ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰী প্ৰবোও চুবিয়েন্তোক আদৰণি জনাই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰত-ইণ্ডোনেছিয়া ব্যাপক কৌশলগত অংশীদাৰিত্বৰ বিভিন্ন দিশৰ বিষয়ে আলোচনা কৰা বুলি মন্তব্য কৰে। তেওঁ উল্লেখ কৰে যে ইণ্ডোনেছিয়া হৈছে আমাৰ ‘এক্ট ইষ্ট নীতি’ৰ মূল প্ৰসংগ আৰু ভাৰতে ইণ্ডোনেছিয়াৰ ‘ব্ৰিকছ’-সদস্য পদক আদৰণি জনাইছে।

 

|

‘এক্স’-ত প্ৰেৰণ কৰা এলানি ‘পোষ্ট’ত শ্ৰী মোদীয়ে লিখিছে:

 

"ৰাষ্ট্ৰপতি প্ৰবোও চুবিয়েণ্টোক আদৰণি জনাই ভাৰতে সন্মানিত বোধ কৰিছে।

 

যেতিয়া আমি আমাৰ প্ৰথম গণতন্ত্ৰ দিৱস উদযাপন কৰিছিলো ইণ্ডোনেছিয়া অতিথি ৰাষ্ট্ৰ আছিল আৰু এতিয়া, যেতিয়া আমি গণৰাজ্য হিচাপে ভাৰতে  ৭৫টা বছৰ উদপানৰ বাবে আগবাঢ়িছো ৰাষ্ট্ৰপতি চুবিয়ান্তোৱে এই উদযাপনত অংশগ্ৰহণ কৰিব। আমি ভাৰত-ইণ্ডোনেছিয়া ব্যাপক কৌশলগত অংশীদাৰিত্বৰ বিভিন্ন দিশৰ বিষয়ে আলোচনা কৰিছোঁ।

 

|

@prabowo"


"আমি নিৰাপত্তা, প্ৰতিৰক্ষা নিৰ্মাণ, বাণিজ্য, ফিনটেক, এআই আদি ক্ষেত্ৰসমূহত ভাৰত-ইণ্ডোনেছিয়াৰ সম্পৰ্ক গভীৰ কৰাৰ উপায় সন্দৰ্ভত আলোচনা কৰিছোঁ। খাদ্যসুৰক্ষা, শক্তি আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ দৰে খণ্ডবোৰো এনে ক্ষেত্ৰ য'ত আমি ঘনিষ্ঠভাৱে কাম কৰাৰ বাবে আশাবাদী।"

 

|

"ভাৰত আৰু ইণ্ডোনেছিয়াই বিভিন্ন বহুপাক্ষিক মঞ্চসমূহতো ঘনিষ্ঠ সহযোগিতাৰে কাম কৰি আছে। ইণ্ডোনেছিয়া আমাৰ ‘এক্ট ইষ্ট নীতি’ৰ মূল বিষয় আৰু আমি ইণ্ডোনেছিয়াৰ ‘ব্ৰিকছ’ৰ সদস্য  পদক আদৰণি জনাইছোঁ।" 

|
  • Jitendra Kumar March 08, 2025

    🙏🇮🇳
  • கார்த்திக் March 03, 2025

    Jai Shree Ram🚩Jai Shree Ram🚩Jai Shree Ram🚩Jai Shree Ram🚩Jai Shree Ram🚩Jai Shree Ram🚩Jai Shree Ram🚩Jai Shree Ram🚩Jai Shree Ram🚩Jai Shree Ram🚩Jai Shree Ram🚩Jai Shree Ram🙏🏻
  • अमित प्रेमजी | Amit Premji March 03, 2025

    nice👍
  • vickram khurana March 03, 2025

    jai shri ram
  • கார்த்திக் February 23, 2025

    Jai Shree Ram 🚩Jai Shree Ram 🌼Jai Shree Ram 🚩Jai Shree Ram 🚩Jai Shree Ram 🚩Jai Shree Ram 🚩Jai Shree Ram 🚩Jai Shree Ram 🚩Jai Shree Ram 🚩Jai Shree Ram 🚩Jai Shree Ram 🚩Jai Shree Ram 🌼
  • Vivek Kumar Gupta February 20, 2025

    नमो ..🙏🙏🙏🙏🙏
  • Vivek Kumar Gupta February 20, 2025

    जय जयश्रीराम ................................. 🙏🙏🙏🙏🙏
  • रीना चौरसिया February 19, 2025

    https://timesofindia.indiatimes.com/india/reds-in-retreat-bastar-to-hoist-tiranga-this-republic-day/articleshow/117566179.cms
  • Mora Narshima Reddy February 16, 2025

    జైశ్రీరామ్ Jay Shri Ram
  • kshiresh Mahakur February 10, 2025

    112221
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
For PM Modi, women’s empowerment has always been much more than a slogan

Media Coverage

For PM Modi, women’s empowerment has always been much more than a slogan
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 8 মাৰ্চ 2025
March 08, 2025

Citizens Appreciate PM Efforts to Empower Women Through Opportunities