প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইউএইৰ ৰাষ্ট্ৰপতি শ্বেইখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে মিলি ২০২৩ৰ ১ ডিচেম্বৰত ডুবাইত চিঅ’পি-২৮ত ‘গ্ৰীন ক্ৰেডিটছ প্ৰগ্ৰেম’ সন্দৰ্ভত উচ্চ-পৰ্য্যায়ৰ অনুষ্ঠানৰ সহ-আয়োজন কৰে। এই অনুষ্ঠানত অংশগ্ৰহণ কৰে ছুইডেনৰ প্ৰধানমন্ত্ৰী মহামহিম উলফ ক্ৰীষ্টাৰছন, মোজাম্বিকৰ ৰাষ্ট্ৰপতি মহামহিম ফিলিপে নিউছি আৰু ইউৰোপিয়ান কাউন্সিলৰ অধ্যক্ষ মহামহিম চাৰ্লছ মিচেলে।

প্ৰধানমন্ত্ৰীয়ে সকলো ৰাষ্ট্ৰকে এই পদক্ষেপত যোগদান কৰিবলৈ আমন্ত্ৰণ জনায়।


জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বানৰ প্ৰতি ফলপ্ৰসূ সঁহাৰি হিচাপে, স্বেচ্ছামূলক গ্ৰহ সমৰ্থক কাৰ্য্যক প্ৰোৎসাহিতকৰণৰ ব্যৱস্থা হিচাপে গ্ৰীন ক্ৰেডিট পদক্ষেপৰ চিন্তা কৰা হৈছে। ইয়াত আৱৰ্জনা/অৱক্ষয়িত ভূমি আৰু নদী, জলাশয় অঞ্চলত বাগিচাৰ বাবে গ্ৰীন ক্ৰেডিটৰ পৰিকল্পনা কৰা হৈছে, যাতে প্ৰাকৃতিক পৰিবেশ ব্যৱস্থা সজীৱ আৰু পুনৰুজ্জীৱিত হৈ উঠে।


ইয়াতে এটা ৱেব প্লেটফৰ্মো মুকলি কৰা হয়। ই পৰিবেশ-অনুকূল কাৰ্য্যক প্ৰোৎসাহিত কৰা নীতি আৰু উত্তম পদ্ধতিৰ ভঁৰাল হিচাপে কাম কৰিব (https://ggci-world.in/)।

এই বৈশ্বিক পদক্ষেপৰ লক্ষ্য হৈছে পৰিবেশৰ ইতিবাচক কাৰ্য্যসমূহৰ পৰিকল্পনা, ৰূপায়ণ আৰু নিৰীক্ষণৰ ক্ষেত্ৰত জ্ঞান, অভিজ্ঞতা আৰু উত্তম পদ্ধতিৰ আদান-প্ৰদানৰ জৰিয়তে বৈশ্বিক সহযোগিতা, সমন্বয় আৰু অংশীদাৰিত্ব প্ৰশস্ত কৰা।

 

  • Vikramjeet Singh July 12, 2025

    Modi 🙏🙏🙏
  • Jagmal Singh June 28, 2025

    Namo
  • Virudthan May 18, 2025

    🔴🔴🔴JAI SHRI RAM🌺 JAI HIND🔴🔴🔴 🔴🔴BHARAT MATA KI JAI🔴🔴🔴🔴🔴🔴🔴🔴🔴🔴JAI SHRI RAM🌺 JAI HIND🔴🔴🔴 🔴🔴BHARAT MATA KI JAI🔴🔴🔴🔴🔴🔴🔴
  • Ratnesh Pandey April 16, 2025

    भारतीय जनता पार्टी ज़िंदाबाद ।। जय हिन्द ।।
  • Ratnesh Pandey April 10, 2025

    🇮🇳जय हिन्द 🇮🇳
  • Jitendra Kumar April 10, 2025

    🙏🇮🇳
  • Dr srushti March 29, 2025

    namo
  • Devendra Kunwar October 18, 2024

    BJP
  • DR. SUSHIL VISHWAKARMA April 15, 2024

    🙏🙏💐नमो नमो💐🙏🙏
  • DR. SUSHIL VISHWAKARMA April 15, 2024

    🙏🙏💐नमो नमो💐🙏🙏
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Over 3.3 crore candidates trained under NSDC and PMKVY schemes in 10 years: Govt

Media Coverage

Over 3.3 crore candidates trained under NSDC and PMKVY schemes in 10 years: Govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 22 জুলাই 2025
July 22, 2025

Citizens Appreciate Inclusive Development How PM Modi is Empowering Every Indian