প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰে। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে সমবেত লোকসকলকো সম্বোধন কৰে।

সমগ্ৰ দেশৰ পৰা বিকশিত ভাৰত সংকল্প যাত্ৰাৰ হাজাৰ হাজাৰ হিতাধিকাৰীয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰে। কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী, সাংসদ, বিধায়ক আৰু স্থানীয় পৰ্যায়ৰ প্ৰতিনিধিসকলেও যোগদান কৰে।

প্ৰধানমন্ত্ৰীয়ে হৰিদ্বাৰ গুৰুদেৱ সিংজীৰ হিতাধিকাৰীসকলক 'হৰ হৰ গঙ্গে'ৰে অভিনন্দন জ্ঞাপন কৰে আৰু সমাৱেত জনতাইও 'হৰ হৰ গঙ্গে' ধ্বনিৰে তেওঁক আদৰণি জনায়। শ্ৰী সিং এজন কৃষক আৰু মীন পালনৰ সৈতেও জড়িত।

মৎস্য সম্পদা যোজনাৰ দ্বাৰা লাভান্বিত হৈ তেওঁ কিদৰে উপাৰ্জন দুগুণ কৰিছিল সেই বিষয়ে তেওঁ প্ৰধানমন্ত্ৰীক অৱগত কৰে। তেওঁ কয় যে নিজৰ ১ একৰ ভূমিৰ পৰা তেওঁ ৬০ হাজাৰ টকা উপাৰ্জন কৰিছিল আৰু  এতিয়া মীন পালনৰ দ্বাৰা সেই একে ভূমিৰপৰা ১.৫ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। প্ৰধানমন্ত্ৰীয়ে চৰকাৰী আঁচনিসমূহ অধ্যয়ন কৰি থকা সময়ত উদ্ভাৱনৰ বাবে তেওঁক প্ৰশংসা কৰে।

প্ৰধানমন্ত্ৰীয়ে পশুপালন, মীন পালন, মৌ উৎপাদনৰ দ্বাৰা কৃষি আয় বৃদ্ধিৰ উপযোগিতাৰ কথা দোহাৰে। তেওঁ সেউজ শুক্ল বিপ্লৱৰ লগতে মিঠা বিপ্লৱ আৰু নীল বিপ্লৱৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে।

 

  • DEVENDRA SHAH February 25, 2024

    'Today women are succeeding in all phases of life,' Modi in Mann ki Baat ahead of Women's day
  • Kiran jain February 25, 2024

    vande bharat
  • Kiran jain February 25, 2024

    vande bharat
  • Dhajendra Khari February 20, 2024

    ओहदे और बड़प्पन का अभिमान कभी भी नहीं करना चाहिये, क्योंकि मोर के पंखों का बोझ ही उसे उड़ने नहीं देता है।
  • Dhajendra Khari February 19, 2024

    विश्व के सबसे लोकप्रिय राजनेता, राष्ट्र उत्थान के लिए दिन-रात परिश्रम कर रहे भारत के यशस्वी प्रधानमंत्री श्री नरेन्द्र मोदी जी का हार्दिक स्वागत, वंदन एवं अभिनंदन।
  • Dhajendra Khari February 13, 2024

    यह भारत के विकास का अमृत काल है। आज भारत युवा शक्ति की पूंजी से भरा हुआ है।
  • Indrajit Das February 12, 2024

    joy Modiji
  • Dhajendra Khari February 10, 2024

    Modi sarkar fir ek baar
  • Raju Saha February 06, 2024

    BJP jindabat
  • Rajesh Kumar Singh BJP February 05, 2024

    जय हो
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Namo Drone Didi, Kisan Drones & More: How India Is Changing The Agri-Tech Game

Media Coverage

Namo Drone Didi, Kisan Drones & More: How India Is Changing The Agri-Tech Game
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
We remain committed to deepening the unique and historical partnership between India and Bhutan: Prime Minister
February 21, 2025

Appreciating the address of Prime Minister of Bhutan, H.E. Tshering Tobgay at SOUL Leadership Conclave in New Delhi, Shri Modi said that we remain committed to deepening the unique and historical partnership between India and Bhutan.

The Prime Minister posted on X;

“Pleasure to once again meet my friend PM Tshering Tobgay. Appreciate his address at the Leadership Conclave @LeadWithSOUL. We remain committed to deepening the unique and historical partnership between India and Bhutan.

@tsheringtobgay”