বিশ্ব বেংকৰ ‘এলপিআই ২০২৩’ প্ৰতিবেদনৰ তথ্য অনুসৰি, বহুতো দেশতকৈ ভাল "টাৰ্ণ এৰাউণ্ড টাইম"ৰ সৈতে ভাৰতীয় বন্দৰসমূহৰ দক্ষতা আৰু উৎপাদনশীলতা বৃদ্ধি হৈছে বুলি বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰালয়ে ‘টুইট’ কৰিছে।
প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে;
"বন্দৰ-নেতৃত্বাধীন উন্নয়নে সঞ্চালিত কৰা ভাৰত বাণিজ্য আৰু লজিষ্টিকৰ প্ৰাণকেন্দ্ৰ হৈ উঠিছে।"
Powered by port-led development, India is on way to becoming a hub for commerce and logistics. https://t.co/ex5sLOzwDT
— Narendra Modi (@narendramodi) May 1, 2023