প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে জনসাধাৰণৰ সুবিধা হোৱাকৈ সংযোগ ব্যৱস্থা উন্নত কৰাৰ বাবে চৰকাৰে নিৰন্তৰ প্ৰয়াস অব্যাহত ৰাখিছে।
‘উড়ান আঁচনি’য়ে কেনেদৰে সাধাৰণ নাগৰিকৰ বাবে বিমান ভ্ৰমণ উপলব্ধ আৰু প্ৰৱেশযোগ্য কৰি তুলিছে সেই সন্দৰ্ভত শ্ৰী মোদীয়ে সাংসদ শ্ৰী ৰাজেশ চুদাছামাৰ এক ‘টুইট’ৰ প্ৰতি সঁহাৰি জনাই এই মন্তব্য কৰিছিল।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰে:
“জনসাধাৰণৰ বাবে সা-সুবিধাসমূহ উপলব্ধ হোৱাকৈ সংযোগ ব্যৱস্থা উন্নত কৰাটো হৈছে আমাৰ নিৰন্তৰ প্ৰয়াস”।
કનેક્ટિવિટી વધારવાનો અમારો સતત પ્રયાસ છે જેથી લોકોને સુવિધા ઉપલબ્ધ થાય…. https://t.co/ms3Mj6jzZ9
— Narendra Modi (@narendramodi) March 10, 2023