প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতত বহুতো প্ৰাণৱন্ত মেলা আছে, যিয়ে আমাৰ দেশৰ অনন্য সাংস্কৃতিক দিশসমূহ প্ৰদৰ্শন কৰে। শ্ৰী মোদীয়ে লগতে কয় যে মাধৱপুৰ মেলা এনে এক ব্যতিক্ৰমী মেলা যি গুজৰাট আৰু উত্তৰ-পূৰ্বাঞ্চলক একত্ৰিত কৰে।
কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী শ্ৰী কিৰেন ৰিজিজুৰ টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;
"ভাৰতত বহুতো প্ৰাণৱন্ত মেলা আছে, যিয়ে আমাৰ দেশৰ অনন্য সাংস্কৃতিক দিশবোৰ প্ৰদৰ্শন কৰে। মাধৱপুৰ মেলা এনেকুৱা এক ব্যতিক্ৰমী মেলা যিয়ে গুজৰাট আৰু উত্তৰ-পূবকো একত্ৰিত কৰিছে। মই #MannKiBaatৰ এটা খণ্ডতো ইয়াৰ বিষয়ে বিতংভাৱে কথা পাতিছিলো। youtu.be/ZGZeyNlodoo"
India is home to many vibrant Melas which showcase unique cultural aspects of our nation. The Madhavpur Mela is one such exceptional Mela which also brings Gujarat and the Northeast together. I had talked about it in detail in a #MannKiBaat episode too. https://t.co/SbERmu63Ki https://t.co/5irW9OvJfd
— Narendra Modi (@narendramodi) April 1, 2023