱা অধিকাংশ প্ৰকল্পই ইতিমধ্যে সম্পূৰ্ণ হৈছে৷’’

প্ৰধানমন্ত্ৰীয়ে উদ্ভাৱনীয়তা আৰু IPPP মন্ত্ৰৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰে৷ উল্লেখ্য যে এই IPPP হৈছে Innovate (উদ্ভাৱন), Patent (আৱিস্কাৰৰ স্বত্ত্ব), Produce (উৎপাদন) আৰু Prosper (সমৃদ্ধি)৷ তেওঁ কয়, ‘‘এই চাৰিটা পদক্ষেপেই আমাৰ দেশক ক্ষীপ্ৰতম উন্নয়ন প্ৰদান কৰিব, তাৰ বাবে আমি উদ্ভাৱন কৰিব লাগিব, সেই উদ্ভাৱনসমূহক স্বত্ত্বসহ বিপণন কৰিব লাগিব, উৎপাদন প্ৰক্ৰিয়া সুচল কৰি তুলিব লাগিব আৰু সেই সামগ্ৰীসমূহ জনসাধাৰণৰ মাজলৈ লৈ যাব লাগিব যাতে তেওঁলোকে ক্ষীপ্ৰতাৰে উন্নয়ন সাধন কৰিব পাৰে৷’’ তেওঁ লগতে কয়, ‘‘কিন্তু আমি প্ৰয়োজনীয়তাভিত্তিক উদ্ভাৱনৰ ওপৰতহে অধিক গুৰুত্ব দিব লাগিব, লোভৰ বাবে নহয়৷’’

ভাষণৰ মাজতে প্ৰধানমন্ত্ৰীয়ে মেক ইন ইণ্ডিয়া কাৰ্যসূচী কেনেদৰে এক ব্ৰেণ্ডত পৰিণত হ’ল আৰু এতিয়া সমগ্ৰ বিশ্বতে কেনেদৰে জনপ্ৰিয় হৈ পৰিল, সেয়া আলোকপাত কৰিবৰ বাবে এক সুন্দৰ উদাহৰণ দাঙি ধৰে৷ তেওঁ কয় যে মাত্ৰ দুবছৰ পূৰ্বে ভাৰতত মোবাইল ফোন প্ৰস্তুতকাৰী কাৰখানা মাত্ৰ দুটা আছিল, পিছে এতিয়া সমগ্ৰ দেশতে মোবাইল ফোন প্ৰস্তুতকাৰী কাৰখানা আছে প্ৰায় ১২০ টা৷

প্ৰধানমন্ত্ৰীয়ে এই হেকাথনত অংশগ্ৰহণকাৰীসকলক বিভিন্ন হেকাথন যেনে হেল্থ হেকাথন, ল-হেকাথন, আৰ্কিটেকশ্যাৰ হেকাথন, এগ্ৰিকালছাৰ হেকাথন আৰু ৰুৰেল হেকাথনৰ সম্ভাৱনীয়তা বিচাৰি উলিওৱাৰ আহ্বান জনায়৷ প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘এইসমূহ হেকাথনৰ বাবে আমাক লাগে উদ্ভাৱনশীলতা গুণেৰে সমৃদ্ধ কৃষিবিদ, অভিযন্তা, স্থপতিবিদ, চিকিৎসক, আইনজ্ঞ আৰু প্ৰবন্ধক৷ তেনে হেকাথনে উদীয়মান প্ৰতিভাসমূহক একো একোখন শক্তিশালী মঞ্চ লাভ কৰিব৷’’ প্ৰগতি বৈঠকসমূহৰ যোগেদি উন্নয়নমূলক প্ৰকল্পসমূহ কেনেদৰে পোনপটীয়াভাৱে তদাৰক কৰি থাকিব পাৰি তাৰে অভিজ্ঞতাৰ বিষয়েও উপস্থিত অভ্যাগতৰ সমূখত ব্যক্ত কৰে৷

এই গ্ৰেণ্ড ফিনালে অনুষ্ঠানত বিভিন্ন কেন্দ্ৰত থকা স্মাৰ্ট ইণ্ডিয়া হেকাথনত অংশগ্ৰহণকাৰীসকলৰ সৈতেও মত-বিনিময় কৰে প্ৰধানমন্ত্ৰীয়ে৷

Click here to read full text speech

  • krishangopal sharma Bjp January 17, 2025

    नमो नमो 🙏 जय भाजपा 🙏🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹
  • krishangopal sharma Bjp January 17, 2025

    नमो नमो 🙏 जय भाजपा 🙏🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷
  • krishangopal sharma Bjp January 17, 2025

    नमो नमो 🙏 जय भाजपा 🙏🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌷
  • Anju Sharma March 29, 2024

    Jai hind
  • Babla sengupta December 23, 2023

    Babla sengupta
  • January 12, 2022

    Priya
  • January 12, 2022

    My dream India in 2047
  • January 12, 2022

    My dream India in 2047
  • January 11, 2022

    I am shaheen khan or rehan khan hum chate hai ki meas Hamara Desh Itna Kamyab Banegi ham dusre countries mein Main kam Mang Na Jaaye dusre countries se log Hamare Bharat mein kam mangna Main Mera Bharat Itna Achcha banana Chahte Hain
  • January 11, 2022

    Sir i think u should appoint aleast one person for a village who would teach village farmers hownto implement agriculturral procedure n proper timming
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
PM Modi Distributes Over 51,000 Appointment Letters At 15th Rozgar Mela

Media Coverage

PM Modi Distributes Over 51,000 Appointment Letters At 15th Rozgar Mela
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles the loss of lives in an accident in Mandsaur, Madhya Pradesh
April 27, 2025
QuotePM announces ex-gratia from PMNRF

Prime Minister, Shri Narendra Modi, today condoled the loss of lives in an accident in Mandsaur, Madhya Pradesh. He announced an ex-gratia of Rs. 2 lakh from PMNRF for the next of kin of each deceased and Rs. 50,000 to the injured.

The Prime Minister's Office posted on X :

"Saddened by the loss of lives in an accident in Mandsaur, Madhya Pradesh. Condolences to those who have lost their loved ones. May the injured recover soon.

An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000: PM @narendramodi"