প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেপিটেল গ্ৰুপত প্ৰকাশিত “এই দশকৰ উদীয়মান বজাৰ হ’বনে ভাৰত?” শীৰ্ষক এক প্ৰবন্ধ শ্বেয়াৰ কৰিছে।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰি এইদৰে কয়। “যুৱক-যুৱতী আৰু উদ্যোগীসকলে এই ৯টা পইণ্ট আকৰ্ষণীয় বুলি বিবেচনা কৰিব। আৰু হয়, ভাৰতবৰ্ষ অধিক বৃদ্ধিৰ প্ৰবল ইচ্ছাৰে বিশ্বব্যাপী এক উজ্জ্বল স্থান!”
Youngsters and entrepreneurs will find these 9 points interesting. And yes, India is a global bright spot with a strong desire to grow even more!https://t.co/PMfO8ze1Jg
— Narendra Modi (@narendramodi) July 16, 2023