মহামহিম ৰাষ্ট্ৰপতি ধৰমবীৰ গোকুল জী,

ফাৰ্ষ্ট লেডী শ্ৰীমতী বৃন্দা গোকুল জী,

উপ-ৰাষ্ট্ৰপতি ৰবাৰ্ট হেংলি জী,

প্ৰধানমন্ত্ৰী ৰামগুলাম জী,

বিশিষ্ট অতিথিগণ,

মৰিচাছৰ ৰাষ্ট্ৰীয় দিৱস সমাৰোহত পুনৰবাৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাটো মোৰ বাবে সৌভাগ্যৰ কথা।

এই আতিথ্য আৰু সন্মানৰ বাবে মই ৰাষ্ট্ৰপতি জীৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

ই কেৱল খাদ্য গ্ৰহণৰ অনুষ্ঠান নহয়, বৰং ভাৰত আৰু মৰিচাছৰ মাজত থকা সজীৱ আৰু ঘনিষ্ঠ সম্পৰ্কৰ প্ৰতীক।

মৰিচাছৰ থালী কেৱল সোৱাদেই নহয়, বৰং মৰিচাছৰ সমৃদ্ধ সামাজিক বৈচিত্ৰ্যৰ প্ৰতিফলনো।

ইয়াত ভাৰত আৰু মৰিচাছৰ উমৈহতীয়া ঐতিহ্যও সমাহিত।

মৰিচাছৰ আতিথ্যত আমাৰ মিত্ৰতাৰ মধুৰতা মিহলি হৈ আছে।

এই উপলক্ষে, মই - মহামহিম ৰাষ্ট্ৰপতি ধৰমবীৰ গোকুল জী আৰু শ্ৰীমতী বৃন্দা গোকুল জীৰ উত্তম স্বাস্থ্য আৰু মংগল; মৰিচাছৰ জনসাধাৰণৰ অবিৰত প্ৰগতি, সমৃদ্ধি আৰু সুখ কামনা কৰিছোঁ; আৰু, আমাৰ সম্পৰ্কৰ বাবে ভাৰতৰ দায়বদ্ধতা দোহাৰিছোঁ।

 

জয় হিন্দ!

ৱিৱে মৰিচ!

 

  • Pratap Gora May 18, 2025

    Jai ho
  • Jitendra Kumar May 07, 2025

    🇮🇳🇮🇳🇮🇳🙏
  • Chetan kumar April 28, 2025

    जय श्री राम
  • Anjni Nishad April 23, 2025

    🙏🏻🙏🏻
  • Anjni Nishad April 23, 2025

    जय हो🙏🏻🙏🏻
  • Bhupat Jariya April 17, 2025

    Jay shree ram
  • Kukho10 April 15, 2025

    PM Modi is the greatest leader in Indian history!
  • Yogendra Nath Pandey Lucknow Uttar vidhansabha April 14, 2025

    bjp
  • jitendra singh yadav April 12, 2025

    जय श्री राम
  • Soni tiwari April 11, 2025

    Jai shree ram
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
India’s ‘Thumbs Up’ for the Jan Man Survey on 11 Years of Modi Government

Media Coverage

India’s ‘Thumbs Up’ for the Jan Man Survey on 11 Years of Modi Government
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 14 জুন 2025
June 14, 2025

Building a Stronger India: PM Modi’s Reforms Power Infrastructure, Jobs, and Rural Prosperity