ভাৰতীয় বৈদেশিক সেৱাৰ (IFS) ২০২৩ বেটচৰ বিষয়া প্ৰশিক্ষাৰ্থীসকলে আজি পুৱাৰ ভাগত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক তেখেতৰ ৭ লোক কল্যাণ মাৰ্গস্থিত বাসগৃহত সাক্ষাৎ কৰে। ২০২৩ বেটচত ১৫ খন ভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৩৬ গৰাকী আইএফএছ বিষয়া প্ৰশিক্ষাৰ্থী আছে।

বিষয়া প্ৰশিক্ষাৰ্থীসকলে প্ৰধানমন্ত্ৰীগৰাকীৰ নেতৃত্বত বৈদেশিক নীতিৰ সফলতাক প্ৰশংসা কৰে আৰু তেওঁলোকৰ আগন্তুক নতুন নিযুক্তি সন্দৰ্ভত তেখেতৰপৰা পৰামৰ্শ তথা পথ-প্ৰদৰ্শন কামনা কৰে। প্ৰধানমন্ত্ৰীয়ে পৰামৰ্শ আগবঢ়ায় কয় যে তেওঁলোকে সদায় গৌৰৱ আৰু মৰ্য্যাদা সহকাৰে দেশৰ সংস্কৃতি মনৰ মাজত লৈ ফুৰিব লাগে আৰু তেওঁলোকে নিযুক্তি লাভ কৰা স্থানত ইয়াক প্ৰদৰ্শন কৰিবলৈ প্ৰয়াস কৰিব লাগে। তেখেতে ব্যক্তিগত আচৰণকে প্ৰমুখ্য কৰি জীৱনৰ সকলো ক্ষেত্ৰতে ঔপনিৱেশিক মানসিকতা পৰিহাৰেৰে দেশৰ গৌৰৱান্বিত প্ৰতিনিধি হিচাপে নিজকে প্ৰকাশৰ কথা কয়।

প্ৰধানমন্ত্ৰীয়ে বিশ্বৰ মঞ্চত দেশৰ প্ৰতি থকা ধাৰণা কেনেদৰে সলনি হৈছে, সেই সম্পৰ্কেও আলোচনা কৰে। তেখেতে কয় যে এতিয়া আমি বিশ্বৰ সৈতে সমানে, পাৰস্পৰিক সন্মান আৰু মৰ্য্যাদা সহকাৰে জড়িত হৈছোঁ। তেখেতে আন-আন ৰাষ্ট্ৰৰ তুলনাত ভাৰতে ক’ভিড মহামাৰীৰ সৈতে কেনেদৰে মোকাবিলা কৰিছিল, সেই সম্পৰ্কে কয়। তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি হোৱাৰ লক্ষ্যৰে দেশখন অগ্ৰসৰ হোৱাৰ কথাও তেখেতে উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে বিষয়া প্ৰশিক্ষাৰ্থীসকলক বহিঃৰাষ্ট্ৰত দায়িত্ব পালনৰ সময়ত প্ৰবাসী ভাৰতীয়সকলৰ সৈতে তেওঁলোকৰ সম্পৰ্ক বৃদ্ধি কৰিবলৈয়ো পৰামৰ্শ আগবঢ়ায়।

 

  • Rampal Baisoya October 18, 2024

    🙏🙏
  • Yogendra Nath Pandey Lucknow Uttar vidhansabha October 14, 2024

    नमो नमो
  • Vivek Kumar Gupta October 12, 2024

    नमो ..🙏🙏🙏🙏🙏
  • Vivek Kumar Gupta October 12, 2024

    नमो ...............🙏🙏🙏🙏🙏
  • Lal Singh Chaudhary October 07, 2024

    जय जय श्री राम
  • Manish sharma October 04, 2024

    🇮🇳
  • Chowkidar Margang Tapo October 02, 2024

    namo namo namo
  • Dheeraj Thakur September 29, 2024

    जय श्री राम जय श्री राम
  • Dheeraj Thakur September 29, 2024

    जय श्री राम
  • கார்த்திக் September 21, 2024

    🪷ஜெய் ஸ்ரீ ராம்🪷जय श्री राम🪷જય શ્રી રામ🪷 🪷ಜೈ ಶ್ರೀ ರಾಮ್🌸🪷జై శ్రీ రామ్🪷JaiShriRam🪷🌸 🪷জয় শ্ৰী ৰাম🪷ജയ് ശ്രീറാം🪷ଜୟ ଶ୍ରୀ ରାମ🪷🌸
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
'They will not be spared': PM Modi vows action against those behind Pahalgam terror attack

Media Coverage

'They will not be spared': PM Modi vows action against those behind Pahalgam terror attack
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 23 এপ্ৰিল 2025
April 23, 2025

Empowering Bharat: PM Modi's Policies Drive Inclusion and Prosperity