মিজোৰামৰ ৰাজ্যপাল জেনেৰেল ভি কে সিঙে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
‘এক্স’-ত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ ‘হেণ্ডেল’-য়ে উল্লেখ কৰিছে:
"মিজোৰামৰ ৰাজ্যপাল @Gen_VKSinghয়ে প্ৰধানমন্ত্ৰী @narendramodi ক সাক্ষাৎ কৰে।
@MizoramGovernor"
Governor of Mizoram, @Gen_VKSingh, met PM @narendramodi.@MizoramGovernor pic.twitter.com/A8HqLaZCJL
— PMO India (@PMOIndia) January 21, 2025